Jagaran
Jagaran is a trust mainly focusing on Education. Our aim is to educate children.
15/02/2024
সকলো HSLC পৰীক্ষাৰ্থী লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
15/12/2022
দৰং জিলা জাগৰণ মঞ্চৰ সাধাৰণ সম্পাদক (যুটীয়া) ইক্ৰামূল হক যোৱাৰাতি দুৰ্ঘটনাত পতিত হৈ বৰ্তমান GNRC ত চিকিৎসাধীন। মূৰত প্ৰচণ্ড আঘাত পোৱা হেতুকে অৱস্থা খুবেই সংকটজনক অৱস্থাত ICU ত ৰখা হৈছে। তেখেতৰ আশু আৰোগ্য কামণা কৰিলোঁ।
11/12/2022
দলগাওঁ বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলী ডাঙৰীয়াৰ সহধৰ্মিনীৰ আকস্মিক মৃত্যুত আমি জাগৰণ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছোঁ। লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। মহান সৃষ্টিকৰ্তাই তেখেতৰ পূণ্যাত্মাৰ চিৰশান্তিৰ বাবে জান্নাত নচিব কৰক।
আমিন🤲
। শৈক্ষিক জাগৰণ মঞ্চ।
05/06/2022
বহুদিনৰ বিৰতিৰ পিছত পুনৰ সক্ৰিয় জাগৰণ। আজি দৰং জিলা সমিতি গঠণৰ পিছত নৱাগত সকলৰ কেইটামান স্থিৰ আলোকচিত্ৰ।
জয় জাগৰণ।
সকলো টেট উত্তীৰ্ণ প্ৰাৰ্থীলৈ অভিনন্দন।
08/12/2021
Deeply saddened by tragic and untimely demise of CDS Gen , his wife & other colleagues in helicopter crash. He will be remembered as a brave soldier who served motherland with exemplary devotion & courage. Condolences to all affected families and members in Armed forces.
15/09/2021
চাকৰি জীৱনৰ শেষ সময়চোৱাত বৰুৱাঝাৰ হাইস্কুল তথা বৃহত্তৰ অঞ্চলটোৰ বাবে আন এক বৃহৎ উপহাৰ আগবঢ়ালে আপুনি। হাইস্কুল খনক হায়াৰ চেকেণ্ডেৰীলৈ উন্নীত কৰাত আপোনাৰ কষ্ট, ত্যাগক আমি নাপাহৰো। অভিনন্দন । আপুনি সফল হৈছে।
11/09/2021
কাইলৈ অনুষ্ঠিত হব লগা োকসেৱা_আয়োগৰ আৰু আজি অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ সকলো পৰীক্ষাৰ্থীলৈ সুৱেচ্ছা থাকিল।
"শিক্ষক হৈছে এক চিৰপ্রজ্জ্বলিত বন্তি, যাৰ জ্যোতিয়ে আলোকিত কৰে এখন সমাজ, এটা জাতি।"
আজিৰ এই পবিত্ৰ দিনত শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক জনাইছোঁ সহস্ৰ শ্ৰদ্ধা আৰু অভিনন্দন💐।
02/09/2021
CMO ASSAM
Himanta Biswa Sarma
Ranuj Pegu
Click here to claim your Sponsored Listing.
Category
Contact the school
Telephone
Address
Darrang
784115