NEDS Technical Institute Computer Centre Panbari
Vill- Panbari Habi ( Near of Panbari out Post) P/O- Bhakatpara, Dist- Darrang (Assam)
Urgent Requirement for Receptionest
Post: 1No's
Location:- Panbari Habi, (Near of Panbari Out Post)
P/O- Bhakatpara,
Dist.- Darrang (Assam)
Experience: Minimum 1 Year of experience in any Institute.
Contact Number:- 6002896590/ 6001230346/9101694588
19/02/2024
নতুন চিন্তা আৰু নতুন উদ্যমেৰে ২০২৪-২৫ বৰ্ষৰ কম্টিউটাৰ আৰু নতুন কৈ সংযোজিত পেৰামেডিকেলৰ নামভৰ্তী চলি আছে। জনাবলৈ পাই সুখি হৈছো যে এইবৰ্ষৰ কম্পিউটাৰৰ নামভৰ্তী সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে🙏🏻
যোগাযোগ নম্বৰ:- 6002896590/6001230346/9101694588
Urgent Requirement for Computer Teacher
Post: 1No's
Location:- Panbari Habi, (Near of Panbari Out Post)
P/O- Bhakatpara,
Dist.- Darrang (Assam)
Experience: Minimum 1 Year of experience in Computer Teaching.
Contact Number:- 6002896590
13/07/2023
সকলোৰে সহায় সহযোগিতাত আজি ১৩/০৭/২০২৩ তাৰিখে NEDS Technical Institute Panbari Centre টি শুভ উদ্বোধনী কৰোঁ। আজিৰ কাৰ্যসূচীত উপস্থিত থকা সকলো গণ্য ব্যক্তি সকলক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আমাক এনেদৰে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ।। ধন্যবাদ।।
30/06/2023
*নমস্কাৰ*
সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। পানবাৰী আৰক্ষী চকীৰ নিচেই সমিপতে NEDS Technical Institute নামেৰে এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰা হৈছে। যান্ত্ৰিকতাৰ যোগত কম্পিউটাৰ শিক্ষাৰ অন্যতম সমল হৈ পৰিছে।আশা কৰা হৈছে কলাইগাওঁ পূৱ অঞ্চলৰ লগতে পানবাৰী বৃহৎৰ এলেকাত এই প্ৰয়াসে বহুতো ছাত্র-ছাত্রীৰ এটিৰ সপোন পূৰনৰ দিশে আগুৱাই যাবলৈ সক্ষম হব। ইতিমধ্যে ২০২৩-২৪ বৰ্ষৰ বিভিন্ন পাঠ্যক্ৰমৰ নামভৰ্তী প্ৰক্ৰিয়া চলি আছে, সেয়েহে আপোনাসব সকলোৰে সহায়-সহযোগীতা /দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছো।
অধিক জানিবৰ বাবে তলত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰুধ জনালো।
6001230346/6002896590/8099612382/8453628256
15/06/2023
Interested candidates Can Contact Us.
Any queries. 6002896590/6001230346/6361022672
14/06/2023
নমস্কাৰ গ্ৰহণ কৰিব....
পানবাৰী আৰক্ষী চকীৰ নিচেই সমিপতে *NEDS TECNICAL INSTITUTE* নামেৰে এটি কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ কৰাৰ প্ৰয়াস দিশে অগ্ৰগতি কৰিছো। আশা কৰিছো এই প্ৰয়াসে বহুতো ছাত্র-ছাত্রীৰ এটি সপোন পূৰণৰ দিশে আগুৱাই যাবলৈ সক্ষম হব! ইতিমধ্যে বিভিন্ন পাঠ্যক্ৰমৰ বাবে নামভৰ্তীৰ *প্ৰ-প্ৰত্র* দি থকা থকা হৈছে! সেয়েহে আপোনালোক সকলোৰে সহায় সহযোগীতা আন্তৰিকতাৰে কামনা কৰিছো🙏🏻
অধিক জানিবৰ বাবে তলত উল্লেখ কৰা ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনালো............
ধন্যৱাদ🙏🏻
ঠিকনা:-
স্থান:- পানবাৰী হাবি
ডাক:- ভাকতপাৰা
জিলা:- দৰং (অসম)
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Darrang
784190
Opening Hours
| Monday | 10am - 4pm |
| Tuesday | 10am - 4pm |
| Wednesday | 10am - 4pm |
| Thursday | 10am - 4pm |
| Friday | 10am - 4pm |
| Saturday | 10am - 4pm |
| Sunday | 9am - 5pm |