24 Live
Official handle of 24 Live. Follow for latest news alerts, features and analysis
17/10/2025
আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী
17/10/2025
CJM আদালতলৈ নিয়া হ'ল অমৃতপ্ৰভা, শেখৰজ্যোতি গোস্বামীক
হালধীয়া টি-চাৰ্ট পিন্ধি, বিষণ্ণ মনেৰে হাতত হেণ্ডকাফ লগাই CID লকআপৰ ওলাই আহিল শেখৰজ্যোতি, অমৃতপ্ৰভা।
কি হ'ব দুয়োৰে পৰৱৰ্তী ঠিকনা ?
কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী।
পোনে পোনে জুবিন গাৰ্গৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনাব ৰাহুল গান্ধীয়ে।
দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ
গুজৰাটৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন।
গুজৰাটত মুখ্যমন্ত্ৰীৰ বাদে আন সকলো মন্ত্ৰীৰ পদত্যাগ।
যোৰহাটত পুনৰ ভয়ংকৰ ঘটনা...
ধাৰাবাহিক হ*ত্যাকাণ্ড সংঘটিত হৈছে যোৰহাটত...
ড্ৰাগছ আসক্ত এদল যুৱকৰ প্ৰ*হাৰত পুনৰ এজন যুৱকৰ মৃ*ত্যু হোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল Live
16/10/2025
কাইলৈ অসমলৈ আহিব ৰাহুল গান্ধী
পোনে পোনে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীত উপস্থিত হ’ব নেতাগৰাকী
বাক্সাৰ ভয়ংকৰ ঘটনা সন্দৰ্ভত ৰামেজ আলী আৰু আহেলা মিঞাক গ্ৰেপ্তাৰ
বাক্সা জিলা কাৰাগাৰৰ সন্মুখত আৰক্ষীয়ে কৰা প্ৰতিবাদকাৰীলৈ কিদৰে কৰিছিল গু*লীচালনা ?
কেমেৰাত বন্দী গুলীচালনাৰ ভিডিঅ '
ডিব্ৰুগড় জিলা প্ৰদেশ কংগ্ৰেছ অনুসূচিত জাতি বিভাগৰ উদ্যাগত মানকটা পথত উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ বী আৰ গাৱাই ওপৰত হোৱা আ*ক্ৰমণৰ নিন্দা জনাই প্ৰতিবাদী সমদল উলিয়াই
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
BEHARBARI CHARIALI NH37 ALAKESH BHAVAN GANESH MARKET 1ST FLOOR
Gauhati
781029