Devottom Axom
স্বাস্থ্য সৈনিক!!
Dr(Maj) Dipam Kr Barman
MBBS, MEM(SEMI), FDM
Founder of DEVOTTOM FOUNDATION
General Practitioner & Emergency Physician,
CPR & First Aid Trainer
Health, Wellness & Fitness Coach
10/05/2026
ৰঙিয়া জংচনৰ পৰা নিশাৰ ৰেলগাড়ীৰে নাৰায়নপুৰ আৰু লক্ষীমপুৰলৈ বুলি যাবলৈ ওলাই আহিছো। সকলোকে লগ পাম।
#নাৰায়নপুৰ_আৰু_লক্ষীমপুৰলৈ_আহি_আছো
আপোনালোকৰ বাবে আমি অহা 11, 12, 13, 14 আৰু 15 মে' তাৰিখে পুনৰ উপস্থিত থাকিম নাৰায়নপুৰ আৰু লক্ষীমপুৰত
ইতিমধ্যে এপ’ইন্টমেন্ট বুকিং আৰম্ভ হৈছে। সীমিত সংখ্যক ৰোগীহে চোৱা হ’ব বাবে, আগ্ৰহী সকলোকে অনুৰোধ কৰা হৈছে—
📞 দিয়া নাম্বাৰত যোগাযোগ কৰি আগতেই নিজৰ এপ’ইন্টমেন্ট নিশ্চিত কৰক।
*নাৰায়নপুৰ*
📍 স্থান:- আৰোগ্যম মেডিকেল হল।
নাৰায়নপুৰ
🗓️ তাৰিখ আৰু সময়:
➡️ 11 মে' — দুপৰীয়া 2:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
➡️ 12 মে' — ৰাতিপুৱা 10:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
📞 এপ’ইন্টমেন্টৰ বাবে যোগাযোগ কৰক: 9365366061/9854166355/9954275743
*লক্ষীমপুৰ*
স্থান- বালাজি মেডিক’জ (Balaji Medicos), CD Road, North Lakhimpur, Near Bogee Bread & Biscuits
🗓️ তাৰিখ আৰু সময়:
➡️ 13 মে' — দুপৰীয়া 2:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
➡️ 14 মে' — ৰাতিপুৱা 10:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
➡️ 15 মে' — ৰাতিপুৱা 10:00 বজাৰ পৰা সন্ধিয়া 6:00 বজালৈ
📞 এপ’ইন্টমেন্টৰ বাবে যোগাযোগ কৰক: 7086157956/9954854860
✅ বিশেষ সুবিধা:
প্ৰয়োজন অনুসৰি ৰোগীৰ বাবে ব্যক্তিগত Diet Plan প্ৰস্তুত কৰা হ’ব—
য’ত বিবেচনা কৰা হ’ব:
• বয়স
• লিংগ
• ওজন
• বৰ্তমান বেমাৰ
• লেবৰেটৰী ৰিপ’ৰ্ট
ইয়াৰ লগতে, সঠিক ব্যায়ামৰ পৰামৰ্শও দিয়া হ’ব (সামান্য মাচুলত)।
💙 আপোনাৰ স্বাস্থ্যই আমাৰ প্ৰথম অগ্ৰাধিকাৰ।
সময়তে পৰামৰ্শ লওক, সুস্থ জীৱনৰ দিশে এটা দৃঢ় পদক্ষেপ লওক।
10/05/2026
নলবাৰী চহৰত গধুলি দৌৰিব গৈ ত্ৰিভুজ🔺এটা আঁকি আহিলো। scale ব্যৱহাৰ নকৰা বাবে লাইন কেইডাল অলপ বেকা হ’ল😆। আজি 4 কিঃমিঃ দৌৰিলো। এতিয়া নিশাৰ ৰেলগাড়ীত নাৰায়নপুৰলৈ গৈ আছো। কাইলৈ ৰাতিপুৱা নাৰায়নপুৰত দৌৰিম💪🏼। কৰবাত দেখিলে মাত দিব দেই🤩!
10/05/2026
কেঁচা আমৰ সৈতে জলকীয়া সানি খাই কোনে কোনে ভাল পায়? আচলতে শুধিব লাগিছিল কোনে কোনে বেয়া পায়? কাৰণ বেয়া পোৱা মানুহ চাগে কমেই ওলাব, নহয় জানো?
