AS.TN
General
কা আন্দোলন কৰি ৫ জন ল'ৰা শ্বহীদ হোৱাত এনেদৰে গীত গাই প্ৰতিবাদ কৰিছিল জুবিন দায়ে কিন্তু এতিয়া তেওঁৰ হৈ কোনো নাই🥺💔
ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন দাক হত্যা কৰাৰ সময়ত শ্যামকানুৰ লগত তেখেতৰ পত্নীও আছিল। এতিয়া শ্যামকানুৰ পত্নী জেলত থকাৰ সলনি গিৰিয়েকৰ বাবে অধিবক্তা বিচাৰি ফুৰিবলৈ কিয় সুবিধা পালে?
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালৈ পোনপটীয়া আহ্বান:-
১) কেনেকৈ কৰে কি ৰাজনৈতিক শক্তি ব্যৱহাৰ কৰে কৰক কৰক জুবিন দা ছিংগাপুৰ যিখন হোটেলত আছিল তাৰ ১৮ আৰু ১৯ ছেপ্টেম্বৰৰ চি.চি টিভি কেমাৰা ভিজিৱেল আৰু ১৯ ছেপ্টেম্বৰৰ ছিংগাপুৰ জেনেৰেল হস্পিটেলৰ ভিডিঅ' সংগ্ৰহ কৰক।
২) ছিংগাপুৰ প্ৰবাসী অসমীয়া যিসকল জুবিন দা লগত গৈছিল তেওঁলোকল ষ্টেটটমেন্ট সংগ্ৰহ কৰক ।
৩) জুবিন দা লগত অসমৰ পৰা যোৱা সকলৰ মন্তব্য সংগ্ৰহ কৰক।
৪)নৰ্থ ইষ্ট ফেষ্টিৱেল অনুষ্ঠিত কৰা উদ্যোগতা সকলৰ মন্তব্য সংগ্ৰহ কৰক।
৫) জুবিন দা ছিংগাপুৰৰ postmortem report অতি শীঘ্ৰে সংগ্ৰহ কৰক।
৬) জুবিন দা ছিংগাপুৰৰ ভিডিঅ' সমূহ যিজন ব্যক্তিয়ে এটা এটা ক্লিপ ৰাজহুৱা কৰি আছে তেওঁক তদন্ত আওঁতালৈ আনক।
৬) ছিংগাপুৰত থকা সময়ত যিসকল ব্যক্তি লগত জুবিন দা আছিল তেওঁলোকৰ ফোন কʼলৰ অডিঅ' সংগ্ৰহ কৰক।
এই সকলোখিনি তথ্য আনি ৰাজহুৱা কৰক ।
জুবিন দাৰ দেউতাক আৰু তেওঁৰ মৰমৰ পত্নীক ভগৱানে আৰু মা দুৰ্গাই বহুত বহুত শক্তি দিয়ক এয়া সহ্য কৰিবলৈ। আৰু সকলো ৰাইজকে ভগৱানে বহুত শক্তি দিয়ক যাতে জুবিন দাৰ মৃত্যুৰ সঁচা ৰহস্য খুব সোনকালে পোহৰলৈ আহে।
Click here to claim your Sponsored Listing.
Category
Website
Address
Guwahati
782126