Digboi High School

Digboi High School

Share

Established on 1st January 1970 and provincialised on 1st February 1986.

Photos from Digboi High School's post 16/06/2026

Periodic Assessment Test (PAT) was held at Digboi High School of class VI,VII and VIII on 16/06/2026.

13/06/2026

ইংৰাজী ১২/০৬/২০২৬ তাৰিখে ডিগবৈ হাইস্কুল প্ৰেক্ষাগৃহত ধ্ৰুবজ্যোতি স্মাৰক ন্যাসৰ চতুৰ্দশ বাৰ্ষিক বঁটা প্ৰদান কৰা হয়।

Photos from Digboi High School's post 13/06/2026

ইংৰাজী ১২/০৬/২০২৬ তাৰিখে ডিগবৈ হাইস্কুল প্ৰেক্ষাগৃহত ধ্ৰুবজ্যোতি স্মাৰক ন্যাসৰ চতুৰ্দশ বাৰ্ষিক বঁটা প্ৰদান কৰা হয়।

05/06/2026

World Environment Day 2026 @ Digboi High School

Photos from Digboi High School's post 05/06/2026

আজি ইংৰাজী ৫ জুন ২০২৬ তাৰিখে ডিগবৈ হাইস্কুল প্ৰাংগণত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত অনুষ্ঠিত কৰা হয় আৰু লগতে ইলোৰা বিজ্ঞান মঞ্চ ,অসম বিজ্ঞান সমিতি, ডিগবৈ মহাবিদ্যালয় আৰু অসম তেল সংমণ্ডল অবসৰী কৰ্মচাৰী কল্যাণ সংস্থাৰ সহযোগত পৰিবেশ দিৱস উপলক্ষে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে জলবায়ু পৰিৱৰ্তন আৰু প্ৰকৃতি সংৰক্ষণৰ মাজৰ সম্পৰ্কৰ ওপৰত সচেতনতা বৃদ্ধিৰ ওপৰত বহুমূলীয়া বক্তৃতা আগবঢ়োৱা হয়। লগতে CRPC ৰ সহযোগত প্ৰায় বিশ জোপা গছ পুলি ৰোপণ কৰা হয়।

02/06/2026

Certificate of To***co Free School

02/06/2026

Pledge was taken on Word No Tabacco Day at Digboi High School in morning assembly on 02/06/2026.@

Photos from Digboi High School's post 30/05/2026

Digboi High School organized Menstrual Hygiene Awareness & Well - Being program on 29/05/2026 .

Photos from Digboi High School's post 17/05/2026

ইংৰাজী ১৬/০৫/২০২৬ তাৰিখে ২০২৫-২৬ বৰ্ষৰ সপ্তধাৰা আঁচনিৰ ৰ অধীনত জ্ঞান ধাৰাৰ কাৰ্যসূচীত অসমৰ বিশিষ্ট সাহিত্যিক তথা কৃতী শিক্ষক শ্ৰদ্ধাৰ পূণ্য শইকীয়া মহোদয়ে আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে বহুমূলীয়া বক্তব্য আগবঢ়ায়।
Saikia

Photos from Digboi High School's post 09/05/2026

আজি ইংৰাজী ০৯/০৫/২০২৬ তাৰিখে ডিগবৈ হাইস্কুলৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা সপ্তধাৰা আঁচনিৰ অধীনত " সমাজ সেৱা " ধাৰাৰ কাৰ্যকলাপ সম্পন্ন কৰা হয় ।

Want your school to be the top-listed School/college in Digboi?
Click here to claim your Sponsored Listing.

Category

Website

Address


Near The DFO Office, Itabhata
Digboi
786171