Mech Kitchen
পৰম্পৰাগত খাদ্য সম্ভাৰ আপোনাৰ নিচেই ওচৰতে উপলব্ধ।
06/05/2025
অহা ইংৰাজীৰ 12 মে তাৰিখে শুভ আৰম্ভণি কৰিবলৈ মনস্থ কৰিছোঁ, দৰিকাপাৰস্থিত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সন্মুখত তথা গ্ৰাম্য পৰিবহণ আস্থানৰ ওচৰত Mech Kitchen নামেৰে এখন পৰম্পৰাগত খাদ্যৰ বিপনী । আপোনালোক সকলো আহিব, এসাঁজ খাদ্যৰ জুতি লৈ যাবলৈ নাপাহৰিব।🙏
পথাৰ আমাৰ,
বজাৰ আমাৰ।
#অসমীয়া
Want your restaurant to be the top-listed Restaurant in Sibsagar?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Website
Address
DORIKAPAR. FRONT OF DTO OFFICE
Sibsagar
785640
Sibsagar
785640