Pranjit Baishya

Pranjit Baishya

Share

এজন ৰাষ্ট্ৰবাদী🇮🇳🇮🇳
লুইত পৰীয়া হিন্দু মই
হিন্দুত্ব মোৰ তেজত
ৰাম ভক্ত 🙏🙏🙏
জয় শ্ৰী ৰাম 🚩🚩🚩

06/02/2026

আজি মোৰ উপজা দিন আশীৰ্বাদ কৰিব সকলোৱে❤️
ধন্যবাদ ভগৱান❣️

21/09/2025

কিমান ভাল পাব পাৰে তেওঁক অসমে 😥
কেৱল মানুহ আৰু মানু্হ ___ নিজৰ অন্তিম যাত্ৰাত লাখ লাখ অনুৰাগীৰ চকুলো তিয়াই,আশীষ ল'বলৈ 🙏

আপুনি আমাৰ হৃদয়ত সদায় থাকিব দাদা

12/09/2025

মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময় মাগোহো ভকতি।।
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি॥

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ পৱিত্ৰ তিৰোভাৱ তিথিত তেৰালৈ ভক্তিভৰা প্ৰণিপাত জনাইছোঁ।

08/09/2025

জীৱনত মনত ৰাখিবলগীয়া কেইটিমান কথা।

সন্তানক চিনিবা - বৃদ্ধ বয়সত।

ভগ্নীক চিনিবা - যৌৱনত।

ভাতৃক চিনিবা - বিয়াৰ পাছত।

স্বামীক চিনিবা - পত্নী অসুস্থতাত।

পত্নীক চিনিবা - স্বামীৰ দৰিদ্ৰতাত।

বন্ধুক চিনিবা - বিপদত।

অনুগ্ৰহ কৰি পেজটো 𝙵𝚘𝚕𝚕𝚘𝚠 কৰিবলৈ নাপাহৰিব।

27/08/2025

“জয় গজবদন সদন সুখদাতা ।
বিশ্ব বিনায়ক বুদ্ধি বিধাতা।।
বক্ৰ তুণ্ড শুচি শুণ্ড সুহাৱন ।
তিলক ত্ৰিপুণ্ড ভাল মন ভাৱন।।”
পৱিত্ৰ গণেশ চতুৰ্থী উপলক্ষে সমূহ অসমবাসীলৈ ভক্তিভৰা শুভেচ্ছা জ্ঞাপন কৰিলো🙏🙏🙏
জয় শ্ৰী গণেশায় নমঃ🙏🙏🙏

25/08/2025

“জয় গুৰু শংকৰ সৰ্ব গুণাকৰ
যাকেৰি নাহিকে উপাম ।
তোহাৰি চৰণক ৰেণু শতকৌটি
বাৰেক কৰোহোঁ প্ৰণাম” ।।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষে গুৰুজনাৰ শ্ৰীচৰণত যাচিলোঁ শত কোটি প্ৰণাম 🙏

জয় গুৰু শংকৰ 🙏🙏

04/08/2025

ओम नमः पार्वती पतये हर हर महादेव 🙏🙏

01/06/2025

হাওঁ এইটো আৰু ৰুমৰ ভিতৰত কি ৰুপ আপোনাৰ?
ভিক্টৰ দাসৰ কাণ্ড চাওক। কেনেকৈ এজনী অসহায় যুৱতীক ৰুমৰ ভিতৰত মাৰধৰ কৰিছে।

সংগ্ৰহ :- ফেচবুক

20/05/2025

"তোমালোকৰ কোনো চিন্তা নাই ৰকিবুলক হৰুৱাই আহিছোঁ।"

Diplu Ranjan দা 🔥🔥🔥
゚viralシfypシ゚viralシalシ
#

19/05/2025

Proud to Be a Hindu 🚩🚩
Jai Shree Ram 🚩🚩🚩

19/05/2025

ৰথযাত্ৰাৰ উৎসৱ ওচৰ চাপিছে, ৰথ প্ৰস্তুত কৰা হৈছে, ২৭ জুনত অনুষ্ঠিত হ'ব বিশ্বাস,পৰম্পৰা আৰু প্ৰেমৰ ৰথযাত্ৰা।

যেতিয়া সমগ্ৰ ভাৰতবৰ্ষই ৰথৰ লগত গতি কৰে, তেতিয়া ই কেৱল উৎসৱ নহয়,সনাতনৰ জীয়া অভিজ্ঞতা হৈ পৰে।

জয় প্ৰভু জগন্নাথ❣️🙏

15/05/2025

অনিল নগৰৰ ভাইৰেল খুড়া 😃

Want your business to be the top-listed Media Company in Dispur?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


Dispur