Dulumani Deka

Dulumani Deka

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dulumani Deka, Tangla.

05/08/2025

VOTE for BPF

Photos from Dulumani Deka's post 05/04/2025

টংলা উচ্চ মাধ্যমিক বিদ্যালয়ত বি পি এফ দলৰ বিধায়ক মাননীয় শ্ৰী যুত দূৰ্গা দাস বড়ো ডাঙৰীয়া দেৱৰ লগত এখনি ৰাইজ মেলত উপস্থিত থকা মূহুৰ্ত।

14/01/2025

বি পি এফ দলৰ সকলো কৰ্মকৰ্তা লৈ মোৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ

31/12/2024

সমুহ ৰাইজলৈ মোৰ ফালৰ পৰা নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

09/12/2024

Right Zubin Da♥️

08/12/2024
10/04/2024
Photos from Dulumani Deka's post 16/12/2023

যোৱা কালি মোৰ গাঁৱত বিয়াত উঠা কেইখনমান আলোক চিত্ৰ সাছী ৰাখিলোঁ। আজি কালি কোনো গাওঁতে ৰূপ সজ্জা, আলোক সজ্জাত পিছ পৰি থকা নাই। মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ কথা কবয় নালাগে চালে চকু ৰোৱা। দ্বীগজ নদীৰ মৰা সুঁতিৰ পাৰতে আমাৰ গাও। সৰুতে কিমান যে বনৰীয়া মাছ মা হতৰ লগত ধৰি খাইছিলো আজিও মনত পৰে। সাল, সৌল, শিঙি,মাগুৰ,খাৱৈ,কত যে কিমান।

Photos from Dulumani Deka's post 15/09/2023

আগন্তুক ২৪/৯/২০২৩ তাৰিখে খালিংদোৱাৰ ব্লকৰ অধীনত বি পি এফ দলৰ মুৰব্বী মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী দেৱৰ উপস্থিত Mega joining হ'ব।
সয়ে আজি জিলা আৰু কেন্দ্ৰীয় মহিলা খালিংদোৱাৰ ব্লকৰ মহিলাৰ উদ্যোগত বৰদলৈ স্মৃতি ভৱনত এখন জৰুৰী সভা অনুষ্ঠিত হয়।
সভাত সন্মানীয় বক্তা সকলে সুন্দৰ বক্তব্য ৰাখে।

Want your public figure to be the top-listed Public Figure in Tangla?
Click here to claim your Sponsored Listing.

Website

Address

Tangla