Md Ruhul Amin
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Md Ruhul Amin, Public Figure, Kalgachia, .
24/03/2026
বৈধ ঘোষণা মন্দিয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ মনোনয়ন পত্ৰ ।
Abdul Khaleque
জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত মন্দিয়া সমষ্টিত Abdul Khaleque Sir ক
কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে হাইকমান্ডে প্ৰক্ষেপ কৰিলে।
Thanks
Abdul Khaleque II Zindabaad
পাগল বিধায়ক
নিৰ্বাচন ২০২৬
শিক্ষক সমাজৰ মেৰুদণ্ড স্বৰূপ। তেওঁলোকৰ জ্ঞান, আদৰ্শ আৰু চৰিত্ৰই সমাজ গঢ়ি তোলে। এজন শিক্ষকক অসভ্য ভাষাৰে অপমান কৰা কোনো সভ্য সমাজত আদৰণীয় নহয়। শিক্ষকৰ পৰা সদ্বিবেচনা, নীতি-নৈতিকতাৰ শিক্ষা নোলোৱাকৈ কোনো ব্যক্তি যিদৰেই উচ্চ পদত অধিষ্ঠিত নহওক কিয়, তেওঁৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ অভাৱ সদায় থাকিয়েই যায়। শিক্ষাৰ আলোক অবিহনে মানুহ কেৱল উপাধি আৰু ক্ষমতালৈকে সীমিত হৈ ৰয়, কিন্তু জীৱনৰ প্ৰকৃত জ্ঞান আৰু সংবেদনশীলতাৰ পৰা বঞ্চিত হয়। গতিকে, শিক্ষকৰ মৰ্যাদা ৰক্ষা কৰাটো একান্তভাৱে আমাৰ সকলোৰে নৈতিক দায়িত্ব।
কিন্তু আমি নিউজত দেখা পাইছো এজন বিধাককে এজন সাধাৰণ ৰাইজৰ প্ৰতিনিধি (এম এল এ) হৈ সীমা ক্ৰচ কৰি যি অসভ্যালি এটা শিক্ষা অনুষ্ঠানৰ মুৰব্বী শিক্ষককৰ লগত কৰিলে, এয়া অক্ষমনীয়।
আমি তেওঁৰ অশিষ্টাচাৰ আচৰণ দেখিবলৈ তেওঁক ভোট দিব নোৱাৰিম।
আমাৰ সমষ্টিত নালাগে, আপোনালোকক লাগে যদি বৰপেটা সমষ্টিত লৈ লওঁক।
Jollymax, Bongaigaon
বহুত খেলিমেলি চলি আছে, প্ৰশাসন চুপ। হল মেনেজাৰ পলাতক।
আমি ৯ঃ৪৫ am টিকট লৈছো, আমাক ছিট দিব পৰা নাই। বিনা টিকটত হল ভৰি আছে।
কি কৰা যায়, ৰাইজ পৰামৰ্শ দিব।