FAST AXOM
যিকোনো Advertisement/ বিজ্ঞাপনৰ বাবে
আমাৰ সৈতে যোগাযোগ কৰক: WhatsApp 70029 60409 Thank You
Fast Axom
📌 বিশ্ব নবী হজৰত মহম্মদ (ছাঃ)-ক লৈ বিতৰ্কিত মন্তব্যৰ হীৰেন হিন্দু অসম’ৰ বিৰুদ্ধে এজাহাৰ দাখিল।
📌 কেন্দ্ৰীয় নেতা মোছাব্বিৰ আলি আহমেদৰ নিৰ্দেশত জুৰুয়া থানাত দাখিল এজাহাৰ।
01/06/2026
নলবাৰীৰ ৰ'জ আলীৰ পৰিয়ালক এঘৰীয়া কৰিলে গাঁওবাসীয়ে। জানাজাত কোনো লোকে নকৰে অংশগ্ৰহণ। অজ্ঞাত স্থানত আছে ৰ'জ আলীৰ দেহ।
01/06/2026
সত্ৰ নগৰী মাজুলীত নাবালিকাৰে জঘন্য কাণ্ড গ্রেপ্তাৰ
১। খগেন দলে
২। ধর্মকান্ত পেগু
৩। যোগেন দলে
৪। নাথুৰাম দলেসহ দুই কিশোৰ
ডবকাত কংগ্ৰেছীৰ মাজত দুৰ্বাদল কাজিয়া
বিগত নিৰ্বাচনত কংগ্ৰেছত বিসম্বাদ কৰা সকলক আ-ক্ৰ-ম-ণ
কংগ্ৰেছৰ দুটা দলৰ মাজত আ-ক্ৰ-ম-ণ প্ৰত্যাক্ৰণৰ ঘটনা
01/06/2026
নলবাৰী লাভ জিহাদ কাণ্ডৰ মূল অভিযুক্ত ৰোজ আলীক এনকাউণ্টাৰ
FAST AXOM
আজি পৱিত্ৰ ঈদ-উজ-জোহা। ৰাজ্যজুৰি ঈদৰ আনন্দ- উত্সাহ।
লস্কৰ পথাৰ আঞ্চলিক ঈদগাহত সমূহীয়া নামাজ আদায় মুছলমান ৰাইজৰ...
27/05/2026
Fast Axomৰ পৰিয়ালৰ প্ৰতিগৰাকী দৰ্শকলৈ ঈদ উদ জোহাৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো।
FAST AXOM
বিধান সভাত UCC ৰ নিচিনা গুৰুত্বপূৰ্ণ বিল উত্থাপন হৈছে কিন্ত বিধায়ক বদৰ উদ্দিন আজমল বিধানসভাত উপস্থিত নাই ,বিন্নাকান্দি সমষ্টিৰ সচেতন লোকৰ মাজত প্ৰতিক্ৰিয়া আৰাম্ভ ৷প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক জাকিৰ হুছেইনে ৷
25/05/2026
ইচ্ছা মতেই দাম বঢ়াব নোৱাৰিব খুচুৰা দোকানীয়ে। চৰকাৰৰ তালিকা মতে লব লাগিব দাম। পঞ্চায়ত বিভাগে নজৰ ৰাখিছে আপোনাৰ খুচুৰা বিক্ৰীৰ ওপৰত।
#অসমীয়ানিউজ
25/05/2026
ঈদ-উল-জোহা উপলক্ষে ২৮ মে'ত চৰকাৰী বন্ধ ঘোষণা