Devottomed
Medical discussion for Physiotherapist, BPharm, DPharm, Nursing, Lab Technician, Radiotechnician etc
25/02/2023
আঙুলিৰে দেখুৱাই থকা বিশেষ হাড় ডালৰ কি নাম বাৰু! বিশেষ বুলি কোৱা কাৰণবিলাক জানিব বিচাৰে নেকি? যদি বিচাৰে তেন্তে মই এই বিষয়ত ভিডিঅ’ বনাম!
Please share🙏🏻
https://youtu.be/9KeMg-JQQj8
HbA1C-ৰ বিষয়ে সহজ ভাষাত সকলো বুজাই দিছো। পৰিয়ালত বা চিনাকি কাৰোবাৰ যদি ডায়েবেটিছ আছে
তেন্তে এইটো ভিডিঅ’ তেখেতৰ সতে share কৰি দিয়ক!
Click this—> https://youtu.be/2wfyk1O69Jg
ওপৰৰ আৰু তলৰ BP কি? Systolic and Diastolic Blood Pressure কি? সহজ ভাষাৰে জানো আহক!
নতুন চেনেল DevottoMed-ত আপোনাৰ সহায় লাগে!
Medical profession🩺🏥-ৰ সৈতে জড়িত বন্ধু-বান্ধৱীসকললৈ প্ৰশ্ন। এই Brain-ৰ CT Scan-ৰ ভিডিঅ’টোত মই আঙুলিৰে দেখুওৱা বগা ঠাইখিনি কি হয়?
(ৰোগী জন 56 বছৰীয়া মহিলা, হঠাতে শৰীৰৰ সোঁফালটো কাম নকৰা হ’ল।)
28/12/2022
আমি BP লিখিলে ওপৰত আৰু তলত দুটা লিখো। ইয়াত ওপৰত (132) আৰু তলত (86) লিখা Blood Pressure অৰ্থাৎ ৰক্তচাপৰ নাম দুটা কি কি বাৰু? আৰু কিমান BP হ’লে normal BP বুলি ক’ব পাৰি বাৰু? ভুলে-শুদ্ধই সকলোৱে উত্তৰ দিবচোন দেই! (এনেকে দুটা BP কিয় থাকে বাৰু, জানিব মন আছে নেকি? আপোনালোকৰ উত্তৰ পালে মই ভিডিঅ’ বনাম এই DevottoMed নামৰ পেজটোত)
07/10/2022
09/10/2022 তাৰিখে DevottoMED page-ত আমাৰ হৃদযন্ত্ৰৰ Conduction System-ৰ বিষয়ে অৰ্থাৎ হৃদযন্ত্ৰৰ চালিকা শক্তিৰ প্ৰৱাহৰ বিষয়ে ভিডিঅ’ আগবঢ়াম!
(Please share the post🙏🏻)
#জয়তু_জননী
01/10/2022
সাৰদীয় দূৰ্গা পুজাৰ এই শুভক্ষণত মোৰ এক নতুন প্ৰয়াস!
অসমৰ যিসকল ৰাইজ মেডিকেল বা পেৰামেডিকেল বিভাগবোৰ যেনে ফিজিঅ’থেৰাপি, নাৰ্চিং, ইমাৰ্জেন্সি টেকনিচিয়ান, ফাৰ্মা, লেবৰেটৰি, ৰেডিঅ’গ্ৰাফী, অ’ টি টেকনিচিয়ান ইত্যাদিৰ সতে জৰিত, সেইসকলৰ বাবে চিকিৎসা বিজ্ঞানৰ সৰু ডাঙৰ বিভিন্ন কথা আলোচনা কৰিবলৈ এইয়া এক প্ৰয়াস আৰম্ভ কৰিছো। এইসকল লোকে নিজৰ পাঠ্যক্ৰম পঢ়ি আছে বা কেতিয়াবাই পঢ়া সাং কৰি যদি কিবা কাম বা চাকৰি কৰিও আছে, সকলোৱে এনেবোৰ আলোচনাৰ পৰা যথেষ্ট উপকৃত হ’ব, সেইটো একেবাৰে খাতাং।
আপুনি যদি তেনে কোনো ব্যক্তিক জানে তেন্তে এই কথাষাৰ জনাওক। আপুনি যদি এনেবোৰ বিষয়ৰ লগত জৰিত নহয় কিন্তু অনুসন্ধিৎসু মন এটি কঢ়িয়াই লৈ ফুৰে তেন্তে আপুনিও এইটো পেজ follow কৰি থব পাৰে। Medical Science-ৰ বিষয়ে জনাৰ মজায় বেলেগ। সকলোৱে বুজি পোৱাকে সহজ সৰল ভাষাৰে বুজাব চেষ্টা কৰিম। পেজটোত 5000 followers অতিক্ৰম কৰিলেই ভিডিঅ’ দিয়া আৰম্ভ কৰিম। পেজটোৰ লিংকটো দিছো তলত!
https://www.facebook.com/profile.php?id=100064132057971
( Medical / Paramedical-ৰ লগত জৰিত সকলোলৈ এটাঅনুৰোধ🙏🏻: আপুনি Medical Science-ৰ লগত জৰিত এনে কিছু বিষয় বস্তুৰ (Topic) কথা comment-ত দিয়ক, যিবোৰৰ বিষয়ে মই আপোনাক পঢ়ালে আপুনি লাভৱান হ’ব। ৰব কেইটামান উদাহৰণ দিওঁ।
যেনে:
ECG কেনেকে পঢ়িব লাগে?
Cardiovascular System-এ কেনেকে কাম কৰে?
Stroke কি আৰু কেনেকে হয়?
BP কেনেকে জুখিব লাগে?
X-ray কেনেকে পঢ়িব লাগে?
Wound Dressing কেনেকে কৰিব লাগে?
Gangrene কি আৰু কেনেকে হয়?
ইত্যাদি ইত্যাদি …………………!!
এতিয়া আপুনি ভালকে বুজি নোপোৱা বা ভালদৰে বুজিব ইচ্ছা কৰা বিষয়বস্তুবোৰ মোক জনাওক🙏🏻!!
#জয়তু_জননী
31/08/2022
Click here to claim your Sponsored Listing.
Category
Contact the school
Website
Address
Dwarka Sector 23
Delhi
110075