G.K everything

G.K everything

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from G.K everything, Educational consultant, Darrang.

22/12/2025
16/11/2024

দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ মাজত চলিত টি২০ চিৰিজৰ আজি (দক্ষিণ আফ্ৰিকাৰ) জোহান্সবাৰ্গত অনুষ্ঠিত চতুৰ্থ তথা অন্তিমখন খেলত ভাৰতে বহুকেইটা ৰেকৰ্ডৰ স্থাপন কৰে।

➡️ বিদেশৰ মাটিত সৰ্বোচ্চ ৰাণ (২৮৩) সংগ্ৰহ । ইয়াৰ আগতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২৪৪ ৰাণ কৰিছিল।

➡️ জোহান্সবাৰ্গত শ্ৰীলংকাই পূৰ্বতে কৰা ২৬০ ৰাণৰ ৰেকৰ্ড ভংগ কৰি ভাৰতে এক উইকেটৰ বিনিময়ত ২৮৩ ৰাণ কৰে ।

➡️ আজি ভাৰতে এটি ইনিংছত সৰ্বাধিক (২৩ টকা) ছিক্স কোবায় ।

➡️ এটা ইনিংছত পোন প্ৰথমবাৰৰ বাবে এটি দলৰ দুগৰাকী খেলুৱৈয়ে শতক অৰ্জন কৰে । আজি সঞ্জু চেমচনে ৫৬ টা বলত ১০৯ ৰাণ কৰাৰ বিপৰীতে তিলক বাৰ্মাই ৪৭ টা বলতে ১২০ ৰাণ কৰি অবিজিত হৈ ৰয়।

➡️ তিলক বাৰ্মা আৰু সঞ্জু চেমচনে দ্বিতীয় উইকেটত সৰ্বোচ্চ (অবিজিতভাৱে) ২১০ ৰাণ কৰে ।

➡️ সঞ্জু চেমচনে এটা বৰ্ষতে টি২০ ক্ৰিকেটত তিনিটাকৈ শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী খেলুৱৈ হোৱাৰ কৃতিত্ব অৰ্জন কৰে ।

08/10/2023

১৯ এছিয়ান গেমছত ভাৰতৰ ৬৫৫ জনীয়া দলটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন সোণ-২৮,ৰূপ-৩৪,ব্ৰঞ্জ-৪১
২০ সংখ্যক এছিয়ান গেমছ জাপানত হব।

27/09/2023

অসমত মুঠ কিমানখন ৰাষ্ট্ৰীয় অভয়াৰণ্য আছে ?

26/09/2023

এচিয়ান গেমছত সোনৰ পদক লাভ কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?

25/09/2023

এদিনীয়া ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ সৰ্বাধিক ৰাণ কিমান ?

24/09/2023

কোন গৰাকী বিখ্যাত ব্যক্তিৰ ছদ্ম নাম কুইজ ?

24/09/2023

অসমৰ উপন্যাস সম্ৰাট বুলিলে কোনগৰাকী সাহিত্যিকক জানো ?

21/09/2023

দ্বিতীয়খন অসমীয়া বোলছবিৰ নাম কি ?

21/09/2023

Important G.K....

Want your school to be the top-listed School/college in Darrang?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Darrang