Knightlytech.blogspot.in
The blog KnightlyTech provides solutions for PC problems, Full version of softwares & various types
30/04/2020
Pritam's Graphics ৰ উদ্যোগত
"প্ৰিয়জনৰ সান্নিধ্যত ফটো প্ৰতিযোগিতা
প্ৰতিযোগী ক্ৰমিক নং ০৪৩
মৃন্ময় আৰু প্ৰিয়ংকা
যোৰহাট
নমস্কাৰ
Pritam's Graphics ফেচবুক পৃষ্ঠাক সকলোৱে ইমান মৰম আৰু সঁহাৰি দিয়াৰ বাবে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।
আপোনালোকৰ বিপুল সঁহাৰি পাই Pritam's Graphicsৰ উদ্যোগত সদৌ অসম ভিত্তিত ২য় খণ্ড প্ৰতিযোগিতা "প্ৰিয়জনৰ সান্নিধ্যত ফটো প্ৰতিযোগিতা" অনুষ্ঠিত কৰা হৈছে। উক্ত ফটো প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰিবলৈ যিকোনো মাৰ্জিত সাজ-পাৰ পৰিধান কৰা আপুনি আৰু আপোনাৰ প্ৰিয়জনৰ লগত তোলা ফটো আমাক প্ৰেৰণ কৰিব পাৰিব।
👉ফটো প্ৰেৰণ কৰিবলৈ তলৰ উল্লেখিত নম্বৰ ব্যৱহাৰ কৰিব পাৰিব।
What's App Number : 9864635676 (কেৱল whatsapp ৰ কাৰণেহে, অনুগ্ৰহ কৰি ফোন কৰি আমনি নিদিব)
✍️প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ হল:-
👉ফটো জমা দিয়াৰ তাৰিখ ২৫/০৪/২০২০ সময় ৰাতি ৯ বজাৰ পৰা ৩০/০৪/২০২০ ৰাতি ৯ বজালৈ।
👉প্ৰতিযোগিতা মাত্ৰ ১০০ জন প্ৰতিযোগীৰ মাজত অনুষ্ঠিত হব।
👉 প্ৰতিযোগীয়ে ফটো Whatsappত Document কৰি পঠাব লাগিব। massenger আৰু page দিয়া ফটো গ্ৰহণ কৰা নহব।
👉 প্ৰতিযোগী সকলে ''Pritam's Graphics" পেজটো কৰিব লাগিব।
👉 ফটোসমূহ উন্নত মানদণ্ড হলেহে গ্ৰহণ কৰা হব।ছেল্ফী গ্ৰহণ কৰা নহ'ব
👉 ফটোখন Like , comment আৰু share ভিত্তিত নম্বৰ প্ৰদান কৰা হ'ব
🌟১টা লাইক =২ নম্বৰ
🌟১টা কমেণ্ট =৫ নম্বৰ
🌟 ১টা শ্বেয়াৰ =১০ নম্বৰ
👉এখন ফটো এজন ব্যক্তিয়ে এবাৰহে শ্বেয়াৰ কৰিব পাৰিব।
👉প্ৰতিযোগিয়ে নিজে share কৰিব পাৰিব কিন্তু প্ৰতিযোগিয়ে নিজে কৰিব নোৱাৰিব।
👉মাৰ্জিত সাজ পোছাক নহ'লে ফটোখন গ্ৰহন কৰা নহ'ব।
👉বিজয়ী প্ৰতিযোগীক আৰ্কষনীয় পুৰস্কাৰ হিচাপে বিজয়ী প্ৰতিযোগীৰ ফটো Pritam's Graphics য়ে Edit কৰি Framing কৰি দিয়া হব আৰু মানপত্ৰ প্ৰদান কৰা হ'ব লগতে শ্ৰেষ্ঠ ফটোকেইখন আমাৰ ফেচবুক পৃষ্ঠাৰ যোগেদি প্ৰচাৰ কৰা হ'ব।
👉চলিত বৰ্ষৰ ৫ মে তাৰিখে 'Pritam's Graphics" ফেচবুক পৃষ্ঠাত ফলাফল ঘোষনা কৰা হ'ব।
🌟ফটোখনৰ লগত প্ৰতিযোগীৰ নাম , ঠিকনা,বয়স আৰু ম'বাইল নম্বৰ অসমীয়াত টাইপ কৰি পঠিয়াব লাগিব।
প্ৰতিযোগী সকলক বিনম্ৰভাবে অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে নিয়মসমূহ ভালকৈ অধ্যয়ন কৰি লয়, লগতে
"Pritam's Graphics" page তো follow কৰিবলৈ নাপাহৰিব।
ধন্যবাদেৰে
প্ৰীতম
Pritam's Graphics
Click here to claim your Sponsored Listing.
Category
Contact the business
Address
785001