NE ASSAM 24
নিৰপেক্ষ নিৰ্ভীক সংবাদৰ সৈতে, সত্য আৰু তথ্যমূলক বাতৰিলৈ সদায় জনগণৰ মাজত আমি।
NE ASSAM 24
07/06/2026
ৰাজ্যত ভূমিকম্পৰ প্ৰৱল জোকাৰণি
03/06/2026
অখিল গগৈৰ মাতৃৰ দেহাৱসান। গুৱাহাটীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে মাতৃ প্ৰিয়দা গগৈয়ে।
27/05/2026
এখন সমাজ য’ত হিন্দু মুছলিম নহয়, কেৱল মানুহে বাস কৰে৷ ধন্যবাদ মন্দিয়া আৰক্ষী চকীৰ আৰক্ষী বিষয়া মাইনা দাসলৈ৷ কিছুদিন পূৰ্বে অঞ্চলটিৰ এখন মছজিদৰ পানীৰ মটৰটো চোৰে চুৰি কৰি নিয়ে৷ আৰক্ষীয়ে বহু বিচাৰ খোচাৰ কৰি চোৰৰ সন্ধান লাভ নকৰিলে৷ অৱশেষত আৰক্ষী বিষয়া মাইনা দাসে নিজৰ টকাৰে এটা পানীৰ মটৰ কিনি মছজিদত দান দিয়ে৷ এইসকল কেৱল মানুহ নহয়, প্ৰকৃত অন্তৰাত্মাৰ এজন মহামানৱ৷
20/05/2026
শপত গ্ৰহণৰ পিছত পোন প্ৰথমবাৰ জুবিন ক্ষেত্ৰত এইদৰে দেখা গ'ল মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।
20/05/2026
🚨 ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
♦️ পশ্চিমবংগৰ গৰু বজাৰত হিন্দু লোকে গৰু বিক্ৰী কৰিবলৈ গৈ বিপদত!
♦️ মুছলমান লোকে কোৰবানীৰ বাবে গৰু নিকিনাৰ বাবে সিদ্ধান্ত গ্ৰহণ।
18/05/2026
কোকৰাঝাৰৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হয়।
10/05/2026
📌ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ শপত বাক্য পাঠ কৰি চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজয় থালাপতিয়ে
Breaking news
শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্রনাথ ৰথক গুলীয়াই হত্যা
05/05/2026
জিতেন্দ্ৰ সিঙৰ অসমৰ তত্বাৱধায়ক পদৰ পৰা পদত্যাগ
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Address
Basugaon, Ward No/3, ASEB Road
Bongaigaon
783372