True Help Charitable Trust
To
Evaluating most backward illiterate people, children and old age for meting out all possible welfare measures to them; To provide food, shelter, clothing and education to the poor and the needy and most importantly to the Children and Old aged people.
26/03/2026
আপোনালোকে অনুগ্ৰহ কৰি সকলোৱে সহযোগ কৰিব বুলি আশা কৰিলো। ধন্যবাদ
10/03/2026
জামলাই নিবাসী আতোৱাৰ ৰহমান ডাঙৰীয়াই APSC/UPSC সহায়ক প্ৰকল্পৰ বাবে True Help Charitable Trustক আন্তৰিকভাৱে ৫০০০/--টকা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰি দিয়াৰ লগতে সকলো সময়তে সহায় সহযোগিতা কৰিম বুলি আশ্বাস দিয়ে।
আপোনাৰ এই মহান সহযোগিতাই
দুখীয়া আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ
SP, DC, IAS, IPS হোৱাৰ সপোঁন পূৰণত
এটি গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ থাকিব।
True Help Charitable Trustৰ ফালৰ পৰা আতোৱাৰ ৰহমান দাদালৈ আন্তৰিক ভাৱে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।
👉 আপোনাৰ সামান্য দানেই গঢ়ি তুলিব এগৰাকী শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যৎ।
📍 True Help Charitable Trust
🎓 APSC / UPSC সহায়ক প্ৰকল্প
www.truehelpcharity.com
21/02/2026
Free Short Term Training Programme by Directorate of Horticulture & Food Processing, Assam
Educated unemployed youths (male & female) are invited to apply for 3-day free training under HMNEH Scheme.
Training subjects include Nursery Management, Fruit & Vegetable Processing, Mushroom Production, and Bakery & Confectionery.
Minimum qualification: HSLC. Free food, lodging, and training materials will be provided. Apply with bio-data in plain paper before 31 March 2026.
Email: [email protected]
19/02/2026
True Help Charitable Trust ৰ জৰিয়তে নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীয়ে অসমৰ বিভিন্ন প্ৰান্তৰ শৈক্ষিক ভাৱে পিছপৰা অঞ্চলত শিক্ষাদান কৰি থকা অৱস্থাত।
18/02/2026
মাহে ৰোমজানৰ কাৰণে ফিজিকেল ট্ৰেইনিং বন্ধ থাকিব। শেষৰ ফটোখন উঠিলোঁ
13/02/2026
আমাৰ ট্ৰেইনিং চেণ্টাৰৰ গেটৰ বেনাৰ ৰেডী হ'ল
আজি আলোপতি মাজৰ চৰ বজাৰত স্থাপিত True Help Charitable Trust ৰ Physical Training Centre ত প্ৰশিক্ষণ দিয়া হয়। দৈনিক আবেলি 3.00 বজাত অনুশীলনত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনালোঁ।
আজিৰে পৰা প্ৰত্যেক দিনা আবেলি ৩:৩০ বজাত আলোপতি মাজৰ চৰ বজাৰত অনুশীলন কৰোৱা হ'ব। অসম পুলিচ, আৰ্মী, এয়াৰ ফৰ্চ, হোমগাৰ্ড, ফৰেষ্ট আদি অৰ্ধসামৰিক বাহিনীৰ প্ৰশিক্ষণ দিয়া হ'ব। সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ।
05/02/2026
https://truehelpcharity.com/physical-training/ মাজৰ হাইস্কুল খেলপথাৰত বিনামূলীয়াকৈ Physical Training লোৱাৰ বাবে বিনামূলীয়া নাম ভৰ্তি কৰক এতিয়াই
Physical Training - True Help Charitable Trust Defence Force Physical Training Centre Physical Training Centre for Defence & Uniformed Services At True Help Charitable Trust, we are […]
04/02/2026
সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ
চৰ অঞ্চলৰ যুৱসমাজৰ বাবে এক গুৰুত্বপূৰ্ণ উদ্যোগ হিচাপে **ট্ৰু হেল্প চেৰিটেবল ট্ৰাষ্টে** চৰকাৰী চাকৰিৰ প্ৰাৰ্থীসকলৰ বাবে **Physical Training Centre** আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কেন্দ্ৰটো পুৰুষ আৰু মহিলা উভয়ৰ বাবে উপলব্ধ হ’ব আৰু আৰক্ষী, সেনা, পেৰামিলিটাৰী বাহিনী আদি চাকৰিৰ ফিজিকেল পৰীক্ষাৰ প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰিব।
এই উদ্যোগ সুচাৰুৰূপে বাস্তৱায়ন কৰিবলৈ ট্ৰাষ্টৰ তৰফৰ পৰা **উপযুক্ত স্থান নিৰ্বাচনৰ ক্ষেত্ৰত স্থানীয় ৰাইজ, সমাজৰ জ্ঞানী-গুণী ব্যক্তি আৰু শুভাকাঙ্ক্ষীসকলৰ পৰা পৰামৰ্শ আৰু সহযোগিতা** বিচৰা হৈছে। মুকলি আৰু সুৰক্ষিত পৰিৱেশ, সহজ যোগাযোগ ব্যৱস্থা থকা স্থানক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি জনোৱা হৈছে।
ট্ৰু হেল্প চেৰিটেবল ট্ৰাষ্টে আশাবাদ ব্যক্ত কৰে যে এই Physical Training Centre চৰ অঞ্চলৰ যুৱক-যুৱতীৰ শাৰীৰিক সক্ষমতা বৃদ্ধি কৰাৰ লগতে তেওঁলোকক শৃংখলাবদ্ধ আৰু আত্মবিশ্বাসী কৰি তুলিব।
Click here to claim your Sponsored Listing.
Category
Contact the organization
Telephone
Website
Address
Barpeta
781314
Opening Hours
| Monday | 9am - 5pm |
| Tuesday | 9am - 5pm |
| Wednesday | 9am - 5pm |
| Thursday | 9am - 5pm |
| Friday | 9am - 5pm |
| Saturday | 9am - 5pm |