Surut jaman
social service, organization,legal advice

দিন আহিব...

We want justice
Thanks NKtv


100%

অহা ১৫ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হ’ব ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিলে পৰীক্ষাৰ সময়সূচী৷

জলপাইগুৰি জিলাৰ মইনাগুৰি ষ্টেচনৰ কাষত গুৱাহাটী অভিমুখে আহি থকা বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছখনৰ গুৰুতৰ দুৰ্ঘটনা সংঘটিত হৈছে।
চিপিআই(এম) মইনাগুৰি আঞ্চলিক কমিটিৰ সম্পাদক অপূৰ্ব ৰয় আৰু red volunteersসকল সেই ঠাইত আছে।
যাত্ৰীবাহী পৰিয়ালৰ সদস্যসকলে যোগাযোগ কৰিব পাৰিব।
ফোন নং- 8403966250
Contact no of Red Volunteers -
62962 26502 Subham Saha
89023 77103 Anubhab Dey
96354 03905 Utsa Chowdhury
93827 36754 Soubhik Ghosh
7980919930 Sourhardya Deb
বঙালী মুচলমানৰ জীৱন..... ইমান কষ্ট কৰি খাটি খোৱাৰ পিছতো মাজে সময়ে কিছুমানৰ নিৰ্মম অত্যাচাৰ।।
ধন্যবাদ SDRF বাহিনী

বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ তিনি কনিষ্ঠ অভিযন্তা, দুই কম্পিউটাৰ সহায়ক সহ দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেবাগৰাকীও বিষয়া- কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি- নিলম্বন
http://www.axomtime.in/?p=2597
বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ তিনি কনিষ্ঠ অভিযন্তা, দুই কম্পিউটাৰ সহায়ক সহ দুৰ্নীতি আৰু অনিয়মৰ অভি বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ তিনি কনিষ্ঠ অভিযন্তা, দুই কম্পিউটাৰ সহায়ক সহ দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত পঞ্চায়ত আৰু গ্....
নিয়ম মানিবলৈ বাধ্য থাকক নহলে....
কথা কেইটা এবাৰ মন কৰিব চোন ...
🔴কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত🔴কেবিনেট বৈঠকত কি কি সিদ্ধান্ত🔴👇👇
▶ফাষ্টট্ৰেক আদালতত হ'ব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া।
▶১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হব শিক্ষানুষ্ঠানৰ আনলক প্ৰক্ৰিয়া।
▶১ ছেপ্তেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান; ৩০ আগষ্টৰ ভিতৰত প্ৰকাশ পাব শিক্ষা বিভাগৰ বিশেষ নতুন এছ অ' পি।
▶শিক্ষানুষ্ঠানত হ'ব ভেকচিনৰ বিশেষ শিবিৰ।
▶ শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰী, ১৮ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ কাইলৈৰ পৰা ৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ'ব।
▶১ ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ'ব।
▶হোষ্টেলসমূহো খোলাৰ ব্যৱস্থা কৰিব, কিন্তু আৱাসী-নিৱাসীসকলৰ ডাৱল ভেকচিন বাধ্যতামূলক।
▶৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ এছ অ' পি।
▶জ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ নতুন নামাকৰণ।
▶এতিয়াৰ পৰা বিভাগটোৰ নাম হ'ব বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ।
▶লোক নিৰ্মাণ বিভাগৰ কামৰ দায়িত্ব বাঢ়ি অহাৰ বাবে চৰকাৰে কিছু সিদ্ধান্ত লৈছে।
▶ অতিৰিক্ত ভাবে নতুনকৈ ২০টা ডিভিজন সৃষ্টি কৰা হ'ব।
▶পূৰ্বতে লোক নিৰ্মাণ বিভাগত আছিল মাত্ৰ ৫ট চাৰ্কোল।আৰু আঠটা নতুন চাৰ্কোল সৃষ্টি কৰা হৈছে।
▶চাব ডিভিজনো সেইদৰে চাব ডিভিজন নতুনকৈ ২৮টা সৃষ্টি কৰা হৈছে।ইয়াৰ বাবে নতুন পদ সৃষ্টি হ'ব।বৰ্ধিত বিভাগসমূহৰ বাবে ৮০৪টা কাৰিকৰী নতুন পদ সৃষ্টি।
▶মাজুলী, বজালী, দক্ষিণ শালমৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩টা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণ।
▶অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰিব, ক্ৰীড়া পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি।
▶ৰাষ্ট্ৰীয় খেল, এচিয়ান গেমচ, কমনৱেল্থ গেমচ, অলিম্পিয়ানসকললৈ প্ৰতিমাহে ১০ হাজাৰকৈ জীৱনজোৰা পেঞ্চন।
▶জিলা উপায়ুক্তসকলক জিলাৰ ভিতৰতে নিৰ্দিষ্ট বিভাগীয় মুৰব্বীৰে কথা পাতি বদলি কৰাৰ কৰ্তৃত্ব প্ৰদান।তৃতীয় শ্ৰেণী পৰ্যায়ৰ হ'ব এই ৰদ-বদল।
Redefining Policing Standards in Assam | কি কি ক’লে মুখ্যমন্ত্রীয়ে?
➡️থানাৰ প্ৰতিটো গোচৰৰ দায়িত্ব OC সকলৰ
➡️OC সকলে প্ৰতিটো গোচৰ Conviction কৰাৰ দায়িত্ব
➡️নিম্ন আৰক্ষী সকলৰ লগত সুসম্পৰ্ক গঢ়ি ৰাখক
➡️২ বছৰৰ মূৰে মূৰে বদলি হব OC সকলৰ
➡️পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰিহে বদলি হব OC
➡️অসম আৰক্ষীক আমি এটা professional organisation হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ
➡️বেয়া কাম আৰু পুলিচ কেতিয়াও একেই হব নোৱাৰে
➡️বেয়া কাম কৰি যোৱাটো আৰক্ষীৰ বিফলতা
➡️দুৰ্নীতি হোৱা মানে OC এ কম্প্ৰমাইজ কৰিছে
➡️আৰক্ষীয়ে কয় আমি গমেই নাপালোঁ
➡️"ৰাইজে গম পাই, আৰক্ষীয়ে গম নাপায় আচৰিত কথা"
➡️শীৰ্ষ আৰক্ষী বিষয়াক তেল ভৰাই দিয়া, চাহ খুওৱাটো OCৰ কাম নহয়।
➡️"থানাৰ মাল খানাৰ দুখন বহিঃ ৰখাটো নিয়ম নহয়, বহি এখন হব লাগিব।
➡️"যি বস্তু পাইছে সকলো একেখন বহিতে লিখা থাকিব লাগিব"