যথেষ্ট পৰিমানৰ আঁহ, Vitamin A, Vitamin C, antioxidant সমৃদ্ধ এই খাদ্যবোৰ আগতে আমি অসমীয়াই খাইছিলো বাবেই বেমাৰবোৰে সিমান লাই নাপাইছিল। এতিয়া পেকেট/ বটলৰ খাদ্যবোৰে সেই ঠাই ললে।
সেয়েহে মই মেল-মিটিংবোৰত আন নকলেও এষাৰ কথা কওঁ, “আমি অসমীয়াই যেতিয়াৰ পৰা অসমীয়া হ’ব বাদ দিছো, তেতিয়াৰ পৰাই আমি অসমীয়া ৰাইজ, বেমাৰত বেছিকৈ পৰিবলৈ লৈছো!”
10/05/2026
#কণীৰ_কুহুম_সদায়_খাব_পাৰি_নে?
ৰ’ব তাৰ আগতে মই কৈ লও যে মই ১১, ১২, ১৩, ১৪, ১৫ মে’ত নাৰায়নপুৰ আৰু লক্ষীমপুৰ আহি আছো। পোষ্টটোৰ শেষৰ ফালে আৰু। কমেণ্টত ঠাই আৰু ফোন নম্বৰ দি দিছো। আহিলে লগ পাম আপোনাক।
এতিয়া আহো আচল কথালৈ। কণীৰ কুহুমটোক লৈ ইমান হৈ-হাল্লা কৰাৰ প্ৰয়োজন নাই আচলতে। এনেই ভিলেইন বনাই থোৱা হৈছে বেচেৰাটোক। হাঁহৰ হওক বা মুৰ্গীৰ, লোকেল হওক ফাৰ্মৰ; ই যথেষ্ট পুষ্টিকৰ খাদ্যহে আচলতে। বাকী কলেষ্টেৰলৰ কথা ভাবি যদি ভয় খাইছে, তেন্তে দুটামান কথা মনত ৰাখক।
- কলেষ্টেৰল শৰীৰৰ বাবে বহুত জৰুৰী উপাদান, সদায় বহুত পৰিমানৰ কলেষ্টেৰল শৰীৰত প্ৰয়োজন হয়।
- সেয়েহে লিভাৰে সদায় বহুত পৰিমানে কলেষ্টেৰল গঠন কৰে।
- আপুনি যদি কণী বা কণীৰ কুহুম খায়, তেন্তে যথেষ্ট কম পৰিমানে কলেষ্টেৰল শৰীৰে পায়। লিভাৰটোৱে সেইদিনাখন সিমানখিনি কলেষ্টেৰল কমকৈ বনায়।
- ফেটি লিভাৰ হ’লে কণী খাব ভয় কৰে কিছুমানে। পাছে কণীত থকা Choline নামৰ উপাদানবিধ ফেটি লিভাৰ ভাল কৰাৰ বাবে বহুত জৰুৰী।
- লগতে জানি থওক যে কণীত যথেষ্ট পৰিমানে প্ৰ’টিন, উপকাৰী চৰ্বী, ভিটামিন, মিনাৰেল থাকে।
সেয়েহে মোক যদি কণীৰ কথা শুধে, তেন্তে মই ক’ম, “চানডে হো য়া মানডে, ৰোজ খাও অণ্ডে”!!
🍳 🥚 🍳 🥚 🍳 🥚 🍳 🥚 🍳 🥚 🍳 🥚 🍳 🥚 🍳 🥚
#নাৰায়নপুৰ_আৰু_লক্ষীমপুৰলৈ_আহি_আছো
আপোনালোকৰ বাবে আমি অহা 11, 12, 13, 14 আৰু 15 মে' তাৰিখে পুনৰ উপস্থিত থাকিম নাৰায়নপুৰ আৰু লক্ষীমপুৰত
ইতিমধ্যে এপ’ইন্টমেন্ট বুকিং আৰম্ভ হৈছে। সীমিত সংখ্যক ৰোগীহে চোৱা হ’ব বাবে, আগ্ৰহী সকলোকে অনুৰোধ কৰা হৈছে—
📞 দিয়া নাম্বাৰত যোগাযোগ কৰি আগতেই নিজৰ এপ’ইন্টমেন্ট নিশ্চিত কৰক।
*নাৰায়নপুৰ*
📍 স্থান:- আৰোগ্যম মেডিকেল হল।
নাৰায়নপুৰ
🗓️ তাৰিখ আৰু সময়:
➡️ 11 মে' — দুপৰীয়া 2:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
➡️ 12 মে' — ৰাতিপুৱা 10:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
📞 এপ’ইন্টমেন্টৰ বাবে যোগাযোগ কৰক: 9365366061/9854166355/9954275743
*লক্ষীমপুৰ*
স্থান- বালাজি মেডিক’জ (Balaji Medicos), CD Road, North Lakhimpur, Near Bogee Bread & Biscuits
🗓️ তাৰিখ আৰু সময়:
➡️ 13 মে' — দুপৰীয়া 2:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
