Great Destiny
through this page we shall try to motivate people, students and to help in their studies by providing valuable information, notes , pdf books etc
05/04/2026
সময় থাকোঁতে মানুহক চিনি ল’ব লাগে, কাৰণ সময় পাৰ হৈ যোৱাৰ পিছত কেৱল স্মৃতিহে বাকী ৰয়।
04/04/2026
কথাখিনি তিতা হ’লেও সত্য! (Some Bitter Truths)
১/ আটাইতকৈ বেছি গুৰুত্ব দিয়া মানুহজনেই এদিন আটাইতকৈ বেছি অৱহেলা কৰিবলৈ শিকে।
২/ যিজন সন্তানে ঘৰৰ সকলো দায়িত্ব লয়, তেওঁৰ ভাগতেই সদায় দোষবোৰ বেছিকৈ পৰে।
৩/ আপুনি যাৰ বাবে নিজক সলনি কৰি পেলাব, তেওঁৱেই এদিন ক'ব— "তুমি আগৰ দৰে হৈ থকা নাই।"
৪/ দৰিদ্ৰতাই যিমান শিকাব পাৰে, ডিগ্ৰীধাৰী শিক্ষাই সিমান শিকাব নোৱাৰে।
৫/ যিজন পুত্ৰই মাক-দেউতাকক বৃদ্ধাশ্ৰমত থৈ আহে, তেৱেই সমাজত নিজক আটাইতকৈ ডাঙৰ শিক্ষিত বুলি পৰিচয় দিয়ে।
৬/ বিপদৰ সময়ত ছাঁটোৱেও লগ এৰে, কিন্তু যিজন মানুহে নিঃস্বাৰ্থভাৱে ভাল পায়, তেওঁ সদায় কাষত থাকে।
৭/ বেছি মৰম কৰা সন্তানটোৱেই প্ৰায়ে মাক-দেউতাকৰ চকুলোৰ কাৰণ হৈ পৰে।
25/11/2025
Good evening
25/11/2025
Good afternoon
What a beautiful village view.
অসমৰ চৰাঞ্চলৰ মানুহৰ যাতায়ত ব্যৱস্থা
13/08/2025
🛑 বিবাহৰ পাছত পুৰুষৰ ধ্বংস অনিৱাৰ্য! ✅
কাৰণ,
📢 পত্নীৰ মন ৰক্ষা কৰিব খুজিলে মাকৰ অভিশাপ লাগে!
📢 আৰু মাকৰ মন ৰক্ষা কৰিব খুজিলে পত্নীৰ অভিশাপ লাগে!
👉 দুয়োপাশৰ অভিশাপেৰে যেতিয়া পুৰুষে জীৱনত একো কৰিব নোৱাৰে,
🎈 শেষত সন্তানৰ অভিশাপেৰে পুৰুষৰ মৃত্যু হয়!
03/07/2025
অভিনন্দন_গৌৰৱময়_খবৰ
আমাৰ গাঁৱৰ গৰ্ব কামৰান আকমল চৌধুৰীয়ে জৱাহৰ নৱোদয় বিদ্যালয়, দৰংত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিছে। এই সফলতা কেৱল তেওঁৰ নিষ্ঠা আৰু অধ্যৱসায়ৰ ফল নহয়— তাৰ পৰিয়ালৰ সহানুভূতি, নৈতিক মূল্যবোধ আৰু অব্যাহত উৎসাহৰ এক ফল।
কামৰানৰ পৰিয়াল, আমাৰ গাঁৱৰ আটাইতকৈ শিক্ষিত, ভদ্ৰ, সহানুভূতিশীল আৰু সমাজসেৱাত আগভাগ লোৱা পৰিয়াল। মোৰ দৰে বহু দিশহীন, অসহায় ছাত্ৰ-ছাত্ৰীয়ে এই পৰিয়ালৰ সহায় আৰু mentorshipৰ ফলত নতুন দিশ পাইছে। এনে পৰিয়ালৰ ল'ৰা ছোৱালী সফল হবয়ে।
বিশেষকৈ তাৰ দাদা কাউচাৰ মাছুদ চৌধুৰীৰ ত্যাগ আৰু সংগ্রাম এক অনুপ্ৰেৰণাৰ কাহিনী। নিজৰ দুখ-কষ্টক পিছ পেলাই, তেওঁ নিজৰ ভাই-ভনীক আগবাঢ়ি নিয়াৰ বাবে দিন-ৰাতি পৰিশ্ৰম কৰিছে।
এই পৰিয়ালটোৰ গৰিমা আৰু সহানুভূতি গাঁৱৰ সকলোৰে বাবে এক আশাৰ বতৰা।
কামৰান, তুমি সফল হোৱা মানেই হৈছে আমাৰ সমাজৰ এটি জয়। এই অনন্য সফলতাৰ বাবে তোমাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। তোমাৰ আগলৈ যাত্ৰা সুখময় আৰু আৰু সুন্দৰ হওঁক তাৰে কামনা কৰিলোঁ।
03/06/2025
👉Facebook ৰ পৰা সংগৃহীত।
মানুহ ফুলৰ দৰে সুকোমল হৈ
পৃথিৱীলৈ আহে!
কিন্তু বাস্তৱতাই পুৰি
ইটাৰ দৰে কঠিন কৰি তোলে.... Copied
সফলতা সহজে নাহে, কিন্তু ই অতি মূল্যৱান।
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Darrang
Opening Hours
| Monday | 9am - 11:25pm |
| Tuesday | 9am - 5pm |
| Wednesday | 9am - 5pm |
| Thursday | 9am - 5pm |
| Friday | 9am - 5pm |
| Saturday | 9am - 5pm |