Diganta Baruah
Ex- Executive Member (BTR)
MCLA 35 No Mwdwibari Constituency
24/04/2026
গনকপাৰা ৰঙালী বিহুৰ মুকলি বিহুতলীৰ দ্বাৰ উন্মোচন কৰোঁ।
23/04/2026
অসম দৰ্শন আচঁনিৰ পুজিৰে নিৰ্মাণ হব লগা নাহৰবাৰী খাতৰ চুবা শিৱ মন্দিৰৰ আধাৰশিলা স্থাপন কৰোঁ।
Himanta Biswa Sarma
Dilip Saikia
21/04/2026
কুলসীপাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত আয়োজিত অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতাৰ বিহুতলীৰ দ্বাৰ আনুষ্ঠানিক ভাৱে শুভউদ্বোধন কৰাৰ লগতে মুকলি বিহু উপভোগ কৰোঁ।
21/04/2026
20/04/2026
মংগলদৈ নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত প্ৰতাপ বৰদলৈ ডাঙৰীয়াৰ মাতৃৰ কিছুদিন পূৰ্বে পৰলোক প্ৰাপ্তি ঘটিছিল। আজি তেখেতৰ বাসভৱনত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰোঁ।
16/04/2026
নৱবৰ্ষৰ দ্বিতীয় দিনটোৰ কাৰ্যসূচী ....,
📌সদৌ টংলা ৰঙালী বিহুৰ মুকলি বিহুতলী উদ্বোধন
📌 মধ্য শিলপোটা আঞ্চলিক ৰঙালী বিহুৰ মুকলি বিহুতলী উদ্বোধন।
15/04/2026
আজি পহিলা বহাগৰ দিনটোত ননাইখুটি আঞ্চলিক ৰঙালী বিহু মঞ্চত উপস্থিত থাকোঁ।
08/04/2026
ভাৰতীয় জনতা পাৰ্টি,মুদৈবড়ী মণ্ডলৰ সাধাৰণ সম্পাদক তথা কচাৰীতল ভিচিডিচিৰ অধ্যক্ষ শ্ৰী সোনেশ্বৰ ৰাভা ডাঙৰীয়াৰ জ্যেষ্ঠ ভাতৃৰ কিছুদিন পুৰ্বে পৰলোক প্ৰাপ্তি ঘটিছিল। আজি তেখেতৰ বাসভৱনত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰোঁ।
Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju
07/04/2026
📌 কলাইগাঁও
অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত Jayanta Mallabaruah ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত ৪৮ নং টংলা বিধানসভা সমষ্টিৰ NDA ৰ প্ৰাৰ্থী শ্ৰীযুত বিকন চন্দ্ৰ ডেকা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰোঁ।
Himanta Biswa Sarma
Dilip Saikia
BJP Udalguri District
BJP Assam Pradesh
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Website
Address
784525