AR TIME N.E

AR TIME N.E

Share

সত্য আৰু নিৰপেক্ষ

14/05/2026

🔷শিৱসাগৰৰ শ্ৰী ৰাম ফাইনেন্সৰ বিৰুদ্ধে এজাহাৰ দাখিল ।
🔷গেলেকী থানাৰ অন্তৰ্গত লোণপুৰীয়াৰ এজন যুৱকে দাখিল কৰিছে এজাহাৰ ।

12/05/2026

গেলেকীৰ এজন স্থানীয় শিল্পীৰ লগত অন্য এক সাক্ষাৎকাৰৰ প্ৰথম ভাগ দৰ্শনা চেতিয়াৰ সৈতে

11/05/2026

গেলেকীৰ প্ৰমোদ মনোৰঞ্জন গগৈৰ সৈতে হোৱা সাক্ষাৎকাৰৰ শেষ অংশ ।

25/09/2025

মূখ্যমন্ত্ৰীলৈ শিল্পী সমাজৰ আহ্বান

25/09/2025

📌ছিংগাপুৰত জুবিন গাৰ্গৰ লগত একেলগে যোৱা শেখৰজ্যোতি গোস্বামীক গ্ৰেপ্তাৰ...

06/09/2025

এখন ৰেষ্টুৰেণ্টত বহুবাৰ দেখা গৈছিল যে এজন ব্যক্তি (ভিক্ষাৰী) আহি ভিৰৰ সুবিধা লৈ ব্ৰেকফাষ্ট কৰি টকা নিদিয়াকৈ গোপনে ওলাই যায়। এদিন তেওঁ খাই থাকোঁতে এজন মানুহে দোকানৰ মালিকক গোপনে ক’লে যে এই ভাইয়ে ভিৰৰ সুবিধা লৈ বিল নিদিয়াকৈ গুচি যাব।

তেওঁৰ কথা শুনাৰ পাছত ৰেষ্টুৰেণ্টৰ মালিকে হাঁহি এটা মাৰি ক’লে – একো নোকোৱাকৈয়ে তেওঁক যাবলৈ দিয়ক, আমি পিছত কথা পাতিম৷ সচৰাচৰৰ দৰে ভাইয়ে ব্ৰেকফাষ্ট কৰি ইফালে সিফালে চাই ভিৰৰ সুবিধা লৈ মনে মনে গুছি গ’ল। সি যোৱাৰ পিছত তেওঁ ৰেষ্টুৰেণ্টৰ মালিকক ক’লে যে আপুনি মানুহজনক কিয় এৰি দিলে।

ৰেষ্টুৰেণ্টৰ মালিকে ক’লে আপুনি অকলেই নহয়, বহু ভাইয়ে তেওঁক দেখিছে আৰু মোক তেওঁৰ কথা কৈছে। ৰেষ্টুৰেণ্টখনৰ সন্মুখত বহি থাকে আৰু ভিৰ হোৱা দেখিলেই গোপনে খায়। মই সদায় আওকাণ কৰি কেতিয়াও বাধা দিয়া নাছিলোঁ, কেতিয়াও ধৰা নাছিলোঁ আৰু কেতিয়াও অপমান কৰিবলৈ চেষ্টা কৰা নাছিলোঁ.. কাৰণ মই ভাবো এই ভাইৰ প্ৰাৰ্থনাৰ বাবেই মোৰ দোকানখনত ভিৰ হৈছে

মোৰ ৰেষ্টুৰেণ্টৰ সন্মুখত বহি তেওঁ প্ৰাৰ্থনা কৰে যে, অলপ পিছতে এই ৰেষ্টুৰেণ্টখনত ভিৰ হওঁক যাতে মই ভিতৰলৈ সোমাই গৈ খাই সোনকালে ওলাই যাব পাৰোঁ। আৰু অৱশ্যেই তেওঁ সোমাই আহিলেই সদায় ভিৰ থাকে। গতিকে এই ভিৰটোও সম্ভৱতঃ তেওঁৰ "প্ৰাৰ্থনা"ৰ পৰাই হৈছে।

হয়তো সেইবাবেই কোৱা হয় যে মই কাৰোবাক খুৱাইছো বুলি ইমান গৌৰৱ কৰিব নালাগে.. কোনে জানে কাৰ ভাগ্যৰ ফলত আমি নিজে খাই আছোঁ!

সংগ্ৰহীত

09/08/2025

লুৰিণজ্যোতি গগৈক উদ্দেশ্যে কৰি কি কলে মূখ্যমন্ত্ৰীয়ে

27/06/2025

শিৱসাগৰৰ ভটীয়াপাৰ বাৰীচুকৰ RDS-147A (SKP-135-VI) ৰীগত ১২ জুনৰ পৰা হৈ থকা গেছ নিৰ্গমন সফলতাৰে নিয়ন্ত্ৰণ।

22/06/2025

ভটিয়াপাৰত কন্ঠশিল্পী মানস ৰবীন

22/06/2025

সু - প্ৰভাত

Website