News Next One

News Next One

Share

News Next One is an Assamese News Website promoting Independent & Non-profit Journalism.

সঘন পট পৰিৱৰ্তন, ৰাজনৈতিক হস্তক্ষেপ আৰু তীব্ৰ প্ৰতিদ্বন্দিতামূলক বৰ্তমানৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰখনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এনে পৰিপ্ৰেক্ষিততে উত্থাপিত হয় বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজনীয়তা। আৰু এনে প্ৰয়োজনীয়তাৰ আকাংক্ষাৰ মাজতে জন্ম News Next Oneৰ। News Next Oneক সকলোৰে মাজলৈ আগবঢ়াই আনিছে বিকল্প মিডিয়াই। সমূহ অসমবাসীক বিকল্পৰ সন্ধান দিয়াৰ বিনম্ৰ প্ৰয়াস News Next One।
প্ৰকৃত অৰ্থত বাতৰি পৰিৱেশনত গুৰুত্

পুৱাই হাইকমাণ্ডলৈ ভূপেন বৰাৰ পদত্যাগ পত্ৰ, কামত নাহিল বুজনি! নিশাৰ সংবাদমেলত দিলে বিশেষ ইংগিত 16/02/2026

🔹ভূপেন বৰাই শেষত কি সিদ্ধান্ত ল’ব? পোনছাটেই নহ’ব বুলি কিয় কৈ নিদিলে কংগ্ৰেছক? পোনছাটেই হ’ব বুলি কিয় কৈ নিদিলে বিজেপিক? কিহৰ দৰদামত ব্যস্ত ভূপেন বৰা? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

পুৱাই হাইকমাণ্ডলৈ ভূপেন বৰাৰ পদত্যাগ পত্ৰ, কামত নাহিল বুজনি! নিশাৰ সংবাদমেলত দিলে বিশেষ ইংগিত গুৱাহাটীঃ অসম কংগ্ৰেছৰ ৰাজনৈতিক 'পিটছ’ত সোমবাৰে পুৱাৰ ভাগত যি হাই-ভল্টেজ ড্ৰামা মঞ্চস্থ হ’ল, তাক লৈ সৰ্বত্ৰে চৰ্.....

হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ… পাক লিংকক লৈ সংবাদমেলৰ যুদ্ধত কাৰ অগ্ৰগতি? 16/02/2026

🔹গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পাক লিংকৰ অভিযোগত কিমান জোৰ আছিল? কি প্ৰত্যুত্তৰ দিলে গৌৰৱ গগৈয়ে? এতিয়া কি হ’ব গৌৰৱ গগৈৰ?

হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ… পাক লিংকক লৈ সংবাদমেলৰ যুদ্ধত কাৰ অগ্ৰগতি? বিশেষ প্ৰতিবেদনঃ দুখন পৃথক সংবাদমেল। এখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, আনখন প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাং.....

ক্ৰমান্বয়ে স্বাভাৱিক কোকৰাঝাৰৰ পৰিৱেশ, আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ 21/01/2026

🔹কোকৰাঝাৰৰ কাৰিগাঁৱত আজি কেনে পৰিৱেশ? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

ক্ৰমান্বয়ে স্বাভাৱিক কোকৰাঝাৰৰ পৰিৱেশ, আশ্ৰয় শিবিৰ পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁও এলেকাত উত্তপ্ত হৈ থকা পৰিৱেশ আজি সুস্থিৰ হৈ পৰিছে। যোৱা ৩৬ ঘণ্টাৰ বিভীষিকাময় ....

গৰু চুৰিৰ সন্দেহেই হ’ল কাল! হিংসা-প্ৰতিহিংসাত দাউদাউকৈ জ্বলিল কোকৰাঝাৰৰ কাৰিগাঁও 20/01/2026

🔹কোকৰাঝাৰৰ কাৰিগাঁৱত সংঘটিত হিংসাত্মক ঘটনাৰ আঁৰত কি আছে? ঘটনাক লৈ কি ক’লে হাগ্ৰামা মহিলাৰীয়ে? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

গৰু চুৰিৰ সন্দেহেই হ’ল কাল! হিংসা-প্ৰতিহিংসাত দাউদাউকৈ জ্বলিল কোকৰাঝাৰৰ কাৰিগাঁও কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত সোমবাৰে নিশা প্ৰায় ৮ বজাত গৰু চুৰিৰ সন্দেহৰ ফলত হোৱা খেদা-খেদিৰ পৰি....

কোন দিশে ইৰানৰ ৰাজনীতি? কিয় কঁপি উঠিছে ইছলামিক গণৰাজ্যৰ শক্তিশালী সিংহাসন? 20/01/2026

🔹ইৰানত কিয় জ্বলিছে বিদ্ৰোহৰ জুই? ইৰানক লৈ ট্ৰাম্পৰ পৰিকল্পনা কি? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

কোন দিশে ইৰানৰ ৰাজনীতি? কিয় কঁপি উঠিছে ইছলামিক গণৰাজ্যৰ শক্তিশালী সিংহাসন? চৌদিশে কেৱল বাৰুদৰ গোন্ধ আৰু ৰাজপথত তেজৰ চেঁকুৰা। মানুহৰ মনত প্ৰতিনিয়ত জীৱন নাশৰ আশংকা। কিন্তু তাৰ পাছতো কোনেও থ...

