REPORTER ASSAM
A reporter is always concerned with tomorrow. There's nothing tangible of yesterday.
All I can say I've done is agitate the air ten or fifteen minutes and then boom - it's gone.
24/04/2025
TOP POST...................
যোৰহাটৰ বেদাংগ হত্যাকাণ্ডৰ মূল অভিযুক্ত আব্দুল নুৰ ওৰফে ৰিজু গুলীবৃদ্ধ । নিশা ঘটনাস্থলীলৈ নিওতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতে গুলীবৃদ্ধ হয় ।
23/04/2025
ভাৰতত পাকিস্তানী উচ্চায়ুক্ত বন্ধ কৰা হব । কেন্দ্ৰীয় কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত । এক সপ্তাহৰ ভিতৰত ভাৰতত থকা পাকিস্তানৰ উচ্চায়ুক্ত খালি কৰাৰ নিৰ্দেশ । বিদেশ মন্ত্ৰালয়ে কেবিনেটৰ এই সিদ্ধান্তৰ কথা ব্যক্ত কৰিলে ।
√ আটাৰী-ৱাঘা সীমান্ত বন্ধ কৰি দিয়া হৈছে ।
√ কোনো পাকিস্তানী নাগৰিকক ভাৰতৰ ভিছা প্ৰদান কৰা নহব ।
√ সিন্ধু জল চুক্তি বাতিল কৰা হৈছে ।
√ ভাৰতত থকা পাকিস্তানী নাগৰিকক উভতাই পঠোৱা হব । ১ মে'ৰ ভিতৰত সকলো পাকিস্তানী নাগৰিক ভাৰত ত্যাগ কৰিব লাগিব ।
23/04/2025
কিছু সময় পাছত বৈদেশিক মন্ত্ৰালয়ে সম্বোধন কৰিব সংবাদমেল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত অনুষ্ঠিত হৈ থকা কেন্দ্ৰীয় কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সন্দৰ্ভত সম্বোধন কৰিব সংবাদমেলত ।
বৈঠকত উপস্থিত আছে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল।
পেহেলগাম, কুলগামকে ধৰি বৃহত্তৰ অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অব্যাহত আছে ভাৰতীয় সেনাৰ অভিযান
23/04/2025
পেহেলগাম আক্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বাসগৃহত কেন্দ্ৰীয় কেবিনেট বৈঠক আৰম্ভ । বৈঠকত গ্ৰহণ কৰা হব পাৰে চূড়ান্ত সিদ্ধান্ত ।
11/03/2025
TOP POST
__________
"ফেব্ৰুৱাৰীত নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হ'লে আমি অৰুণোদয় দিব নোৱাৰিম, প্ৰয়োজন হ'লে ফেব্ৰুৱাৰীত একেলগে আমি ৫ মাহৰ অৰুণোদয়ৰ ধন দিম" : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
Click here to claim your Sponsored Listing.
Category
Website
Address
785001