Nirmal singh Rajput

Nirmal singh Rajput

Share

General Secretary ALL Assam Rajput Samaj MORAN Regional comittee

13/12/2024

Borther

03/10/2024
29/08/2024

জন্ম দিনৰ অলেখ শুভকামনা যাচিলোঁ ভাইটী 🎂
তোমাৰ আহিবলগীয়া দিনবোৰ সুখ সমৃদ্ধিৰে উপচি পৰে তাৰেই কামনা কৰিলো।

09/07/2024

Good morning

Photos from Nirmal singh Rajput 's post 02/06/2024

সদৌ অসম ৰাজপুত সমাজ ডিব্ৰুগড় সমিতিৰ সন্মানীয় উপ-সভাপতি তথা ভাতৃ প্ৰতিম বন্ধু শ্ৰী অনুপ ৰাজপুত ডাঙৰীয়া যোৱা কালি সন্ধিয়া নিজৰ ঘৰৰ ওচৰত ৰয় থকাৰ সময়ত এখন বাইক দুৰ্ঘটনা প্ৰতিত কৰে।উক্ত দুৰ্ঘটনা বন্ধু অনুপ গুৰুত্ব ভাৱে এখন ভৰিত আঘাত প্ৰাপ্ত হয়। বৰ্তমান তেওঁ ডিব্ৰুগড় অসম মেডিকেল কলেজ হস্পিটেলত চিকিৎসা হয় আছে আজি তেখেতৰ স্বাস্থ্যৰ বুজ ল'বলৈ সদৌ অসম ৰাজপুত সমাজ মৰাণ আঞ্চলিক সমিতিৰ হৈ সম্পাদক মই শ্ৰী নিৰ্মল সিং ৰাজপুত চিকিৎসালয়ত উপস্থিত হৈ বন্ধুৰ স্বাস্থ্যৰ বুজ লওঁ লগতে তেওঁ সোনকালেই সুস্থ হয় আহক তাৰেই কামনাৰে ভগৱন্তৰ শ্ৰী চৰনত প্ৰাথনা জনালোঁ।

22/05/2024

Congratulations sister ❤️

22/05/2024

সকলো লৈ স্বাগতম জনাইছোঁ

Want your public figure to be the top-listed Public Figure in Dibrugarh?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Dibrugarh