Ashik Alahi Computer

Ashik Alahi Computer

Share

Ashik Alahi
9678350632

25/05/2024

নতুন চিম কাৰ্ড বনাই Google Pay/Phone pay ব্যৱহাৰ কৰিলে আপোনাৰ পইচা যাব পাৰে বেলেগেৰ একাউণ্টত। কি সেটিংস কৰিব লাগিব আপুনিও। চাওঁক সম্পূৰ্ণ ভিডিঅটো। ভাল লাগিল Share কৰিব।

08/09/2023
08/09/2023

খেলা খেলা খেলা হবে!
নগাঁওত মহিলা ফুটবলৰ এক উত্তেজনাপূৰ্ণ মুহূৰ্ত । হাজাৰ হাজাৰ পুৰুষ/মহিলাই ভিৰ কৰে খেল উপভোগ কৰিবলৈ। শ্বিলং FC আৰু গুৱাহাটী FC

02/09/2023

ছোৱালীৰ ফুটবল ফাইনেল মেচ। #নগাওঁতাৰাবাৰী। হাজাৰ-হাজাৰ পুৰুষ/মহিলাই একেলগে উপভোগ কৰিলে ৰোমাঞ্চকৰ ফাইনেল মেচ।মোৰ জীৱনৰ প্ৰথম ছোৱালীৰ ফুটবল মেচ উপভোগ কৰিলোঁ। শ্বিলং FC বনাম গুৱাহাটী FC মাজত ফাইনেল মেচ অনুষ্ঠিত হয়।

08/03/2023

Ayushman Card
Name. Rejmina Begum
D/O- Ajir Uddin
Vill- Sutarpur, Joynagar, Hojai(Assam)

Telephone