Assam Tech Talks

Assam Tech Talks

Share

সত্যৰ সন্ধানত নিৰ্ভীক নিৰপক্ষ বাতৰিৰ বাবে Assam Tech Talks Follow কৰি ৰাখক।

For Advertisement Only WhatsApp ☎️ 9365910924

31/05/2026

মাত্ৰ বাঁহৰ খৰচত ঘৰৰ বাউণ্ডেৰী ৱাল! প্ৰকৃত খৰচ কিমান জানেনে? 🤔 ​

বাঁহৰ চকুৱা বেৰা দিয়াৰ দিন এতিয়া উকলিল! এতিয়া মাত্ৰ বাঁহৰ খৰচতেই আপুনি ঘৰৰ চাৰিওফালে দিব পাৰিব মজবুত পকীৰ Readymade বাউণ্ডেৰী ৱাল। 🧱✨

যোগাযোগৰ নম্বৰ: ☎️ 9365688569, 6002629149



এই ভিডিঅ'টোত আমি দেখুৱাইছোঁ কেনেকৈ কম খৰচত আৰু কম সময়ত এই Readymade বাউণ্ডেৰী ৱাল বনাব পাৰি। লগতে জানক সম্পূৰ্ণ খৰচৰ হিচাপ— প্ৰকৃততে কিমান টকা খৰচ হ'ল?

​ভিডিঅ'টো শেষলৈকে চাওক আৰু আপোনাৰ ঘৰৰ বাবে কোনটো বেছি লাভদায়ক হ'ব নিজে ঠিক কৰক! 👇

​✅ ভিডিঅ'টোত কি কি আছে:

Readymade বাউণ্ডেৰী ৱাল কেনেকৈ লগোৱা হয়?

​বাঁহৰ বেৰা আৰু পকী ৱালৰ মাজত খৰচৰ পাৰ্থক্য।

​সম্পূৰ্ণ খৰচৰ (Total Cost) সঠিক হিচাপ।

👍 ভিডিঅ'টো উপকাৰী বুলি ভাবিলে অনুগ্ৰহ কৰি এটা Like কৰি আপোনাৰ বন্ধুবৰ্গৰ সৈতে Share কৰক। আপোনাৰ কিবা প্ৰশ্ন থাকিলে তলত Comment কৰি সুধিব পাৰে!

31/05/2026

👉 বন্ধ হৈ পৰিব নেকি বিনামূলীয়া ৰেচন?
👉 মহাবিপদত শ্যামকানু মহন্ত
👉 উচ্ছেদক লৈ ডাঙৰ ঘোষণা হিমন্তৰ

28/05/2026

পৱিত্ৰ ঈদ-উল-আজহাৰ শুভেচ্ছা

24/05/2026
21/05/2026

👉 ম*দ খালেই বান্ধ হৈ পৰিব অৰুণোদয় আঁচনি
👉 গৰু কুৰবাণী বৰ্জন মুছলমান ৰাইজৰ
👉 জুবিন ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত .O

12/05/2026

👉 জামিন লাভ কৰিব নেকি শ্যামকানু মহন্তই?
👉 মিঞাসকলৰ বাবে ডাঙৰ বিপদ হিমন্ত
👉 গৌৰৱ গগৈক অপমান অখিল গগৈৰ

09/05/2026

👉 কোন হ'ব অসমৰ নতুন মুখ্যমন্ত্ৰী?
👉 ১০ বছৰ জেলত ৰাখিব মমতা বেনাৰ্জীক
👉 অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি

04/05/2026

যোৰহাটত গৌৰৱ গগৈ পৰাস্ত। বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত পৰাস্ত গৌৰৱ।

04/05/2026

৩ গগৈৰ অৱস্থা অতি বেয়া, মৰিয়নিত অগ্ৰগতি ৰূপজ্যোতি কুৰ্মীৰ , Assam Election Results Live

Want your business to be the top-listed Media Company in Sibsagar?
Click here to claim your Sponsored Listing.

Address

Amguri
Sibsagar
785681