NEDA e Hoque

NEDA e Hoque

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NEDA e Hoque, Education, Barbali, Hojai.

14/04/2026

যোৱা ১০-৪ -২৬ তাৰিখত ঘোষনা হোৱা দশম শ্ৰেণীৰ ফলাফলত যি সকলে ১ম বিভাগত উৰ্তিন্ন হৈছে সেইসকলক আজমল ফাউণ্ডেচনৰ পৰা সন্বদনা অনুষ্টান

21/09/2025
21/09/2025

জুবিন দাৰ বিয়োগৰ ঘটনাটোৰ চি বি আই তদন্ত হব লাগ। নিজৰ নিজৰ মতামত জনাওঁক । আৰু Video টো শ্বেয়াৰ কৰক।

04/02/2025

বিৰাদৰানে ইছলাম,অহা ১৩-২ ২০২৫ বৃহস্পতিবাৰ দিন গৈ ৰাতি পবিত্ৰ স্ববে বৰাত।
গতিকে উক্ত ৰাতি ইবাদত-বন্দেগী,দোৱা আৰু বিশেষকৈ নিজৰ জীৱনত জানি-বুজি আৰু নাজানি যিমান গুনাহ হৈছে সবৰ পৰা তৌবাহ কৰা।আৰু পিছদিনা ৰোজা ধৰাৰ চেষ্টা কৰা।আল্লাহপাকে সকলোকে তৌফিক্ব দান কৰক।

(বেছিকৈ শ্বেয়াৰ কৰিব)

31/01/2025

আজি ইংৰাজী ৩১-০১-২০২৫ শুক্ৰবাৰ পবিত্ৰ স্বা'বান মাহৰ ১ (এক) তাৰিখ।১৪ স্বা'বান দিন গৈ ৰাতি পবিত্ৰ স্ববে বৰাত । হাদিছ শ্বৰিফত আহিছে জানাব নবিয়ে কৰিম ছঃ য়ে ৰজব আৰু স্বা'বান মাহত এই দোৱাটো খোব বেছিকৈ পঢ়িছিল ।( আল্লাহুম্মা বা-ৰিক লানা ফি ৰাজাবা ৱ স্বা'বান ৱ বাল্লিগ্‌না ৰামাজান)আল্লাহপাকে সকলোকে এই দোৱাটি বেছিকৈ পঢ়াৰ তৌফিক দান কৰক আ'মীন

26/01/2025

৭৬তম গণৰাজ্য দিৱস

26/01/2025

৭৬তম গণৰাজ্য দিৱস দাৰুলহাদীছ শিৱসাগৰ দ্বিনী মাদ্ৰাছাত বৰ উলহ মালহেৰে পালন কৰা হয় ।

Want your school to be the top-listed School/college in Hojai?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address

Barbali
Hojai