Vidyavyom EdTech
Exploring Assam’s Beauty | Culture | People
🍵 From the Land of Tea, Bihu & Brahmaputra
🤝 DM for Paid Promotions & Brand Feature Soundproof classroom
3. Books
3.
Exploring Assam’s Beauty | Culture | People
🍵 From the Land of Tea, Bihu & Brahmaputra
🤝 DM for Paid Promotions & Brand Feature
Classroom Feature:
1. Digital Class room with fully AC and Interactive panel
2. One to one faculty interaction
4. Personal care of study
5. Comfortable seat
Library Feature:
1. High Speed Wifi
2. Weekly News Summary – Assamese & English
4. News Paper & Magazine
5. Com
27/06/2025
অসমৰ পৰা অৰ্জুন বঁটা বিজয়ী -
প্ৰথম – ভোগেশ্বৰ বৰুৱা - ১৯৬৬ । (১৯৬৬ চনত বেংকক এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰত তেওঁ সোণৰ পদক লাভ কৰিছিল। )
দ্বিতীয়- মনালিছা বৰুৱা মেহতা - ১৯৮৭ – টেবুল টেনিছ খেলুৱৈ
তৃতীয়- জয়ন্ত তালুকদাৰ - ২০০৬- ধনুৰ্বিদ
চতুৰ্থ - শিৱ থাপা- ২০১৬- বক্সাৰ
পঞ্চম - হিমা দাস -২০১৮- এথলেটিকছ (দৌৰবিদ)
ষষ্ঠ- লভলিনা বৰগোহাঁই- ২০২০- বক্সাৰ
সপ্তম – নয়নমণি শইকীয়া- ২০২২ – লন বল
অসমৰ চৰকাৰী ভাষা-
১৫ এপ্ৰিল, ২০২৫ তাৰিখে অসমৰ সকলো চৰকাৰী কামৰ বাবে অৰ্থাৎ সমগ্ৰ চৰকাৰী অধিসূচনা, আদেশ, আইন আদিৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক কৰিছে । বৰাক উপত্যকা আৰু বড়ো স্বায়ত্ব শাসিত এলেকা জিলাত ক্ৰমে বাংলা আৰু বড়ো ভাষা ব্যৱহাৰ কৰা হ'ব। অসমৰ ৰাজ্যপালে জাৰি কৰা অধিসূচনাত অনুবাদৰ উদ্দেশ্যে ‘অনুবাদ ভাষিনী’ এপৰ কথা উল্লেখ কৰিছে |
25/06/2025
24/06/2025
23/06/2025
20/06/2025
বিষ্ণুপ্ৰসাদ ৰাভা:
জন্ম: ৩১ জানুৱাৰী, ১৯০৯ ঢাকা, বৰ্তমান বাংলাদেশ,
মৃত্যু: ২০ জুন, ১৯৬৯ তেজপুৰ, অসম |
তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবালা ৰাভা। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহণ কৰে।
ৰাভাই শংকৰদেৱৰ তিনিখন ছবি অংকন কৰিছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা 'নটৰাজ' নৃত্যত বিমুগ্ধ হৈ সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য সৰ্বপল্লী ৰাধাকৃষ্ণণে তেওঁক 'কলাগুৰু' সন্মান প্ৰদান কৰিছিল বুলি প্ৰবাদ আছে |
তেখেতৰ অভিনীত বোলছবি এৰা বাটৰ সুৰ, প্ৰতিধ্বনি, ছিৰাজ।
Click here to claim your Sponsored Listing.
Category
Contact the school
Telephone
Website
Address
Building No. 112, Second Floor, Tripura Road, Jayanagar
Gauhati
781028