MTime

MTime

Share

MTime

23/05/2023

#জুলাইত মাহত পুনৰ ওলাব ২২৭৬৫ টা পদৰ বিজ্ঞাপন। নিবনুৱা বাৱে সুখবৰ দি এই ঘোষণা #মুখ্যমন্ত্ৰী

22/05/2023

#অসম ৰ আমচুৰ সভাপতি ৰেজাউল কৰিম সাৰ ডাঙৰীয়া
কেৰেলাত YOUTH MOMENTUM ত উপস্থিত থাকে ।
আমছুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া




Solidarity youth movement Kerala

22/05/2023

◾🔴 HSLC পৰীক্ষাৰ ফলাফলৰ অষ্টম স্থান লাভ ধুবুৰীৰ ফাৰহান আছিফ আৰবীয়াৰ।

◾🔴 বিদ্যালয়ত আনন্দ উল্লাস, ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ মাজত উল্লাস।

◾🔴 ধুবুৰী আদাবাৰী ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ফাৰহান আছিফ আৰবীয়া ।

22/05/2023

#হাইস্কুলৰ শিক্ষান্তৰ পৰীক্ষাত অসমৰ ভিতৰত কোন জিলাত কিমান নম্বৰ পালে আৰু কেই স্থান লাভ কৰে

22/05/2023
21/05/2023

#নৱজ্যোতি মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ মূৰব্বী অধ্যাপক আঃওৱাহাব সৰকাৰৰ গুৰুত্বপূৰ্ণ ভাষণঃ

বঙাইগাঁও জিলা স্থাস্থ্য বিভাগ আৰু সৃজনগ্ৰাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু নৱজ্যোতি মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ এলোমনি এছোচিয়েচনৰ সহযোগত ২০ মে' শনিবাৰে কোকিলা পূৱপাৰা হাইস্কুলত সজাগতা সভা ও বিনামূলীয়া স্বাস্থ্যসেৱাৰ আয়োজন কৰা হৈছে।

20/05/2023

২৫ মেত ৪৫হাজাৰ নিবনুৱা যুৱক যুৱতী নিযুক্তি পত্ৰ বিতৰণ কৰা হব

17/05/2023

ভাৰতত কেতিয়া চৰকাৰিভাৱে বিধৱা বিবাহ আৰম্ভ হৈছিল l

30/12/2022

#কলগছিয়াত ১১ তম গ্ৰহণত মেলাৰ আয়োজন দিল্লীৰ পৰা লিখক kiren

30/12/2022

মাদক দ্ৰৱক লৈ মুখ্যমন্ত্ৰী কি কলে বিশিষ্ট লিখিকা শিখা শৰ্মাই #
#কলগছিয়াত

Want your business to be the top-listed Beauty Salon in Barpeta?
Click here to claim your Sponsored Listing.

Telephone

Address


Barpeta