Assam Rising With Bharat - ARWB
We intend to publish real and positive news among Assamese people.
03/09/2026
BOOKING STARTED...Group Tour Packages:
১) পুৰী, জগন্নাথ মন্দিৰ, কোনাৰ্ক সূৰ্য্য মন্দিৰ, চিল্কা হ্ৰদ, সমুদ্ৰ তীৰ (Sea beach), ভুৱনেশ্বৰ, বাকী মন্দিৰসমূহ ইত্যাদি - মুঠ ৫ ৰাতি / ৬ দিন ৰ গ্ৰুপ টুৰ ! (১ নৱেম্বৰ - ৬ নৱেম্বৰ) আৰু (২২ নৱেম্বৰ - ২৭ নৱেম্বৰ)
২) অযোধ্যা, ৰাম মন্দিৰ, ত্ৰীবেনী সংগম, গংগা আৰতি, বাৰানসী, প্ৰয়াগৰাজ, কাশী-বিশ্বনাথ, বাৰানসীত বিঙিন্ন মন্দিৰ তথা ঘাট সমূহৰ দৰ্শন, গংগা নদীৰ ওপৰত নাওঁ যাত্ৰা ইত্যাদি - মুঠ ৫ ৰাতি / ৬ দিন ৰ গ্ৰুপ টুৰ ! (১০ নৱেম্বৰ - ১৫ নৱেম্বৰ)
৩) দিল্লী, ইণ্ডিয়া গেট, তাজমহল, মথুৰা, বৃন্দাবন, লাল কিল্লা, ৰাষ্ট্ৰপতি ভৱন, হাৱা মহল, ফটেহপুৰ চিক্ৰী, আম্বেৰ ফৰ্ট, জন্তৰ-মন্তৰ, আগ্ৰা, জয়পুৰ চহৰ ইত্যাদি - মুঠ ৭ ৰাতি / ৮ দিন ৰ গ্ৰুপ টুৰ ! (২৭ নৱেম্বৰ - ৪ ডিচেম্বৰ)
৪) চিমলা, মানালী, কুল্লু, চণ্ডিগড়, অটল সেতু টানেল, চোলাং ভেলী, চিচু, ৰোজ গাৰ্ডেন ইত্যাদি - মুঠ ৮ ৰাতি / ৯ দিন ৰ গ্ৰুপ টুৰ ! (৭ ডিচেম্বৰ - ১৫ ডিচেম্বৰ)
ডিলাক্স ২ ষ্টাৰ বা ৩ ষ্টাৰ হোটেলত ৰাতি কটোৱা, পুঁৱাৰ ব্ৰেকফাষ্ট আৰু ৰাতিৰ ডিনাৰ, AC Luxury বাছত বিভিন্ন পৰ্যটন স্থান দেখুওঁৱা, গুৱাহাটীৰ পৰা ট্ৰেইনেৰে নৰ্মেল শ্লীপাৰ ক্লাছত লৈ যোৱা আৰু ঘুৰি অহা - সকলো এই গ্ৰুপ টুৰ পেকেজত অন্তৰ্ভুক্ত আছে !
Call or WhatsApp today - Limited Seats only.
Mob: 9707233199, 93995860648, 9101316373, 9101776450.
ADM Tours,
DEKA GLOBAL GROUP,
Mangaldai, Assam.
21/08/2026
পুৰী, জগন্নাথ মন্দিৰ, কোনাৰ্ক স্বৰ্ণ মন্দিৰ, চিলকা হ্ৰদ আদি ভ্ৰমণ . 9,999/- প্ৰতি জন !
Call us today: 97072 33199 / 93958 60648 / 91013 16373
হোটেলত ৩ ৰাতি থকা, পুৱা ব্ৰেকফাষ্ট, নিশা ডিনাৰ, ডিলাক্স এচি বাচেৰে চাৰিদিন উৰিষ্যাৰ বিভিন্ন ঠাই ঘুৰোৱা, গুৱাহাটীৰ পৰা ভুৱনেশ্বৰলৈ শ্লীপাৰ ক্লাচত ট্ৰেইনেৰে লৈ যোৱা আৰু গুৱাহাটীলৈ ঘুৰি অহা ইত্যাদি সকলো এই পেকেজত আছে !