➡️ 14 মে' — ৰাতিপুৱা 10:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
➡️ 15 মে' — ৰাতিপুৱা 10:00 বজাৰ পৰা সন্ধিয়া 6:00 বজালৈ
📞 এপ’ইন্টমেন্টৰ বাবে যোগাযোগ কৰক: 7086157956/9954854860
✅ বিশেষ সুবিধা:
প্ৰয়োজন অনুসৰি ৰোগীৰ বাবে ব্যক্তিগত Diet Plan প্ৰস্তুত কৰা হ’ব—
য’ত বিবেচনা কৰা হ’ব:
• বয়স
• লিংগ
• ওজন
• বৰ্তমান বেমাৰ
• লেবৰেটৰী ৰিপ’ৰ্ট
ইয়াৰ লগতে, সঠিক ব্যায়ামৰ পৰামৰ্শও দিয়া হ’ব (সামান্য মাচুলত)।
💙 আপোনাৰ স্বাস্থ্যই আমাৰ প্ৰথম অগ্ৰাধিকাৰ।
সময়তে পৰামৰ্শ লওক, সুস্থ জীৱনৰ দিশে এটা দৃঢ় পদক্ষেপ লওক।
ওজন কমোৱাৰ সহজ উপায়
09/05/2026
#নাৰায়নপুৰলৈ_আহি_আছো
স্বাস্থ্যই হৈছে জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ। সুস্থ শৰীৰ আৰু সুস্থ মন গঢ়ি তুলিবলৈ নিয়মীয়া শৰীৰ চৰ্চাৰ কোনো বিকল্প নাই। এই উদ্দেশ্যক সন্মুখত ৰাখি পানবাৰী ( #নাৰায়ণপুৰ), বিহপুৰীয়া ৰোড, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সমীপত পুৰুষ আৰু মহিলা উভয়ৰে বাবে আধুনিক সুবিধাসম্পন্ন “ (Unisex Gym)” নামেৰে এটি নতুন শৰীৰ চৰ্চা কেন্দ্ৰ শুভ উদ্বোধন কৰিবলৈ লোৱা হৈছে।
📅 তাৰিখ: ১১ মে’ ২০২৬, সোমবাৰ
⏰ সময়: দিনৰ ১১ বজাত
এই শুভক্ষণত উপস্থিত থাকিব আপোনালোকৰ সকলোৰে অতি পৰিচিত তথা জনপ্ৰিয়
✨ ডাঃ (মেজৰ) দিপম কুমাৰ বৰ্মন (দেৱোত্তম অসম) ✨
তেওঁৰ উপস্থিতিয়ে অনুষ্ঠানখনক অধিক গৌৰৱান্বিত কৰি তুলিব বুলি আমি বিশ্বাসী।
এই জিমখনত পুৰুষ আৰু মহিলা উভয়ৰে সুবিধাৰ কথা মনত ৰাখি আধুনিক ব্যায়াম সঁজুলি, সুস্থ পৰিবেশ আৰু নিয়মীয়া ফিটনেছ গাইডেন্সৰ ব্যৱস্থা কৰা হৈছে, যাতে সকলো বয়সৰ লোকে নিজৰ স্বাস্থ্য সচেতন জীৱনশৈলী গঢ়ি তুলিব পাৰে।
সকলো শুভাকাংক্ষী, স্বাস্থ্যসচেতন ব্যক্তি, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলবাসীক উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানখন সফল কৰি তুলিবলৈ আন্তৰিকভাৱে আমন্ত্ৰণ জনোৱা হ’ল। 🙏
07/05/2026
মাজে মাজে ধেমালিও কৰিব লাগে, নহয় জানো? অনুৰাগী এজনে মই CPR শিকাই থকা ফটো এখনৰ পৰা এনেকৈ বনাই দিয়া ফটো খন মোৰ খুবেই ভাল লগা বাবে সকলোৰে লগত share কৰিলো। মোৰ miniature কেইটাতকৈ মই বেছি মৰম লগা নহয় জানো!😂
07/05/2026
এই পৱিত্ৰ ঠাইখিনি চিনি নোপোৱা মানুহ চাগে অসমত খুব কম ওলাব।
