KV RRL Jorhat

KV RRL Jorhat

Share

It is official page of KV No.3 RRL Jorhat.

Photos from KV RRL Jorhat's post 21/06/2026

Celebration of International Day of Yoga 2026.
Yoga is the journey of the self, through the self, to the self. Today, our students and staff came together to embrace wellness, mindfulness, and inner harmony under the guidance of Yoga Trainer Mr. Shyamanta Bora.
Kendriya Vidyalaya Sangathan
Kumar Krishan

19/06/2026

NEET UG 2026 পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ পৰীক্ষাকেন্দ্ৰসমূহৰ চৌপাশে ১৬৩ বিএনএছ (BNSS) ৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে 🚨⚠️

অহা ২১ জুন, ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া NEET (UG) 2026 পৰীক্ষা যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নোহোৱাকৈ শান্তিপূৰ্ণ আৰু নিকাভাৱে সম্পন্ন হ’ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। পৰীক্ষাকেন্দ্ৰসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু যিকোনো ধৰণৰ অনিয়ম প্ৰতিহত কৰাৰ উদ্দেশ্যে যোৰহাটৰ অতিৰিক্ত জিলা দণ্ডাধীশ শ্ৰী অভিজিৎ গগৈ (ACS) ডাঙৰীয়াই ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ধাৰা ১৬৩ BNSS (পূৰ্বৰ ১৪৪ ধাৰা) ৰ অধীনত সমগ্ৰ জিলাখনতে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ তলত উল্লেখ কৰা নিৰ্দেশনাসমূহ জাৰি কৰিছে:

১/ পৰীক্ষাকেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অনুমতিহীন ব্যক্তিৰ প্ৰৱেশ বা অপ্ৰয়োজনীয় লোকৰ সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

২/ জৰুৰীকালীন সেৱা (এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী আদি) আৰু কৰ্তব্যৰত বিষয়া-আৰক্ষীৰ বাহনৰ বাহিৰে আন কোনো বাহন পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰৰ ভিতৰত পাৰ্কিং কৰিব বা চলাচল কৰিব নোৱাৰিব।

৩/ পৰীক্ষাকেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, কেলকুলেটৰ, ব্লুটুথ, ৱাই-ফাই বা আন যিকোনো ধৰণৰ ইলেকট্ৰনিক যোগাযোগ সঁজুলি লৈ যোৱাটো সম্পূৰ্ণ নিষিদ্ধ (কেৱল কেন্দ্ৰ পৰিচালক আৰু কৰ্তব্যৰত নিৰ্দিষ্ট কৰ্মচাৰীৰ বাহিৰে)।

৪/ পৰীক্ষা কেন্দ্ৰৰ পৰ্যবেক্ষক কৰ্মচাৰীৰ বাহিৰে অন্য কোনো ব্যক্তিক পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ আৱন্টিত আসনত বহিবলৈ সহায় বা নিৰ্দেশনা বা দিব নোৱাৰিব।

৫/ পৰীক্ষা শেষ নোহোৱালৈকে পৰীক্ষাকেন্দ্ৰ আৰু ইয়াৰ চৌপাশে কোনো ধৰণৰ লাউড স্পীকাৰ বা উচ্চ প্ৰাবল্যৰ শব্দযন্ত্ৰ (Sound System) ব্যৱহাৰ কৰিব নোৱাৰিব।

৬/ পৰীক্ষাকেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ খাদ্যৰ দোকান বা অস্থায়ী ষ্টল বহিব নোৱাৰিব।

⚠️ এই আদেশ তৎকালীনভাৱে কাৰ্যকৰী হ’ব আৰু পৰৱৰ্তী আদেশ জাৰি নকৰালৈকে বলবৎ থাকিব।
এই আদেশ উলংঘা কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা (BNS) ৰ ২২৩ ধাৰাৰ অধীনত কঠোৰ আইনী শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। পৰীক্ষা প্ৰক্ৰিয়াটো শান্তিপূৰ্ণভাৱে সফল কৰি তুলিবলৈ জিলা প্ৰশাসনে সকলো নাগৰিকৰে সক্ৰিয় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

সবিশেষৰ বাবে তলৰ অধিসূচনাখন পঢ়ক 👇

CMO Assam
Directorate of Information and Public Relations, Assam
DIPRO Jorhat

08/06/2026

Kudos to Adrit Kashyap of KV ONGC Jorhat for winning the Gold Medal at the International Yoga Championship held in Ahmedabad! His outstanding achievement reflects dedication, discipline, and excellence in Yogasana, bringing laurels to the nation.

Ministry of Education

01/06/2026

Congratulations Master Arth Kumar Maurya
Kendriya Vidyalaya Sangathan
Kumar Krishan

26/05/2026

Admission notice Class 11 Science
Kendriya Vidyalaya Sangathan
Kvsro Guwahati
Kumar Krishan

21/05/2026
15/05/2026

Few seats are available in Class XI Science. Interested and eligible students may collect registration forms from Vidyalaya Office on or before 21.05.2026 between 9.00 Am and 11.00 Am.

Want your school to be the top-listed School/college in Jorhat?
Click here to claim your Sponsored Listing.

Category

Address

Near CSIR-NEIST, RRL Post Office, Pulibor Jorhat
Jorhat
785006

Opening Hours

Monday 7:15am - 3pm
Tuesday 7:15am - 3pm
Wednesday 7:15am - 3pm
Thursday 7:15am - 3pm
Friday 7:15am - 3pm
Saturday 7:15am - 3pm