Ajoy Kumar Ray
MLA- 33 No, Bijni LAC. State Secretary - BJP Assam Pradesh.
| সেৱাই সংগঠন |
सत्यमेव जयते
28/09/2024
28/09/2024
ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ ভগৎ সিঙৰ পৱিত্ৰ জয়ন্তীত সশ্ৰদ্ধ প্ৰণাম...
26/09/2024
ঐতিহাসিক বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা ও মেলা প্ৰতিগৰাকী বিজনী বাসী ৰাইজৰ বাবে আবেগ ।
বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা ও মেলাৰ সৈতে সংগতি ৰাখি আজি বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হওঁ ।
শ্ৰী শ্ৰী লক্ষ্মী পূজা ও মেলাখন যাতে আমি সকলোৱে মিলি সুকলমে অতিবাহিত কৰিব পাৰোঁ ; তাৰে বাবে সমূহ বিজনী বাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ ।
Himanta Biswa Sarma
BJP Assam Pradesh
26/09/2024
যোৱাকালি "অন্ত্যোদয়া দিৱস" উপলক্ষে ভাৰতীয় জনতা পাৰ্টি , সুবাইঝাৰ মণ্ডলৰ অন্তৰ্গত ৮৭ নং বুথত আয়োজিত মহান ৰাষ্ট্ৰবাদী নেতা পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ জন্মদিৱস উদযাপন অনুষ্ঠানত উপস্থিত হৈ পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ প্ৰতিচ্ছবিত পুষ্পঞ্জলি অৰ্পন কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰোঁ ।
Narendra Modi
Himanta Biswa Sarma
BJP Assam Pradesh
MyGovIndia
MyGov Assam
26/09/2024
Today Bharatiya Janata Yuva Morcha, Chirang district organized the 'Membership Abhiyan-2024' program of Bijni College. Many students accepted BJP membership in this membership drive program.
Narendra Modi
Himanta Biswa Sarma
BJP Assam Pradesh
BJYM Assam
17/09/2024
Best wishes to the world's popular leader, producer of new India, famous Prime Minister Shri. Narendra Modi ji on his birthday.
Deep prayers at the feet of Maa Kamakhya Devi wishing for the good health and longevity of the Honorable Prime Minister.
BJP Assam Pradesh
17/09/2024
In the invitation of Mr. Rabiram Mondal, resident of Anand Bazar under Bijni constituency, today we inaugurated the mill of paddy, wheat etc.
I am hopeful that his initiatives will have a significant impact on the regional agriculture system.
I wish Rabiram Mandal continued success in his business endeavors and extend my warmest congratulations.
Himanta Biswa Sarma
17/09/2024
বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
ৰাইজৰ মঙ্গল কামনাৰ্থে ভগৱানৰ শ্ৰীচৰণত গভীৰ প্ৰাৰ্থনা নিবেদন কৰিছোঁ ।
16/09/2024
𝐌𝐞𝐦𝐛𝐞𝐫𝐬𝐡𝐢𝐩 𝐝𝐫𝐢𝐯𝐞 - 𝟐𝟎𝟐𝟒
𝐋𝐚𝐬𝐭 𝐧𝐢𝐠𝐡𝐭, 𝐚𝐥𝐦𝐨𝐬𝐭 𝐚 𝐧𝐮𝐦𝐛𝐞𝐫 𝐨𝐟 𝐩𝐞𝐨𝐩𝐥𝐞 𝐟𝐫𝐨𝐦 𝐖𝐚𝐫𝐝 𝐍𝐨. 𝟐 (𝐌.𝐆. 𝐑𝐨𝐚𝐝) 𝐨𝐟 𝐁𝐢𝐣𝐧𝐢 𝐍𝐚𝐠𝐚𝐫 𝐭𝐨𝐨𝐤 𝐭𝐡𝐞 𝐦𝐞𝐦𝐛𝐞𝐫𝐬𝐡𝐢𝐩 𝐨𝐟 𝐁𝐡𝐚𝐫𝐚𝐭𝐢𝐲𝐚 𝐉𝐚𝐧𝐚𝐭𝐚 𝐏𝐚𝐫𝐭𝐲.
𝐖𝐚𝐫𝐦 𝐰𝐞𝐥𝐜𝐨𝐦𝐞 𝐭𝐨 𝐚𝐥𝐥 𝐨𝐟 𝐲𝐨𝐮 𝐢𝐧 𝐁𝐡𝐚𝐫𝐚𝐭𝐢𝐲𝐚 𝐉𝐚𝐧𝐚𝐭𝐚 𝐏𝐚𝐫𝐭𝐲.
𝐘𝐨𝐮 𝐚𝐥𝐬𝐨 𝐠𝐢𝐯𝐞 𝐚 𝐦𝐢𝐬𝐬𝐞𝐝 𝐜𝐚𝐥𝐥 𝐨𝐧 𝟖𝟖𝟎𝟎𝟎𝟎𝟐𝟎𝟐𝟒 𝐚𝐧𝐝 𝐠𝐞𝐭 𝐚 𝐦𝐞𝐦𝐛𝐞𝐫 𝐨𝐟 𝐁𝐡𝐚𝐫𝐚𝐭𝐢𝐲𝐚 𝐉𝐚𝐧𝐚𝐭𝐚 𝐏𝐚𝐫𝐭𝐲.
BJP Assam Pradesh
Narendra Modi
Himanta Biswa Sarma
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Address
Bijni
783390