Saiful__fizo
vlog video
Soto mamoni dance।
Pipe homai dibo sukur aliye
02/11/2022
শাৰদীয় দুৰ্গাপূজা উপলক্ষে গণ সংবাদ অসমৰ উদ্যোগত মেগা ফটো প্ৰতিযোগিতা-
Participants No-0006
Name-Azadul Ahmed
Address- Tetlirtal, Barpeta
Age- 25
শ্ৰী শ্ৰী দুৰ্গাপূজা উপলক্ষে উত্তৰ পূৱ ভাৰতৰ জনপ্ৰিয় সংবাদ মাধ্যম "গণ সংবাদ অসম" মেডিয়া গ্ৰুপৰ উদ্যোগত এখন প্ৰাইজমানী ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। তদুপলক্ষে উক্ত আকৰ্ষণীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আপোনাৰ নাম,ঠিকণা,বয়সৰ সৈতে আপোনাৰ ভাল লগা এখন ফটো তলত উল্লেখ কৰা হুটাচএপ নম্বৰ/ই-মেইল/মেছেনজাৰ যোগে প্ৰেৰন কৰাৰ আহ্বান জনোৱা হ'ল।
নিয়মাৱলীসমুহঃ-
১) প্ৰতিজন প্ৰতিযোগীয়ে কেৱল এখনহে ফটো পঠিয়াব পাৰিব।
২)ফটোসমুহ ২ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰ ২০২২লৈ প্ৰেৰণ কৰিব পাৰিব।
৩) কেৱল মাৰ্জিত পোছাকৰ ফটোহে গ্ৰহণ কৰা হব।
৪) লৰা,ছোৱালী,দম্পতি (যুগ্ম ফটো) আদি সকলোৱে ফটো প্ৰেৰণ কৰিব পাৰিব।
৫) প্ৰতিযোগীৰ বয়স ১৪ বছৰৰ কম হ'ব নোৱাৰিব।
৬) ফটোসমুহ আমাৰ চেনেলত নিৰ্দিষ্ট সময়ৰ ব্যৱধানত আপলোড কৰা হব।
৭) প্ৰতিজন প্ৰতিযোগীয়ে "গণ সংবাদ অসম"ৰ অফিচিয়েল ফেচবুক পেজ Like আৰু Follow কৰাটো বাধ্যতামূলক।
৮) কেৱল Like আৰু Shareৰ ওপৰত ভিত্তি কৰি চূড়ান্ত ফলাফল ঘোষণা কৰা হব-
Like- ২ পইণ্ট
Share- ৫ পইণ্ট
৯) লাইকসমুহ কেৱল মূল পেজৰ খিনিহে গ্ৰহণ কৰা হব।
১০) প্ৰতিযোগিতা চূড়ান্ত ফলাফল ২০ নৱেম্বৰ ,২০২২ ত প্ৰকাশ কৰা হব।
১১) ফলাফলসমুহ লাইক আৰু শ্বেয়াৰৰ পইণ্ট যোগ কৰি হে প্ৰকাশ কৰা হব।
১২) বিশেষ কাৰণবশত প্ৰতিযোগিতাৰ তাৰিখ বঢ়ালে গণ সংবাদ অসমক কোনো ক্ষেত্ৰতে জগৰীয়া কৰিব নোৱাৰিব।
পুৰস্কাৰঃ- প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্ৰতিযোগীক মানপত্ৰ,জাপি,ফুলাম গামোছাৰ লগতে কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হ'ব।
আৰু
আন ১০ গৰাকী প্ৰতিযোগীক মানপত্ৰ আৰু ফুলাম গামোছাৰে সন্মানিত কৰা হ'ব।
লগতে
গণ সংবাদ অসমৰ Facebook, YouTube, Instagram, Twitter, Website যোগে প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা বিজয়ী প্ৰাৰ্থীৰ এক চমু সাক্ষাৎকাৰ প্ৰকাশ কৰা হব।
বিঃদ্ৰঃ- পুৰস্কাৰসমুহ "গণ সংবাদ অসম"ৰ প্ৰথম বৰ্ষপুতি অনুষ্ঠান উপলক্ষে বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ যাদৱপুৰত ২৬ আৰু ২৭ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা মুকলি ও বটাঁ বিতৰনী সভাৰ জৰিয়তে দিয়া হ'ব।উক্ত সভাত অসমৰ বিভিন্ন ক্ষেত্ৰৰ বৰণ্য ব্যক্তি সকলৰ উপস্থিতিত পুৰস্কাৰসমুহ বিতৰন কৰা হ'ব।
অংশগ্ৰহণ কৰিবলৈ ফটো প্ৰেৰণ কৰকঃ-
WhatsApp No- 8822405362
Email- [email protected]
Our FB Page- https://www.facebook.com/ganasangbadassam247
ধন্যবাদেৰে-
গণ সংবাদ অসম মেডিয়া গ্ৰুপ
Jai jawan jai kishan
30/10/2020
Two brothers
Click here to claim your Sponsored Listing.
Category
Telephone
Website
Address
Barpeta
781314