DB Axom
খৱৰ নহয়,সততাৰ দলিল। আপোনাৰ প্ৰিয় চেনেল DB Axom
#বৰপেটা জিলাৰ বহৰি গাঁওৰ ছাকিল তালুকদাৰে গৌৰৱ কঢ়িয়াই আনিলে অসমলৈ।
#বিদেশত উৰাজাহাজ উৰুৱাই অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে বৰপেটাৰ ছাকিলে।
গোলকগঞ্জৰ বৰজানস্থিত KBM ইটা ভাটাত শ্ৰমিকৰ ওপৰত আ*ক্ৰ*ম*ণ*ৰ ঘটনা।
মালিক পক্ষৰ শাৰীৰিক অত্যাচাৰৰ বলি তিনিটাকৈ পৰিয়াল ।
তিনিটা পৰিয়ালৰ মহিলা সহ আঠ জনকৈ শ্ৰমিকক নিশাৰ এন্ধাৰত প্ৰ*হা*ৰ।
শিৱসাগৰত দেৱাশিষ দত্ত বৰুৱাক দলৱদ্ধ আ*ক্ৰ*ম*ণ।
ফাকুৱাৰ দিনা নিশা জয়সাগৰ আৰক্ষী চকীত উ*ত্ত*প্ত পৰিস্থিতি।
শিৱসাগৰত ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ সফলতা।
ড্ৰাগছৰ সৈতে জড়িত এজনক আটক।
#বৰপেটা জিলাৰ মুছলিম জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত ৰমজান মাহ উপলক্ষে গৰীব দুখীয়া মানুহৰ ঘৰে ঘৰে গৈ আর্থিক সাহায্য প্ৰধান কৰে।
ভূত বাংলাত পৰিণত চেঙা সমষ্টিৰ অন্তৰ্গত আলোপতি মাজৰ চৰ বজাৰস্থিত এটা কৃষি মহকুমা বিষয়াৰ কাৰ্যালয়।
যি দেখিলে আপুনিও হয়তো কব এয়া কাৰ্যালয় নে ভুত বাংলা।
কিন্তু কাৰ্যালয়খনত নাই কোনো বিষয়া কৰ্মচাৰী।
প্ৰকাণ্ড প্ৰকাণ্ড তলা উলমিছে দৰ্জা বোৰত।
ৰামাপাৰা চৰত এখন বিৰল প্ৰজাতিৰ মাছ উদ্ধাৰ।
অচিনাকি মাছটোক দেখিবলৈ গাৱবাসীৰ ভিৰ।
🩸গৰু চুৰিত ব্যৱহাৰিত বাহন ভাঙি লণ্ড ভণ্ড কৰিলে ৰাইজে।
#বাঘমাৰা চৰত ঘোঁৰাৰ মাংস বিক্ৰী কৰা তিনি ব্যৱসায়িক ঘোঁৰাসহ আটক কৰে ৰাইজে।
সাংসদ ৰকিবুল হুছেইনৰ ওপৰত হোৱা কাণ্ডক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আৰক্ষীয়ে কৰিলে ডাঙৰ মন্তব্য।
সাংসদ ৰকিবুল হুছেইনক আ*ক্ৰ*ম*ণ কৰা দুজনক আটক।
আলোপতি চৰ আৰক্ষীৰ বৃহৎ সফলতা।
৪৬ টা কণ্টেন ভৰ্তি ড্ৰা*গ*ছ ও ৪ টা বক্স ভ*ৰ্তি ড্ৰাগছসহ আটক ব্যৱসায়িক জনক।
Click here to claim your Sponsored Listing.
Category
Website
Address
Barpeta