NETV Assam

NETV Assam

Share

ৰাইজৰ বাবে,ৰাইজৰ সৈতে

27/05/2026

'মই মোৰ চাচাৰ ছোৱালী নে মাহীৰ ছোৱালীক বিয়া পাতো সেইটো মোৰ কথা'
' চৰকাৰে কেনেকৈ ইয়াত বাধা দিব পাৰে'- শ্বেৰমান আলী আহমেদ

26/05/2026

অৱশেষত ঘোষণা হ'ল কংগ্ৰেছ বিধায়িনী দলৰ দলপতি৷
ৱাজেদ চৌধুৰীক দলপতি, ডাঃ জয় প্ৰকাশ দাসক উপ দলপতিৰ দায়িত্ব৷

26/05/2026

ধন দাবী কৰি পুনৰ আৰক্ষীৰ জালত তথাকথিত সংগঠনৰ নেতা।
Human Rights & Anti Corruption Foundation -ৰ সভাপতিক গ্ৰেপ্তাৰ।
দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সৌন্দৰ্য্য যোগী ওৰফে মৌচম বৰুৱাক।
গুৱাহাটীৰ Little Steps নামৰ এখন স্কুলক ২ লাখ টকা দাবী কৰিছিল সৌন্দৰ্য্য যোগীয়ে।

26/05/2026
26/05/2026

বশিষ্ঠ আৰক্ষীৰ জালত গভাইত চোৰ। ধৃত চোৰ- নলবাৰীৰ প্ৰণৱ ডেকা।

25/05/2026

ড্ৰাগছৰ বিৰুদ্ধে জোৰশিমুলী আৰক্ষীৰ অভিযান।

অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ হাফিজুৰ ৰহমান।

21/05/2026

বিৰোধী দলপতি হিচাপে নিৰ্বাচিত ৱাজেদ আলী চৌধুৰী

21/05/2026

হিন্দুৰ মাটি মুছলমানে ক্ৰয় কৰিব খুজিলে লব লাগিব চৰকাৰৰ অনুমতি

21/05/2026

অসম বিধানসভাত নজিৰ বিহীন ঘটনা

20/05/2026

জুবিনক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সেৱা জনাই মুখ্যমন্ত্ৰীয়ে জ্বলালে বন্তি

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Address

Guwahati
Guwahati