Reporter NE
Exploring Truth, Exposing Lies. https://www.youtube.com/@ReporterAxomDigital
12/06/2026
'শ্যামকানু মহন্তৰ অধিবক্তাই মোক ভয় ভাবুকি খুৱাইছে। সাক্ষ্য প্ৰদান নকৰিবলৈ প্ৰেছাৰাইজ কৰিছে। কিন্তু আমি ভয় নাখাও, মই মোৰ ফালৰ পৰা যিমান খিনি দিব লাগে দিছোঁ।' ফাষ্টট্ৰেক আদালতত সাক্ষ্য প্ৰদান সম্পন্ন কৰি মন্তব্য বীৰ লাচিত সেনাৰ জুটিয়া সচিব ৰাজ অসমৰ।
বিমানৰ ভিতৰতে ওলোটা বেটেৰে ক্রিকেট খেলিলে ক্ৰিকেটৰ ভগৱান শচীন টেন্ডুলকাৰে।
'৫২ বছৰ বয়সত জুবিনে যি দি গ'ল সেয়া ৯০ বছৰ থাকিলেও সম্ভৱ নহয়'।
'এতিয়া অভিযুক্তৰ অধিবক্তাই আদালতত চৰিত্ৰ হ**নন কৰিব বিচাৰিছে'।
'ন্যায় আজুৰি আনিব নোৱাৰো, ন্যায় পাম বুলি বিশ্বাসী'।আদালতৰ পৰা ওলাই আহি গৰিমা গাৰ্গৰ মন্তব্য ।
শিৱসাগৰত মা**ৰণাস্ত্ৰ সৰবৰাহকাৰী চক্ৰ আটক সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ সংবাদমেল ।
মা**ৰণাস্ত্ৰসহ আ*টক কৰা চাৰিজন ব্যক্তিক আৰক্ষীৰ সোধা পোছা অব্যাহত ।
12/06/2026
‘মোৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ তথ্য পাইছে চৰকাৰে। মোক লক্ষ্য কৰি আ**ক্ৰমণৰ ষ*ড়যন্ত্ৰ চলি আছে। সেইবাবেই মোৰ নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে’।এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। বিধায়কজনৰ বাবে পূৰ্বৰ নিৰাপত্তাৰক্ষীৰ উপৰি নতুনকৈ নিযুক্ত কৰা হৈছে নিৰাপত্তাৰক্ষী।
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Hengrabari, Guwahati/36
Gauhati
781036