Jilingoni Axom

Jilingoni Axom

Share

Jilingoni Axom (Assam North East)
It's A Digital Web Media on News & Entertainment
Call: 0361 3151956

17/11/2025

হিয়াৰ আমঠু জুবিন গাৰ্গলৈ ওপজা দিনৰ অলেখ শুভেচ্ছাঁ আৰু মৰমেৰে........
ুবিন_হিয়াৰ_আমঠু

Jilingoni Axom

30/03/2025

পবিত্র ঈদুল ফিটৰ উপলক্ষে গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত একত্ৰিত হল হিন্দু মুছলমান।
অজান ফকীৰ চাহেবৰ 'হিন্দু কি মুছলমান একে আল্লাৰ ফৰ্মান'ৰে' দেখুৱালে প্ৰকৃত নিদৰ্শন।। Jilingoni Axom ৰ এক বৰ্ণাঢ্যৱ আধ্যাত্মিক আয়োজন।

05/10/2024

#নৃত্যানুষ্ঠান_১
শাৰদীয় দুৰ্গা পূজা বিশেষ নৃত্যানুষ্ঠান-১ (ব্যক্তিক্ৰম,প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প,মাছখোৱা,গুৱাহাটী)
YouTube Link: https://youtu.be/ZYin9xZ1O8c

29/08/2024

গুৱাহাটীৰ জু ৰোডৰ শ্ৰী শ্ৰী শংকৰদেৱ নামঘৰত জিলিঙণি অসমৰ বৰ্ণাঢ্য ভক্তিগীতৰ অনুষ্ঠান ভক্তিৰসৰ অমিয়া সুৰত নামঘৰৰ আই মাতৃ তথা মহিলা সকলে পৰিবেশন কৰা এটি সুন্দৰ দিহা নাম আগবঢ়ালো।
YouTube Link: https://youtu.be/JLTN1qfzZLc




#দিহানাম

#ভক্তিৰসৰ

28/08/2024

জিলিঙণি অসমৰ বৰ্ণাঢ্য ভক্তিগীতৰ অনুষ্ঠান ভক্তিৰসৰ অমিয়া সুৰত আগবঢ়াইছো চিনাকি পথ মামঘৰ,গীতানগৰ (নাৰীকালবাৰী) আই মাতৃ সকলে পৰিবেশন কৰা এটি সুন্দৰ "ঘোষা নাম"
YouTube Link: https://youtu.be/pFwqb4Kit-Q

26/08/2024

জিলিঙণি অসমৰ বৰ্ণাঢ্য ভক্তিগীত অনুষ্ঠান
ভক্তিৰসৰ অমিয়া সুৰত "শ্ৰী কৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী উপলক্ষে" নয়নপুৰ লক্ষীনগৰ ৰাজহুৱা মানমঘৰত আই মাতৃ সকলে পৰিবৰখন কৰা এটি সুন্দৰ দিহা নাম আগবঢ়ালো।
#দিহানাম
#জন্মাষ্টমী



YouTube Link: https://youtu.be/UxLEP7I8yzQ?si=pSmVSAxAwZf6oyQw

06/01/2024

A Classical Dance Performed by Beautiful Girls of Guwahati,Students of Mallika Kandali,
Jeevan Kite River Festival

05/01/2024

বৰলুইটৰ বালিছৰৰ চিলা উৎসৱত গুৱাহাটী বাল্য ভৱনৰ শিশু সকলৰ দ্বাৰা সমূহীয়া গীটাৰ বাদন।।
Guwahati Balya Bhawans Student Played (Performed) Group Guitar at Brahmaputra Jeevan Kite Festival 2024,
Jeevan Kite River Festival

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Telephone

Address


Gauhati
781024