জুবিন ককাইদেওৰ আশীষ শিৰত তুলি লৈ যোৱা ১মে’ ২০২৬ তাৰিখে আমি অৰ্থাৎ Devottom Foundation-ৰ সমুহ সদস্যই, সমগ্ৰ অসমত First Aid & CPR-ৰ প্ৰশিক্ষণৰ দ্বাৰা “স্বাস্থ্য সৈনিক” নিৰ্মানৰ যি প্ৰচেষ্টা হাতত লৈছো, তাৰে #প্ৰথম_দিন হিচাপে আমি এই কামৰ আৰম্ভনি এই পৱিত্ৰ ঠাইৰ পৰাই আৰম্ভ কৰিলো। দুদিনমান আগত গৰিমা বৌৱেও আমাক মেছেজযোগে শুভেচ্ছা জনাইছিল। সেইদিনাখনৰ সেই অনুষ্ঠানটোৰ বাবে অনুমতি দিয়াৰ বাবে “জুবিন ক্ষেত্ৰ”ৰ সকলো কৰ্তৃপক্ষক তথা প্ৰশিক্ষণত থাকি জীৱন ৰক্ষাৰ বিভিন্ন তথ্য মন দি শুনা সকলো ৰাইজক হৃদয়ৰ পৰা ধন্যবাদ জনালো। এতিয়া আমি অসমৰ সকলোতে যাম, মানে আপোনাৰ ওচৰলৈকো আহিম।
“জয় জুবিন দা”
07/05/2026
#নাৰায়নপুৰ_আৰু_লক্ষীমপুৰলৈ_আহি_আছো
আপোনালোকৰ বাবে আমি অহা 11, 12, 13, 14 আৰু 15 মে' তাৰিখে পুনৰ উপস্থিত থাকিম নাৰায়নপুৰ আৰু লক্ষীমপুৰত
ইতিমধ্যে এপ’ইন্টমেন্ট বুকিং আৰম্ভ হৈছে। সীমিত সংখ্যক ৰোগীহে চোৱা হ’ব বাবে, আগ্ৰহী সকলোকে অনুৰোধ কৰা হৈছে—
📞 দিয়া নাম্বাৰত যোগাযোগ কৰি আগতেই নিজৰ এপ’ইন্টমেন্ট নিশ্চিত কৰক।
*নাৰায়নপুৰ*
📍 স্থান:- আৰোগ্যম মেডিকেল হল।
নাৰায়নপুৰ
🗓️ তাৰিখ আৰু সময়:
➡️ 11 মে' — দুপৰীয়া 2:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
➡️ 12 মে' — ৰাতিপুৱা 10:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
📞 এপ’ইন্টমেন্টৰ বাবে যোগাযোগ কৰক: 9365366061/9854166355/9954275743
*লক্ষীমপুৰ*
স্থান- বালাজি মেডিক’জ (Balaji Medicos), CD Road, North Lakhimpur, Near Bogee Bread & Biscuits
🗓️ তাৰিখ আৰু সময়:
➡️ 13 মে' — দুপৰীয়া 2:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
➡️ 14 মে' — ৰাতিপুৱা 10:00 বজাৰ পৰা সন্ধিয়া 8:00 বজালৈ
➡️ 15 মে' — ৰাতিপুৱা 10:00 বজাৰ পৰা সন্ধিয়া 6:00 বজালৈ
📞 এপ’ইন্টমেন্টৰ বাবে যোগাযোগ কৰক: 7086157956/9954854860
✅ বিশেষ সুবিধা:
প্ৰয়োজন অনুসৰি ৰোগীৰ বাবে ব্যক্তিগত Diet Plan প্ৰস্তুত কৰা হ’ব—
য’ত বিবেচনা কৰা হ’ব:
• বয়স
• লিংগ
• ওজন
• বৰ্তমান বেমাৰ
• লেবৰেটৰী ৰিপ’ৰ্ট
ইয়াৰ লগতে, সঠিক ব্যায়ামৰ পৰামৰ্শও দিয়া হ’ব (সামান্য মাচুলত)।
💙 আপোনাৰ স্বাস্থ্যই আমাৰ প্ৰথম অগ্ৰাধিকাৰ।
সময়তে পৰামৰ্শ লওক, সুস্থ জীৱনৰ দিশে এটা দৃঢ় পদক্ষেপ লওক।
Sri Sri Uttar Kamalabari Satra
Majuli
07/05/2026
অহা ১৩,১৪আৰু ১৫ মে ২০২৬, বুধ , বৃহস্পতি আৰু শুক্ৰ বাৰে উত্তৰ লক্ষীমপুৰলৈ পুনৰ আহি আছো।
লগ পাবলৈ যোগাযোগ কৰক- 7086157956/9954854860
স্থান-বালাজি মেডিক’জ (Balaji Medicos), CD Road North Lakhimpur,Near Bogee Bread & Biscuits
Date- 13,14 & 15 May 2026.
(বালাজি মেডিক’জ আৰু আৰ কে পায়নিয়াৰ ডায়েগ্নষ্টিক চেণ্টাৰ ৰ উদ্যোগত লক্ষীমপুৰ চহৰলৈ আহি আছো।)
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Harmony Apartment, Plot 6B, Dwarka Sector 23
Delhi
110075