Bikram Rajkhowa

Bikram Rajkhowa

Share

bikram rajkhowa

15/04/2026
Tumi Nai Aaji—Official Video | Rupam Bhuyan | Biki | Arpana | Ritupaban | New Assamese Song 2026 24/12/2025

প্ৰতিভাবান সংগীতজ্ঞ ৰিতুপবন কটকীৰ সংগীত আৰু ৰচনাৰে তথা আমাৰ মৰমৰ দৰদী কণ্ঠ শিল্পী ৰূপম ভূঞাৰ কণ্ঠৰ লগতে মোৰ আৰু অপৰ্ণাৰ অভিনয়ৰে এটি ভিডিঅ গীত আপোনালোকৰ বাবে ইউটিউবত উপলব্ধ কৰা হৈছে।আশা কৰিছো আপোনালোকে আঁকোৱালি লব।

Tumi Nai Aaji—Official Video | Rupam Bhuyan | Biki | Arpana | Ritupaban | New Assamese Song 2026 Audio Credit:Composition, Music, Lyrics, and Guitars: Ritupaban KotokyVocal: Rupam BhuyanMix and Master: Dev SenVocal Recorded at Neoballad Studios by Gourab...

25/09/2025

কালি মিডিয়াত কাহিলীপাৰাত জুবিন দাৰ এপাৰ্টমেণ্টৰ লিফটত দেখা গল সন্দিপন গাৰ্গক,আজি লোকপ্ৰিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ গুৱাহটিৰ কৰ্মৰত এগৰাকী যুৱতীয়ে ফেচবুক লাইভ দি কোৱা দেখিলো যে ১০০ শতাংশই সিদ্ধাৰ্থ শৰ্মা কালি ৰাতি বিমানৰ যোগেদি গুৱাহাটীত অবতৰণ কৰিছে। আনকি মিডিয়াত সিদ্ধাৰ্থৰ বৰ্দিং পাছৰ ফটো দেখা পোৱা গৈছে।ছিংগাপুৰৰ ঘটনাৰ লগত দুইজনৰ নাম সাঙোৰ খাই আছে।তাৰ পাছতো দুইজন গুৱাহটিতে থকাৰ পাছতো প্ৰশাসনৰ আওতালৈ আনিব পৰা নাই কিয়?

Sign the Petition 24/09/2025

Sign the Petition Justice for Zubeen Garg

22/09/2025

ঘনে ঘনে পট পৰিবৰ্তন হৈছে জুবিন দাৰ মৃত্যুৰ।ৰহস্যঘন এক বৃত্যত সোমাই পৰিছে জুবিন দাৰ মৃত্যু।ভিন্ন সূত্ৰ তথা ভিন্ন বাৰ্তা আৰু ভিদিও চাই অনুভৱ হৈছে ৰহস্য নিশ্চয় আছে।সম্প্ৰতি শেখৰ গোস্বামীক এটাই অনুৰোধ কৰিছো তুমি যি যি জানা নিৰ্ভয়ে অসমবাসীৰ আগত ব্যক্ত কৰা।যদি সঁচা কথা কলে তোমাৰ জীৱনৰ ভাবুকি আহে অসমৰ ৰাইজে তোমাক নিৰাপত্তা দিব।কেৱল যি জানা সঁচা কোৱা। যি বিজ্ঞ চিকিৎসক কেইজনে এবাৰ মৰণোত্তৰ পৰীক্ষাৰ উপদেশ দিছে সেইটো কৰিব পৰা যায় নেকি?

Photos from Bikram Rajkhowa's post 19/09/2025

বৰকৈ মনত পৰিছে আজি সেই প্ৰিয়াৰ প্ৰীয়ৰ দৃশ্য গ্ৰহণৰ দিনকেইটালৈ।বৰকৈ মনত পৰিছে দৃশ্যগ্ৰহণ শেষ কৰি জুই পুৱাই তোমাৰ খুহুতীয়া কথাবোৰলৈ।মনত পৰিছে শেষ ৰাতি ৰিজু দাৰ সৈতে লগ লাগি মোক শুৱাৰ পৰা উঠাই আমনি কৰা কথাবোৰ।ভাবিব পৰা নাই তুমি আমাক এৰি অজান মূলুকলৈ আঁতৰি গলা।শব্দ আৰু কণ্ঠৰ মায়াজালেৰে আমাক আবৰি নিজেই নিশব্দ হৈ গলা। নিয়তিৰ ওচৰত আমিবোৰ বৰ অসহায়।যোৱাগৈ যোৱা,নেদেখা এখন সংসাৰত বিচৰণ কৰা,যত জংকীয়ে আকৌ এবাৰ তোমাৰ লগত একেলগে গাব..... আউশীৰ জোন মোৰ.....বিদায় ককাই...বিদায়.....

17/05/2025

পৰিচালনাৰ দিশত প্ৰথম খোজ।আপোনালোকৰ বাবে আগবঢ়াই দিছো মাইনি বাইদেউৰ কাহিনী আৰু অভিনেতা/পৰিচালক দীপক ৰয় ডাঙৰীয়াৰ চিত্ৰনাট্য আৰু সংলাপৰে...... বালীঘৰ। আশীৰ্বাদ কৰিব।

26/04/2025

ৰামধেনু চিৰিজৰ কাহিনী “ভ্ৰম”
চাবলৈ নাপাহৰিব কেৱল আপোনাৰ প্ৰিয় চেনেল "ৰং" ত
প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ
সন্ধিয়া ৭ বাজি ৩০ মিনিটত

Want your public figure to be the top-listed Public Figure in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address

Guwahati
Guwahati