Easy Aart Work

Easy Aart Work

Share

I live in Assam
this is my channel

Roi Roi binale original song 12/10/2025

Roi Roi binale original song Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

07/10/2025

Good morning

07/10/2025

Ataitkoi dhoni manuh ji okol manuh gorhise

23/09/2025

কোনে লিখিছে নাজানো , Copy -paste কৰিলোঁ৷ কথাখিনি পঢ়ি জুবিন দাৰ মাতটো বুকুত বাজি উঠিল৷

#জুবিন_আহিছে......

জুবিন পালেই আৰু গুৱাহাটী ৷ বেছি সময় নাই ৷ আহিয়েইতো একদম হুলস্থুল লগাই দিব,

~~~অই কি হ'ল তহঁতৰ ? চিতা ৰেডি হোৱাই নাই নেকি মোৰ বাবে ?

~~~আবে, সেইবাবেইতো মই কওঁ, দুই পেগ দি ল'ব লাগে ৷ কাম কৰাৰ বাবে এনাৰ্জি আহি যায় ৷ হাঃ হাঃ হাঃ....নাই নাই মদ বেয়া বস্তু ৷ খাব নালাগে ৷ ময়ো কমাইছো আজিকালি ৷ বহুত কমাইছো ৷ আগতে বহুত খালো ৷

~~~আৰু তহঁতে জানই দেখোন মই নিশাচৰ মানুহ ৷ সেইবাবেই এইবাৰ একদম এন্ধাৰ হৈ আহিছো ৷ ইমানগাল চাকি, মমবাতি জ্বলাই লৈ আহিব লাগে নে বাৰু তহঁতে ? আৰে জানই দেখোন, মই এন্ধাৰ ভালপাওঁ...I love it...I enjoy it...

~~~একেবাৰে গোটেইগাল মানুহ আহি এয়াৰপৰ্ট পাইছহি যে ? আৰু ইমানগাল ফুল কিয় আনিছ' ? ফুল নোহোৱা হৈ যাব দেখোন অসমত ৷ তহঁতে জানই দেখোন, I love nature, মই একদম জংঘলী মানুহ ৷ হাবিত থাকি ভালপাওঁ ৷ ফুল ছিঙিলে ভাল নালাগেতো ৷ ফুল ফুলি থাকিব দে নিজৰ জেগাত ৷ ৰ'দৰ ফুল ৷

~~~তাতকৈ নাহৰৰ পুলি লৈ আন ৷ সকলোৱে মিলি মোক জ্বলাই দিয়াৰ আগত নাহৰ ৰুই দিওঁ আহ ৷ নাহৰৰ অৰণ্য বনাই দিওঁ ৷

~~~এদিন নাহৰ গছবোৰ ওখ হৈ যাব ৷ নাহৰৰ গছত উঠিবি ৷ মোক ওচৰৰ পৰা দেখিবি ৷

~~~আৰু তহঁতে এনেকৈ কান্দি কিয় আছ' অই ? পাগল হলি নেকি ? সাগৰৰ তলিত শুই আহিছো ৷ পানীবোৰহে বেছিকৈ সোমাই গ'ল নাকে-মুখে এইবাৰ ৷ হ'ব দে একো নাই ৷ হৈ য়ায় কেতিয়াবা...It happens...Don't worry.

~~~চাওঁ... চাদা অকণ দেচোন কোনে বনাইছ' ৷ মোৰ হাত একদম ঠাণ্ডা কৰি দিছে সাগৰে ৷ চাদাৰ জোৰেই নুঠিব ঘেণ্টা ৷ ওপৰলৈ গৈ আকৌ চাদা ভাগত পাওঁনে নাই বা ৷ ইয়াত অকল গৰীমাৰহে শাসন চলে ৷ তাতে এফালে জংকীয়ে ধৰিব, এফালে মাই ধৰিব ৷ হৈছে আৰু কেলা চাদা খোৱা মোৰ ৷

~~~বাকী বিনদাচ একদম ৷ দূৰ্গাপূজা আহি আছে ৷ ৰঙীণ কাপোৰ-চাপোৰ চবেই লবি হা ৷ মানুহ একদম Colourful হৈ থাকিব লাগে... I love colour...পেনপেনাই কান্দি কান্দি পূজা বৰবাদ নকৰিবি আৰু ৷ সদায় এনজয় কৰি থাকিব লাগে ৷

~~~কাম বাকী ৰৈ গ'ল বাৰু অলপ ৷ "ৰৈ ৰৈ বিনালে"খন ৰিলিজ কৰিব ৰৈ গ'ল ৷ এইখন মানে একদম মিউজিকেল ফিল্ম....first time in Assam...মই নিজে আছো, বাকী ইহঁতবোৰো আছে ৷ চবেই চাবি হা ৷ অসমীয়া চিনেমা ৷ চাব লাগে ৷ মৰম দিব লাগে ৷ বাকী কি ক'ম আৰু.... Love you all...তহঁতবোৰৰ লগত এইখিনিলৈয়েই আছিল আৰু ৷ উপায়

20/09/2025

এই লৰাজনক পালে গচকি মাৰিব লাগে

15/11/2024

my art

Want your business to be the top-listed Media Company in Dimapur?
Click here to claim your Sponsored Listing.

Category

Website

Address


Dimapur
797112