barpetacity.com

barpetacity.com

Share

This page is for viewing current info,pics and regular news and status about Barpeta city. Best way to connect to Barpeta city ,if u are away from Barpeta.

The headquarter and the second largest town in the district. It is virtually a noise and pollution free town with a limited number of automobiles. The town is surrounded by rivulets and canals from all directions. The most important centre of attraction is the Barpeta satra established by Great Vaishnavite saint Madhabdev. A few years ago, it was also famous for transport industry. However, it has

12/03/2025

বৰপেটাৰ দৌল মহোৎসৱত উৰিষ্যাৰ পৰা অহা এটা দলে তেওঁলোকৰ উড়িয়া (উৰিষ্যা)ৰ ভাষাত বৰপেটাৰ হোলীগীত প্ৰকৃত পুৰুষ কি সুন্দৰকৈ পৰিৱেশন কৰিছে চাওঁক এবাৰ সকলোৱে -

09/03/2025

বৰপেটাৰ দৌল মহোৎসৱলৈ সমুহ ভক্তপ্ৰাণ ৰাইজক আন্তৰিকতাৰে নিমন্ত্ৰণী শৰাই
আগবঢ়ালো ৷ যিসকলে এতিয়াও নিজ চকুৰে বৰপেটাৰ দৌল মহোৎসৱ দেখা নাই, এবাৰ আহক ভাগ লওঁক, কথা দিলো নিৰাশ নহয়,আনন্দতে মন ভৰি পৰিব ৷ দৌল মহোৎসৱত সকলো ভক্তপ্ৰাণ ৰাইজক বৰপেটালৈ আন্তৰিকতাৰে নিমন্ত্ৰণ জনালো ৷

(ফটোত বৰপেটা সত্ৰত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ সম্পূৰ্ণ কাৰ্যসূচীখন দিয়া হৈছে )

09/03/2025

দেউলৰ কাৰণে সাজু না ৰাইজসকল 😃

Photos from barpetacity.com's post 07/10/2024

আজি সত্ৰৰ "পাট চাঙত" অনুস্থিত নৱ-নিৰ্বাচিত পৰিচালনা সমিতিৰ প্ৰথমখন বৈঠক অনুস্থিত হয় ৷এই বৈঠকতেই বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক হিচাপে অশোক কুমাৰ দাস নিৰ্বাচিত হয় ৷

Priya ranjan das ৰ সৌজন্যত

29/09/2024

বৰপেটা সত্ৰৰ নৱ নিৰ্বাচিত বুঢ়াসত্ৰীয়া ড° বাবুল চন্দ্ৰ দাস বাপজনা 🙏

29/05/2024

প্ৰাক্তন ছাত্ৰনেতা-ৰাজনীতিক মুকুল দাসৰ দেহাৱসান৷ GMCHত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ নেতাগৰাকীৰ৷ দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আছিল নেতাগৰাকী৷ অসম আন্দোলনতো জড়িত আছিল প্ৰয়াত মুকুল দাস৷

02/05/2024
24/04/2024

প্ৰায় ৫ লাখ অৰুণাচলৰ চাকমা হাজং লোকক অসমলৈ স্হানান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ,কেৱল আদৰি আনিবলৈ হে বাকী আছে হেনো ৷
কেন্দ্ৰীয় মন্ত্ৰী অৰুণাচলৰ নেতাগৰাকীয়ে কোৱা কথাখিনি ভালদৰে শুনক ৷

15/04/2024

২২ এপ্ৰিলত, আহি আছে বৰপেটাত পাপন 😍
সদৌ বৰপেটা ৰঙালী বিহু উদযাপন সমিতি ৰ নিমন্ত্ৰণ ত

Want your business to be the top-listed Media Company in Barpeta?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Barpeta
781301