TIME 24 ASOM
অসমৰ যিকোনো বিজ্ঞাপনৰ ভাবে যোগাযোগ কৰক
লংকা আৰক্ষী পথ সুৰক্ষা আৰু সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এক বিশেষ অভিযান চলায় বিনামূলীয়াকৈ এটাকৈ হেলমেট প্ৰদান কৰা হয়। আনহাতে, যিসকল সচেতন নাগৰিকে হেলমেট পৰিধান কৰি আহিছিল, তেওঁলোকক উৎসাহিত কৰাৰ উদ্দেশ্যে এটাকৈ চকলেট উপহাৰ দিয়া হয়।
Hojai Police
@
📌চুৰকৰি মাটি কিনিছে আৰু ঘৰ বনাইছে l
চোৰৰ 'বিলাসী' জীৱন! চুৰি ধনেৰে মাটি কিনি সাজিলে ঘৰ, এতিয়া সকলোৰে চকু কপালত।
৫টা ৱাইৰেল অসমীয়া হেছটেগ (Hashtag)
👉চিত পখিলা চিত পখিলা
ড্ৰিল মাৰি গছ পুলি ৰোৱা ক’ত দেখিলা
👉উতলা পানী ঢালি দিলে আলহী অহালৈ ফলে ফুলে জাতিষ্কাৰ হৈ পৰিব যেন পাওঁ। ৰোপণ পদ্ধতি আধুনিক যেতিয়া সাৰ পানী যোগোৱা পদ্ধতিও আধুনিক হব লাগে।
📌“প্ৰকৃততে কোনে পাই আঁচনি?”
“উত্তৰ দিয়ক অসম চৰকাৰে”
“উত্তৰ দিয়ক মাজুলীৰ বিধায়ক ভুবন গামে”
বুকু বিষাই যোৱা এটি কাহিনী🥹
📌জুবিন দাৰ ছবি প্ৰতিজন অসমীয়াৰ বুকুত আছে ঘেন্টা ডাল কৰিবি চৰকাৰ ।
👉এইজন নেকি আমাৰ স্বাস্থ্য মন্ত্ৰী?
📌ৰাতি দুটা বজাত আটক এজন যুৱক
📌"বিজয় থালাপতিৰ চৰকাৰৰ প্ৰতিজন মন্ত্ৰী, বিধায়কৰ সন্তানে পঢ়িব লাগিব চৰকাৰী বিদ্যালয়ত"
বাধ্যতামূলক কৰিলে বিজয় থালাপতিয়ে
18/06/2026
🚨 প্ৰেমৰ সম্পৰ্কক লৈ চাঞ্চল্যকৰ অভিযোগ!
দুই বছৰৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত এজনী যুৱতীয়ে এজন যুৱকৰ বিৰুদ্ধে শাৰীৰিক সম্পৰ্ক স্থাপনৰ অভিযোগ উত্থাপন কৰিছে। ঘটনাটো ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে।
📌 এই ঘটনাৰ প্ৰকৃত সত্য কি? অভিযোগ কিমান সত্য, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ'ব। সেয়ে কোনো সিদ্ধান্তত উপনীত হোৱাৰ আগতে চৰকাৰী তদন্ত আৰু আইনী প্ৰক্ৰিয়াক সন্মান জনাওঁ।
🗣️ আপোনাৰ মতামত কমেণ্টত জনাব পাৰে।
👍 পোষ্টটো ভাল লাগিলে Like, Comment আৰু Share কৰিব নাপাহৰিব।
Click here to claim your Sponsored Listing.
Category
Website
Address
Hojai
782440