sazidtutorial classes
This is your kind information u have to talking you through this page Maths, English General scince
" মোৰ সিক্ত অশ্ৰু তোমাৰ বাবে "
অতিকৈআপোন তুমি , দিশ হাঁৰা
অসমীয়াৰ
অতিকৈ চেনেহৰ তুমি ,হেজাৰ কোটি জনতাৰ।
নাৰাখিলা জাতি -ভেদ জীৱিত পলত
কৰিলা প্ৰমাণ তুমি চিৰবিদায়ৰ কালত।।
হিয়াৰ আমঠু মনুষ্য, তুমি নিকা চিতৰ
আদৰিছো তোমাক অন্তৰত অতি কাতৰৰ।
ললা গৈ চিৰশান্তি তুমি পৰকালৰ
দি গলা মন শান্তি তুমি ইহকালৰ ।।
মিতালা কাজিয়া তুমি হিন্দু মুছলমানৰ
শোক দিলা বিদায় লৈ ,তুমি কোটি জনতাৰ
গঢ়িলা তুমি নতুন অসমৰ ।
কৰিলা ভষ্ম তুমি ভেদা ভেদৰ ।।
দিন ৰাতি একাকাৰ বিয়লি বেলাত
লুকায় থাকিলা আঁই মাতৃ কোলাত।
অহা হে উভতি মানৱ তুমি আহ্বান কাতৰৰ
কৰাহে সজাগ তুমি নিষ্ঠুৰ সমাজৰ।।
কৈছিলা তুমি নাই কোনো জাতি তোমাৰ
কৈছিলা তুমি নাই কোনো ধৰ্ম তোমাৰ ।।
দেখালা প্ৰীতি তুমি শংকৰ-আজানৰ
বুতলিলা শ্ৰদ্ধাঞ্জলি তুমি সকলো মানবৰ।।
ধন্য তোমাৰ জীৱন ধন্য তোমাৰ চেষ্টা।
Class 10th McQ ch-2 polynomial
Click here to claim your Sponsored Listing.
Category
Contact the school
Telephone
Website
Address
Vill Garemari Po Paschim Mazdia
Barpeta
781305
Opening Hours
| Monday | 5am - 9pm |
| Tuesday | 5am - 9pm |
| Wednesday | 5am - 9pm |
| Thursday | 5am - 9pm |
| Friday | 5am - 9pm |
| Saturday | 5am - 9pm |
| Sunday | 5am - 9pm |