The Talks
Welcome to “The Talks”, a fully registered web portal under the Company Act, with registration number U63910AS2025PTC027572.
Our portal name is also a registered trademark, ensuring our commitment to authenticity.
🛑ক্ষন্তেক সময় পূৰ্বে বৰপাৰাস্থিত এ’পল্লো ক্লিনিকৰ সন্মুখত দুৰ্ঘটনা।
🛑 নিয়ন্ত্ৰণ হেৰুৱাই ৰৈ থকা বাহনত খুন্দা মাৰে বাইক খনে। বাইক খনত থকা দুজন আৰোহী গুৰুতৰভাৱে আহত
যাৰ ওপৰত খং বেছি তাৰ ওপৰত মৰম বেছি !
এই বাক্য ইতেশ বৰদলৈৰ সাংসদ ফনী ভূষণ চৌধুৰীলৈ !
08/06/2026
আপোনালোকক অতি আনন্দেৰে জনাব বিচাৰিছো যে যোৱা দুবছৰৰ দৰে এইবেলিও আমি বৰপাৰা নৱজেউতি ক্লাবে অহা জুলাই মাহৰ ২,৩ আৰু ৪ তাৰিখে অসম ৰত্ন লুইতকণ্ঠ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ কৰ্মশালা অনুষ্ঠিত কৰিবলৈ ওলাইছো । আসন যিহেতু সীমিত সেয়ে আগতীয়াকৈ যোগাযোগ কৰিবলৈ অনুৰোধ কৰিলোঁ 🙏🏻। যোগাযোগ: 9864116885, 9706920377, 8638655397
08/06/2026
গীতাল নাট্যশালাৰ উদ্যোগত দহদিনীয়া নাট কৰ্মশালা৷
তাৰিখ:৮জুলাইৰ পৰা ১৭জুলাই ২০২৬লৈ৷
সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক ৯৯৫৭১১৬১৪০
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Bongaigaon
783380