৫ বছৰতকৈ কম বয়সৰ ল`ৰা-ছোৱালীৰ বাবে FREE.
৫ ৰ পৰা ১০ বছৰ বয়সৰ ল`ৰা-ছোৱালীৰ বাবে মাত্ৰ Rs. 6,499/- প্ৰতিজন !
Travel Date:
২২ অক্টোবৰ পুঁৱা ৬ বজাত, গুৱাহাটী ট্ৰেইন ষ্টেচনৰ পৰা !
(৩০ আগষ্টৰ আগতে আমাক কনফাৰ্ম কৰক)
আজিয়েই যোগাযোগ কৰক !! Limited Seats Only.
ADM Tours
DEKA GLOBAL GROUP
Mangaldai, Assam
পুৰী, জগন্নাথ মন্দিৰ, কোনাৰ্ক, চিল্কা হ্ৰদ, সাগৰ ইত্যাদি ভ্ৰমণ @ Rs. 12,999/- প্ৰতি জন ! Contact: 9957238351 (৩ ৰাতি ৪ দিন ৰ উৰিষ্যা টুৰ পেকেজ)
২ ৰাতি পুৰীত, ১ ৰাতি ভুৱনেশ্বৰ ত হোটেলত থকা, লগতে সদায় পুৱা হোটেলত ব্ৰেকফাষ্ট কৰা, প্ৰাইভেট AC গাড়ীত আমাৰ ড্ৰাইভাৰে বিভিন্ন ঠাই ঘুৰোৱা আদি সকলো এই পেকেজত আছে !
যোগাযোগ কৰক:
9957238351
ADM Tours
DEKA GLOBAL GROUP
Bhebarghat, Mangaldai, Assam.
মানালি-চিমলা-চণ্ডীগড়: ৪ ৰাতি ৫ দিন ৰ টুৰ পেকেজ, @১৫,৪৯৯ টকা প্ৰতি জন ! Call: 9101316373
মানালিত ২ ৰাতি, চিমলাত ১ ৰাতি, চণ্ডীগড়ত ১ ৰাতি !
হোটেলত থকা, ব্ৰেকফাষ্ট কৰা, আমাৰ ড্ৰাইভাৰে প্ৰাইভেট AC গাড়ীৰে আপোনাক ওচৰে-পাজৰে বিভিন্ন ঠাই ঘুৰোৱা, ইখন চহৰৰ পৰা আনখন চহৰলৈ যোৱা, এয়াৰপৰ্ট বা ট্ৰেইন ষ্টেচনলৈ লৈ যোৱা ইত্যাদি - সকলো এই পেকেজত থাকিব !
ADM Tours
DEKA GLOBAL GROUP
Mangaldai, Assam
কাশ্মীৰ ভ্ৰমণ - ৩ ৰাতি ৪ দিন - ১৪,৪৯৯ টকা প্ৰতি জন - হোটেলত থকা, ব্ৰেকফাষ্ট, ডিনাৰ, প্ৰাইভেট AC গাড়ীত আমাৰ ড্ৰাইভাৰে শ্ৰীনগৰৰ পৰা বিভিন্ন স্থানলৈ নিব ইত্যাদি সকলো এই পেকেজত আছে !
যোগাযোগ কৰক: 910 13 16 373
ADM Tours
DEKA GLOBAL GROUP
Bhebarghat, Mangaldai, Assam.
তীৰ্থস্থান ভ্ৰমণ - ৰাম জনমভূমি, ত্ৰীবেনী সংগম, গংগা আৰতি আদি - আযোধ্যা, বাৰানসী, প্ৰয়াগৰাজ ভ্ৰমণ - ৩ ৰাতি ৪ দিন !
Rs. 18,999/- per person.
Contact Us today at: 970 72 33 199
Office Location:
ADM Tours
DEKA GLOBAL GROUP
Bhebar Ghat, Mangaldai, Assam.
SHIMLA-MANALI-CHANDIGARH Holiday Package @ Rs. 15,499/- only.
