Mehtab

Mehtab

Share

It's my page please like and follow me. Aur upar Mein Mera YouTube channel link hai

14/02/2026

30/01/2026

বিন্নাকান্দীত এইবাৰ কংগ্ৰেছৰ জয় নিশ্চিত।
#কংগ্ৰেছজিন্দাবাদ
ৰ জয়
Zindabad
Rehan Uddin Bhai Zindabad

30/01/2026

অহিংসাৰ পূজাৰী, জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু তিথিত তেখেতক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সত্য, অহিংসা আৰু নৈতিক সাহসেৰে ভৰা তেওঁৰ জীৱন দৰ্শন আজিও আমাৰ বাবে এক জীৱন্ত আদৰ্শ।

বাপুজীৰ ত্যাগে আমাক সোঁৱৰাই দিয়ে যে স্বাধীনতা গণতন্ত্ৰ আৰু ন্যায় শক্তিৰে নহয়, বিবেক আৰু সহানুভূতিৰে ৰক্ষা কৰা হয়। আহক আজিৰ এই দিনটোত আমি অহিংসা, শান্তি, সমতা আৰু মানৱতাৰ প্ৰতি তেওঁৰ আদৰ্শসমূহ পুনৰ দৃঢ়ভাৱে গ্ৰহণ কৰাৰ সংকল্প লওঁ।

গান্ধীজীৰ আদৰ্শই সদায় ভাৰতবৰ্ষৰ আত্মাক পথ প্ৰদৰ্শন কৰি যাব আৰু প্ৰজন্মৰ পাছত প্ৰজন্মক সঠিক পথত আগবঢ়িবলৈ প্ৰেৰণা যোগাই থাকিব। 🇮🇳

Photos from Gaurav Gogoi's post 30/01/2026

#কংগ্ৰেছজিন্দাবাদ
Rehan Uddin Zindabad

28/01/2026

বিদায়ী সম্বর্ধনা

প্রতি,

অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক প্রধান শিক্ষক জনাব নিজাম

উদ্দিন বৰভূঞা চাহাব

শ্ৰদ্ধাৰ সৈতে,

আপোনাৰ দীৰ্ঘদিনীয়া নিষ্ঠা, ত্যাগ আৰু দূৰদৰ্শী নেতৃত্বৰ ফলস্বৰূপে সদৰগাঁও মধ্য ইংৰাজী বিদ্যালয়ে আজিৰ এই গৌৰৱময় অৱস্থান লাভ কৰিবলৈ সক্ষম হৈছে। এজন আদর্শ শিক্ষক, দক্ষ প্রশাসক আৰু প্ৰেৰণাদায়ী পথপ্রদর্শক হিচাপে আপুনি বিদ্যালয়খনৰ শৈক্ষিক, নৈতিক তথা সামাজিক বিকাশত যি অতুলনীয় অৱদান আগবঢ়ালে, সেয়া সদায় স্মৰণীয় হৈ থাকিব।

এই বিদায়ী মুহূর্তত আপোনালৈ আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে সুস্বাস্থ্য, দীর্ঘায়ু আৰু শান্তিময় জীৱনৰ কামনা জনালোঁ।

শ্রদ্ধা সহ,

প্রাক্তন ছাত্ৰৰ তৰফৰ পৰা।

24/01/2026

হোজাইৰ অতীত আৰু বৰ্তমানক সামৰি জিলা সংগীত মুকলি

অহা ২৫ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া হোজাই জিলা দিৱসৰ পবিত্র ক্ষণত সমগ্র হোজাইবাসী তথা অসমবাসীৰ উদ্দেশ্যে জিলাখনৰ জিলা সংগীতটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে।
জিলাখনৰ সমন্বয় আৰু স্বাভিমানৰ এই যাত্ৰাত আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিলোঁ।

Want your public figure to be the top-listed Public Figure in Hojai?
Click here to claim your Sponsored Listing.

Category

Address

Hojai