➡️"কাৰোবাৰ গাড়ী ধৰি এৰি দিয়াটো আৰক্ষীৰ কাম নহয়।"
➡️"আৰক্ষী সোনাৰী নহয়- সোন ধৰিলেই আধা সোন মাৰি শীৰ্ষ বিষয়াক আঙুঠি বনাই দিয়াৰ দৰকাৰ কি"
➡️"দূৰ্ঘটনা সংঘটিত হলে Police Report এটা নিজে গৈ দি আহিব নোৱাৰে নেকি"?
➡️কিয় আহি OCক লগ কৰিলেহে ৰিপৰ্টতো দিয়ে আপোনালোকে
➡️বহুতে কয় আৰক্ষীয়ে বহু ঠাইত গুলীয়াইছে
মই কওঁ, সেইটোহে style হব লাগে। বুকুত গুলিয়াব নালাগে, ভৰিত গুলিয়াব আইনে দিছে।
➡️তিনিটা page ৰ ৰেপ case diary এটা লিখিবলৈ সময়ৰতো অভাৱ নহয়।
➡️দিছপুৰ থানাটো pending case ৰ factory হৈ গৈছে
➡️Next 6 মাহৰ পিছত যেতিয়া আহিব, সকলো r**e case, arms case শেষ কৰি হে আহিব
➡️গৰুৰ ফালে নাচাবই। গৰু পূণ্য জীৱ
➡️Dragsত এতিয়া আমাৰ মানুহেই ওলাব লৈছে। কাইলৈ আমাৰ লৰা নাতি এ drags খাব । সাৱধান হওক।
➡️লাষ্ট ৪৫ দিনত বহুত ভাল কাম কৰিছে।
➡️কালি গুৱাহাটীৰ এজন অৱসৰপ্ৰাপ্ত IAS ঘৰৰ ৬ মহলাত উঠি সোমাই সোণ চুৰি কৰিছে
➡️চোৰে OC ৰ নাম শুনি পলাব লাগিব।
➡️OC হলেই মদ খাব লাগিব বুলিটো কতো লিখা নাই। আৰক্ষীৰ চাকৰি কৰিলেই মদ খাই ভাগৰ মাৰিব নালাগে।
➡️ভাল জীৱন ধাৰণৰ নিয়ম পালন কৰক।
➡️ধৰ্ষণ-হত্যা-ড্ৰাগছৰ গোছৰৰ চাৰ্জশ্বিট দিয়ক।
➡️যদি ৰিপৰ্ট অহা নাই,SP- DIGক শুব নিদিব।
➡️সদায় WhatsApp SMS দিব। শুব নিদিব।
➡️৬মাহ পিছত যেতিয়া আহিব কোনো case pending নৰখাকৈ হে আহিব।
➡️গৰুৰ কোনো case হবই নালাগে। বুজিছে নহয়। খেদি খেদি দৌৰাব।
➡️কাৰোৰে পৰা চাহ নাখাব। দৰকাৰ হলে একাপ খুৱাব।
➡️Passport ৰ ভেৰিফিকেচন ৰ ক্ষেত্ৰত যিসকল মানুহৰ ওপৰত সন্দেহ নাই, তেওঁলোকৰ report দিওঁতে দেৰি নকৰিব।
➡️৩ মাহৰ ভিতৰত প্ৰতিখন থানাত আমি এখন কৈ গাড়ী দিম
➡️থানাত source লাগে, source ৰ বাবে আমি এটা amount দিম।
➡️২.৫ লাখ টকা প্ৰতিবছৰে ধন পাব। তাৰ পৰাই তেল, ভৰাব, থানা ৰ বিভিন্ন খৰচ পাতি চলাব।
➡️তিনিটা ₹কৈ কম্পিউটাৰ দিয়া হব।
➡️যাৰ যাৰ থানাত মাটি আছে, তেওঁলোকৰ তাত, এজন oc আৰু চাৰি জন SI থাকিব পৰাকৈ কোৱাৰ্টাৰ বনোৱাৰ ব্যবস্থ্য কৰি দিম।
➡️Generator দিয়াৰ ব্যৱস্থা কৰি দিম-- যিসমুহ থানাত নাই।
➡️এইবাৰ আমি Professional PP দিম, যাতে সহজে জামিন নাপাই অপৰাধীয়ে।
➡️কাষৰ হস্পিতালত গৈ ৭-৮ তা মেডিকেল চেকআপৰ কৰাব প্ৰতিজন কনিষ্টবলৰ প্ৰতি 15 দিনত।
➡️চৰকাৰী হস্পিতাল নাই যদি ব্যক্তিগতত হলেও কৰাব। আমি পইচা দিয়াৰ ব্যৱস্থা কৰিম।
➡️ট্ৰাক ৰখি ৰখি টোপনি ক্ষতি কৰাৰ দৰকাৰ নাই।
➡️কাম ভগাই লব, যাতে কাৰো স্বাস্থ্যৰ ক্ষতি নহয়,
➡️ক্ৰিমিনেলৰ লগত compromise নকৰিব।
মই কলেও নকৰিব।
➡️মোক কৈ দিব ছাৰ ই বেয়া বস্তু
➡️ডক্টৰ, ইঞ্জিনীয়াৰ গলে যি সন্মান কৰে, দুখীয়া মানুহ গলেও সিমানেই সন্মান কৰক।
➡️মোক বা DGPক বদলি কৰাৰ কথা কৈ লাভ নাই।
* সোমবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ নতুন SOP ঘোষণা চৰকাৰৰ
* গুৱাহাটীত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
* দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাঙত ৫ বজাৰ পৰা সান্ধ্য আইন
* ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত ৫ বজাৰ পৰা সান্ধ্য আইন
* ডিমা হাছাও, চৰাইদেউতো সান্ধ্য আইন বিয়লি ৫ বজাৰ পৰা
* কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ কঠোৰ পৰ্যবেক্ষণত
* পৰিস্থিতি উপশম নহ’লে এই ৫ জিলাত শীঘ্ৰেই অধিক কঠোৰতা
* আন জিলাসমূহত দিনৰ পৰা ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
* দোকান-পোহাৰ সময়ৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব
* প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক
* গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মাতৃৰ বাবে Work From Home
* এইসকল মাতৃৰ Work From Home বেচৰকাৰী কাৰ্যালয়তো প্ৰযোজ্য হ’ব
* দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন উঠিব নোৱাৰিব
* আন্তঃজিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব
* আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীৰ ক্ষেত্ৰত পূৰ্বৰ শিথিলতা বাহাল থাকিব