Contact us today:
Mob: 9395860648
ADM Tours, Deka Global Group,
1st Floor, Near Hero Dealer,
Opposite Slice Finance Bank,
Bhebarghat, Mangaldai.
17/07/2026
DUBAI HOLIDAY PACKAGES
আগষ্ট মাহৰ পৰা গুৱাহাটী-ডুবাই ডাইৰেক্ট বিমান সেৱা আৰম্ভ হব ! যিসকলে ডুবাই ভ্ৰমণ কৰিবলৈ যাবলৈ বিচাৰে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে !
আমাৰ ডুবাইত থকা টুৰিজিম কোম্পেনীটোৰ জৰিয়তে ডুবাই তথা আবুধাবিলৈ ফুৰিবলৈ আহিব পাৰে ! আমি ডুবাইৰ টুৰিষ্ট ভিজা, হোটেল, মধ্যপ্ৰাচ্যৰ আটাইতকৈ ডাঙৰ মন্দিৰ, তথা শ্বেইখ জায়েদ মচজিদ ভ্ৰমণ আদিৰ ব্যৱস্থা কৰি ৫ দিনৰ টুৰ পেকেজ কৰি দিব পাৰো ! লগতে মৰুভূমিৰ মাজত গাড়ী চলোৱা, সাগৰত জাহাজেৰে ২ ঘন্টা ভ্ৰমণ কৰা, বিশ্বৰ আটাইতকৈ ওখ বিল্ডিং ৰ ১২৪ মহলা লৈকে যোৱা ইত্যাদিৰ অভিজ্ঞতা লব পাৰিব ! ভাৰতীয় পাচপ`ৰ্ট থাকিব লাগিব !
অসমৰ মংগলদৈত হবলগীয়া আমাৰ নতুন অফিচ তথা তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব পাৰে !
9101316373, 9957238351, 9365955225
ADM Tours DUBAI
(Part of "Deka Tours & Travels")
Deka Global Group
(Mangaldai - Dubai - Abu Dhabi - London - Switzerland).
05/06/2026
- DEKA GLOBAL GROUP -
Jobs in Poland (Europe)
মেট্ৰিক-পাচ, হায়াৰ চেকেণ্ডেৰী পাচ, গ্ৰেজুৱেট - কোনো অভিজ্ঞতা নালাগে, ৫০ বছৰৰ কম বয়সৰ হব লাগিব, ইংৰাজী ক`লে বুজি পোৱা হব লাগিব !
দৰমহা:
মাহিলি ১ লাখ ৰ পৰা ডেৰ লাখ পৰ্য্যন্ত, অভাৰ-টাইম ইনকাম এক্সট্ৰা, লগতে থকাটো ফ্ৰি ! বছৰি ২৫ দিন চুটী, লগতে লোকেল বন্ধ বিলাক আৰু ফ্ৰি মেডিকেল !
কাগজ-পত্ৰ ঠিকে থাকিলে ৬ মাহৰ ভিতৰত যাব পাৰিব ! চাকৰি ১০০% পাক্কা, বহুত Vacancies আছে ! পুৰুষ-মহিলা সকলোৰে বাবে !
আৰম্ভণিতে আপোনাৰ খৰচ হব : প্ৰায় ৩.৭৫ লাখ টকা (৩ টা ইনষ্টলমেন্টত দিব পাৰিব) ! তাতে গৈ চাকৰি ল`লে দুমাহতে এই টকা ঘুৰি আহিব !
Refund Policy:
কিবা কাৰণত আমি যদি চাকৰি দিব নোৱাৰো, বা কিবা কাৰণত পোলেণ্ডত কিবা নিয়ম সলনি হৈ আপুনি যাব নোৱাৰে, তেন্তে আপুনি খৰচ কৰা ধনৰ ৯০% পৰ্য্যন্ত ঘুৰাই দিয়া হব !
If interested, then please send ur Bio-data or CV in "word file" at [email protected]
Contact the business
Website
Address
Gauhati
Alerts
Be the first to know and let us send you an email when Assam Rising With Bharat - ARWB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.