Knowledge World
Explore a universe of knowledge with us! From intriguing facts to deep insights, join our community to learn, discover, and grow. �� #KnowledgeWorld
14/08/2024
Employment exchange Re-registration last date 15/08/2024.
04/08/2024
MEGHNAD SAHA PLANETARIUM
#2024
গুৰুত্বপূৰ্ণ সংবাদ
যিসকলে NRC ৰ সময়ত আধাৰ কাৰ্ডৰ কাৰণে Biometric দিছিল।কিন্তু এতিয়াও আধাৰ কাৰ্ড Processing দেখাই আছে বা Biometric lock হৈ আছে যাৰ ফলত আধাৰ কাৰ্ড বনাবলৈ সক্ষম হোৱা নাই । সেইসকল ব্যক্তিয়ে নিজৰ নিজৰ সুলভ মূল্যৰ দোকানীৰ হাতত অথবা নিজৰ গাৱৰ গাঁও প্ৰধান (Gaonburah) ৰ লগত যোগাযোগ কৰি তলত দিয়া প্ৰমাণ পত্ৰ সমূহ জমা দিব। আৰু লগতে এই পোষ্টটো শেয়াৰ কৰি এনেকুৱা সমস্যাত ভুগি থকা ব্যক্তি সকলক উপকাৰ কৰক।
** নথি পত্ৰ সমূহ **
* ভোটাৰ কাৰ্ড ।
* পান কাৰ্ড ।
* ৰেচন কাৰ্ড ।
* এন,আৰ,চি,ৰ ARN,নং ।
* পৰিয়ালৰ আন সদস্যসৰ আধাৰ কাৰ্ড ।
* এন,আৰ চিৰ খচৰা তালিকা।
* জন্মৰ প্ৰমাণ পত্ৰ (নাবালকৰ বাবে).
🌍 Welcome to Knowledge World
📚 Dive into a world of knowledge with us! We're here to bring you the latest updates, fascinating insights, and thought-provoking stories from around the globe.
🔍 Whether you're curious about science, technology, history, culture, or current events, you'll find something intriguing here. Our mission is to inform, inspire, and ignite your curiosity.
🚀 Join our community of learners, thinkers, and explorers as we embark on a journey to expand our understanding of the world. Together, let's explore the wonders of knowledge and share meaningful discussions.
📰 Stay tuned for daily updates, engaging articles, and discussions that matter. Like our page, turn on notifications, and let's embark on this exciting adventure together!
Welcome aboard! 🌟
Click here to claim your Sponsored Listing.
Category
Website
Address
Barpeta