LD Express
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from LD Express, Public Figure, Barpeta.
08/04/2026
সন্মানীয় চেঙা সমষ্টিৰ ভোটাৰ ৰাইজ আপোনালোকে চালানী প্ৰাৰ্থী ৰহিম আহমেদক ভোট প্ৰদান কৰাৰ আগত তেখেত প্ৰতিনিধিত্ব কৰা বৰপেটা সমষ্টিৰ ৰাইজৰ পৰা উন্নয়নৰ খতিয়ান লওক। সেই খতিয়ানে প্রমাণ কৰিব তেখেত কিমান ব্যর্থ বিধায়ক।
02/04/2026
কাইলৈ সমূহ চেঙাবাসীৰ উপস্থিতি একান্তই কামনা কৰিলোঁ🙏
📍২৩ নং চেঙা বিধানসভা সমষ্টি
28/03/2026
দংৰা GP
স্থান: ৰহমপুৰ বজাৰ (চাব চেণ্টাৰ)
আশ্ৰাফুল হুছেইন 🤗
Ashraful Hussain New Music Video| AIUDF
আপনার ভোট, আপনার ভবিষ্যৎ — সমর্থন করুন আশ্রাফুল হুছেইন |
Ashraful Hussain AIUDF NEWS ASSAM Mahibul LD
24/03/2026
চেঙা বিধান সভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন
গোমাফুলবাৰী
AIUDF
22/03/2026
চেঙা বিধানসভা সমষ্টিৰ দংৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত পহুমাৰা বজাৰ প্ৰাংগনত আজি প্ৰায় দুই শতাধিক লোকে বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াৰ উপস্থিতিত AIUDF দলত যোগদান কৰে। এই বৃহৎ সংখ্যক লোকৰ যোগদানে AIUDF দলৰ প্ৰতি সাধাৰণ ৰাইজৰ আস্থা-বিশ্বাস যে সবল হৈছে তাকেই প্ৰতিপন্ন কৰে।
📍২৩ নং চেঙা বিধানসভা সমষ্টি
22/03/2026
চেঙা বিধানসভা সমষ্টিৰ গোমাফুলবাৰী ব্লকৰ অধীনস্থ দংৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰৈমাৰী গাঁৱৰ শতাধিক যুৱই আজি বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াৰ বাসগৃহলৈ আহি আনুষ্ঠানিকভাৱে AIUDF দলত যোগদান কৰে।
📍২৩ নং চেঙা বিধানসভা সমষ্টি
বৰপেটা জিলা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক, তথা সংগ্ৰামী নেতা চেঙা সমষ্টিৰ বান্দালী গাঁৱৰ যুৱক ৰেজ্জাক খান ডাঙৰীয়াই এ আই ইউ ডি এফ দলত যোগদান কৰে। গোমাফুলবাৰী ব্লক এ আই ইউ ডি এফ কমিটিৰ কাৰ্যালয় প্ৰাংগনত চেঙা সমষ্টিৰ সন্মানীয় বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী।
08/03/2026
বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াৰ উপস্থিতিত বৰপেটা জিলা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক, তথা সংগ্ৰামী নেতা চেঙা সমষ্টিৰ বান্দালী গাঁৱৰ যুৱক ৰেজ্জাক খান ডাঙৰীয়াই এ আই ইউ ডি এফ দলত যোগদান কৰে।
15/02/2026
চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত খোলাবান্ধা AIUDF সমিতিৰ উদ্যোগত অনুষ্ঠিত বুথ সন্মিলন আৰু যোগদান সভাত বিধায়ক আশ্ৰাফুল হুছেইন চাহাব ৰ উপস্থিত বিভিন্ন দলৰ পৰা অহা অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকক AIUDF দলত যোগদান কৰে।
উল্লেখ্য যে, এই অনুষ্ঠানতে খোলাবান্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০খন বুথ (ৱাৰ্ড) কমিটি, আঞ্চলিক যুৱ মৰ্চা আৰু ছাত্ৰ মৰ্চাৰ সকলো বিষয়ববীয়াক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।
নৱগঠিত চেঙা বিধান সভা সমষ্টিৰ বাঘমাৰা চৰ আঞ্চলিক All India United Democratic Front কমিটিৰ উদ্যোগত আয়োজিত বুথ সন্মিলনলৈ উষ্ম আদৰণি বিধায়ক আশ্ৰাফুল হুছেইন ডাঙৰীয়াক।
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Website
Address
Barpeta