First News
#First news first time on social media on public demands to get the right news on time, by the people
05/09/2025
আজ শিক্ষক দিবস। এর তাৎপর্য হৃদয়ঙ্গম করুন । # 🎉📚👨🏫🎈
টেঙাখাতৰ ঘোমতালত মথাউৰি ভাগি যোৱা অংশত স্থাপন কৰা জি'অ টিউব্ৰ এটা অংশ যোৱা নিশা কোনোবা দু-বৃত্তই কাটি থৈ যায় ।
জলসম্পদ বিষয়াক; দুলিয়াজান সমষ্টিৰ বিধায়ক তেৰছ গুৱালাৰ ধমক !
টেঙাখাতবাসী ৰাইজৰ গাঁঠিৰ ধনেৰে বুঢ়ী দিহিংৰ গৰাখহনীয়া ৰুধ কৰিবলৈ ব্যাপক প্ৰস্ততি ।
19/10/2024
ফ'টো খন চাই কমেণ্ট কৰক , আৰু কমেণ্ট শুদ্ধ বুলি বিবেচনা হলে , লাভ কৰিব আৰ্কষনীয় পুৰস্কাৰ । চেয়াৰ এটা অৱশ্যে কৰিব ।
বৰহোলা মজলীয়া বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰয়াত ক্ষীৰেশ্বৰ শইকীয়াৰ আদ্যশ্ৰাদ্ধ সম্পন্ন ।
14/09/2024
সোণাপুৰৰ কচুতলিৰ উচ্ছেদ স্থলীত উপস্থিত হৈ কি ক'লে শৃংখল চলিহাই ...
28/08/2024
#অসম টেঙাখাতৰ ঘোমতালত মঠাউৰি ছিগা ফলত বৰ্তমান বাট পথৰ শোচনীয় অৱস্থা ; স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ ASSAM
বানপানীয়ে বিধস্ত কৰা ঘোমতাল গাঁৱত পশুধন চিকিৎসা শিবিৰ
#টেঙাখাত ঘোমতাল গাঁৱৰ বানত ছিগি যোৱা মঠাউৰি অংশ নিৰ্মাণত ঠিকাদাৰৰ হেমাহি , ক্ষোভিত গাওঁবাসী.@highlights
টেঙাখাতৰ ঘোমতালত বানপানীয়ে ভাঙি নিয়া মঠাউৰি অংশ ৰ্নিমাণৰ দ্বিতীয় দিনা কামৰ অগ্ৰগতি ।
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Dibrugarh
786103