10/11/2025

🔹 সৰু ল'ৰাৰ দৰে কথা কোনে কৈ আছে? গৌৰৱ গগৈ নে হিমন্ত বিশ্ব শৰ্মাই?

23/10/2025

🔹স্পষ্টকৈ কৈ যোৱাৰ পিছতো জুবিনৰ আদৰ্শক লৈ বিতৰ্ক কিয়?
🔹জুবিন শিৱভক্ত আছিল নে চৰিত্ৰটোকহে ভাল পাইছিল?
🔹মহাদেৱ শিৱক লৈ জুবিন গাৰ্গৰ ধাৰণা কেনেধৰণৰ আছিল?
🔹জুবিন গাৰ্গৰ ভিন্ন সাক্ষাৎকাৰৰ মাজৰ পৰা ৩টা চাবলগীয়া ক্লিপ...

📌 Sources: ANTAREEP YouTube Channel, Rita Chowdhury YouTube Channel & India Today NE

21/10/2025

📌 পঢ়ুৱৈৰ ধনেৰে চলা মালিকবিহীন অসমৰ অন্যতম অনলাইন দৈনিক কাকত 'ই-সংবাদ'ক পুনৰ প্ৰাণ পাই উঠাত সহায় কৰক। চাঞ্চল্যধৰ্মী আৰু পপুলাৰ সাংবাদিকতাৰ ভিৰৰ মাজতো নীৰৱে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক শক্তিশালী কৰিবলৈ কেইজনমান যুৱ-সাংবাদিকে ২০১৬ চনৰ পৰা ঘাত-প্ৰতিঘাতৰ মাজেৰে অব্যাহত ৰখা মুক্ত-স্বতন্ত্ৰ আৰু লাভবিহীন সাংবাদিকতাৰ আন্দোলনক সফল কৰি তোলক...

📌 কাকতখনৰ WhatsApp ছাবছক্ৰিপশ্যন ল'বলৈ আগ্ৰহী হ'লে নিজৰ নাম, ঠাইৰ নাম আৰু জিলাৰ নাম উল্লেখ কৰি আগ্ৰহী বুলি লিখি 6001147135 নম্বৰলৈ এতিয়াই WhatsApp কৰক। তেতিয়া পৰৱৰ্তী সময়ত আপোনাৰ সৈতে যোগাযোগ কৰা হ'ব।

📌 WhatsApp ছাবছক্ৰিপশ্যন লোৱাসকলক কাকতখনৰ পিডিএফ সংস্কৰণ WhatsAppযোগে প্ৰেৰণ কৰা হয়।

দেৱালীত ফটকা ফুটোৱা পৰম্পৰাৰ কথা কোনখন ভাৰতীয় প্ৰাচীন গ্ৰন্থত আছে? 19/10/2025

🔹 পোহৰৰ উৎসৱ দীপাৱলী কেতিয়া ফটকা ফুটোৱা উৎসৱলৈ পৰ্যবসিত হৈছিল? তলৰ লিংকত ক্লিক কৰি পঢ়ক সবিশেষ...

(লেখাটো newsnextone.comত প্ৰথম ২০২৩ চনত প্ৰকাশিত হৈছিল)

দেৱালীত ফটকা ফুটোৱা পৰম্পৰাৰ কথা কোনখন ভাৰতীয় প্ৰাচীন গ্ৰন্থত আছে? প্ৰেমৰ দিন, মাতৃ দিৱস, পিতৃ দিৱস, বন্ধুত্বৰ দিন! ইণ্টাৰনেট সহজলভ্য হৈ পৰাৰ লগে লগে এনে দিৱসবোৰৰ কথা নুশুনা কোনোৱে ন....

14/10/2025

🔹'ই-সংবাদ'ৰ অন্তিম সংখ্যাটো পঢ়িবলৈ/PDF ডাউনলোড কৰিবলৈ লিংকত ক্লিক কৰক 👉https://newsnextone.com/nno-epaper-14-october-2025/

13/10/2025

🔹সম্পূৰ্ণ কাকতখন পঢ়িবলৈ/PDF ডাউনলোড কৰিবলৈ লিংকত ক্লিক কৰক 👉https://newsnextone.com/nno-epaper-13-october-2025/
🔹হোৱাটছএপত প্ৰতিদিনে পুৱা PDF পাবলৈ আজিয়েই ছাবছক্ৰাইব কৰক 👉 https://newsnextone.com/whatsapp-epaper-monthly/

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Telephone

Address


Gauhati
781021