BNG Express

BNG Express

Share

বঙাইগাঁৱৰ এটা উল্লেখযোগ্য আঞ্চলিক সংবাদ প্রতিষ্ঠান হল BNG EXPRESS। এই সংবাদ প্রতিষ্ঠানটি বঙাইগাঁৱৰ সাম্প্রতিক ঘটনাবলী আৰু স্থানীয় খবৰৰ প্রতিবেদন প্রকাশ করে।

17/03/2026

আপোনাৰ সন্তানক ডক্তৰ বা ইঞ্জিনিয়াৰ বনাব বিচাৰে নেকি ।

আপোনাৰ সন্তানক সু-শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াব অভয়াপুৰী science city academy য়ে।

বিগত কেইটামান বছৰ ধৰি শিক্ষাৰ্থী আৰু ৰাইজৰ মাজত সু-নাম কঢ়িয়াবলৈ সক্ষম হৈছে অভয়াপুৰী science city academy.

আমাৰ ঠিকনা: অভয়াপুৰী,নয়াপাৰা যোগাযোগ নম্বৰ: 9954080069

17/03/2026

🚨জেলত যোৱাৰ ভয়ত ৰাতি টোপনি নোহোৱা হৈছে ইঞ্জামামোলৰ !
,আজি লাইভত আহি ক্ষমা খুজি কান্দি আছে লম্পট ইঞ্জামামুল !

16/03/2026

বঙাইগাওঁ জিলাৰ বদিবজাৰত বোৱাৰী নিৰ্যাতন ।

বদি বজাৰৰ মাজমজিয়াত বোৱাৰীক মাৰপিট কৰে স্বামী ঘৰৰ পৰিয়ালে ।

16/03/2026

ফকোৰুদ্দিন আহাম্মেদ মেডিকেল কলেজৰ নাম পৰিবৰ্তন কৰাক লৈ বঙাইগাঁ‌ও জিলা আমছুৰ প্ৰতিক্ৰিয়া।

15/03/2026

বঙাইগাঁৱত সন্দেহযুক্ত নাগৰীকক লৈ ৰাইজৰ সংবাদমেল

বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও বদি বজাৰক অশান্তি কৰি ৰাখিছে এজন সন্দেহযুক্ত নিষিদ্ধ মাংসৰ বেপাৰী খাইৰুল হকে

কি কি কৰা নাই সন্দেহযুক্ত নিষিদ্ধ মাংসৰ বেপাৰী খাইৰুল হকে , জানিবলৈ চাওঁক আমাৰ এই প্ৰ্তিবেদন ।

14/03/2026

দুই সন্তানৰ মাতৃয়ে আন এগৰাকী মহিলাক বিয়া পাতাৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰ্চণ্ড মাৰপিটৰ ঘটনা স্ংঘটিত হয় ।

14/03/2026

হাতত চোকা ৰোড লৈ মাৰপিট কৰাৰ চেষ্টা একাংশৰ ।

বঙাইগাওঁ জিলাৰ নিউ বঙাইগাওঁ বদি বজাৰত মাৰপিটৰ ঘটনা সংঘটিত হয় ।

11/03/2026

মাক্ৰি জৰাত সোপাধৰাক লৈ এক আতংকৰ সৃষ্টি হৈছে।

ৰাইজ কেতিয়া সজাক হব ?
সোপাধৰাৰ ভুৱা ভিডিঅ’ ছচিয়াল মিডিয়াত প্ৰ্চাৰ নকৰিব ।

08/03/2026

হাটছিংগিমাৰীত সোপা ধৰাৰ নাম লৈ মহিলাক নিৰ্যাতন ।
অসমত কি চলি আছে সোপা ধৰাৰ নামত ?
অসম চৰকাৰ আৰু প্ৰশাসন কি ব্যবস্থা গ্ৰ্হন কৰে সেয়া সময়ত হ্ব লক্ষনীয়।

27/02/2026

ড্ৰাগজ কিনিবলৈ আহি মৃত্যু যুবকৰ ।

মৃত্যুক কেন্দ্ৰ কৰি এক হুলস্থূল পৰিবেশৰ সৃষ্টি হয়

27/02/2026

দোষমুক্ত হ'ল অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ'দিয়া। ৰাউজ এভিনিউ আদালতৰ ক্লীনশ্বীটৰ পাছতে আৱেগিক হৈ পৰিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।

25/02/2026

নিউ বঙাইগাঁও আৰকক্ষী চকীৰ সন্মুখত ভুত্তভুগিৰ প্ৰতিবাদ।

Want your business to be the top-listed Media Company in Bongaigaon?
Click here to claim your Sponsored Listing.

Category

Website

Address


Bongaigaon
783380