DJ JUBER
❖─���─❖
◥▔◣◢☬◣◈◢☬◣◢▔◤
✮☆Bad Boy☆✮
◢▂◤◥☬◤◈◥☬◤◥▂◣
❖─���─❖
❖── ──�── ──❖
16/04/2024
পোনপ্ৰথমে চালাম/নমস্কাৰ গ্ৰহণ কৰিব।
আশাকৰোঁ আপুনি সুস্থ আৰু সুৰক্ষিত হৈ আছে। পৱিত্ৰ ঈদৰ লগতে বিহুৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জনাইছোঁ। আপুনি জানিবলৈ পাই সুখী হ'ব কাজিৰঙা লোকসভা সমষ্টিৰ "ৰিপাব্লীকান পাৰ্টী অৱ ইণ্ডিয়া (আঠাৱালে) দলৰ পৰা মই "ছালেহ আহমেদ মজুমদাৰ"ক সাংসদীয় টিকট প্ৰধান কৰিছে। মই প্ৰতিদ্বন্দিতা কৰা দল ই এক ভাৰতীয় দল।সময় একেবাৰে কম থকাৰ বাবে আপুনি/ আপোনাৰ পৰিয়ালৰ সকলক মই যিদৰে লগ পাব লাগিছিল লগ পাব নোৱাৰিলোঁ যাৰ বাবে মই দুঃখিত....ইয়াৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আপুনি/আপোনাৰ পৰিয়াল, কুটুম সকলোৰে আশীৰ্বাদ সহায় সহযোগিতা কামনা কৰিছোঁ 🥰। আপোনাৰ সন্তানৰ ভৱিষ্যত আপোনাৰ হাতত, আবেগিক হৈ পৰিছো যিটো সময়ত ৰাজনীতি শুনিলে মানুহৰ মনত কেৱল ঘৃণাৰ ভাৱ সেইটো সময়ত এনেধৰণৰ ভাৱ নেওচি আজি ৰাজনীতি পথাৰত আপোনাৰ সন্তান/বন্ধু .... মই"ছালেহ আহমেদ মজুমদাৰ"।বুকুত বহু সপোন বহু আশা ৰাইজৰ হৈ কাম কৰাৰ। এইবাৰ আপোনালোকে আবেগত নহয় বিবেকত সাংসদীয় প্ৰাৰ্থী বাচনি কৰক যিজনে আপোনাৰ দুখৰ সময়ত সমভাগী হৈ আপোনাৰ সমস্যাৰ সমাধান দিয়ে।আপুনি/আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ মোৰ আহ্বান মোক অহা ১৯ এপ্ৰিল ২০২৪ ইং তাৰিখে মোক ই.ভি.এম মেচিনৰ ক্ৰমিক নং ০৫ ত কুঁহিয়াৰ খেতিয়ক ছবিত আপোনাৰ বহুমূলীয়া ভোট দি জয়যুক্ত কৰি দিয়ে যেন।
এয়াই আপুনি/ আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।
ধন্যবাদেৰে
সংসদীয় প্ৰাৰ্থী
ছালেহ আহমেদ মজুমদাৰ
Correction
01/12/2023
♥️♥️♥️♥️
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Website
Address
Dabaca
782445