AroundAssam

AroundAssam

Share

News Run By a Group of Expertise Team

14/04/2026

শিৱসাগৰ ত ভয়াবহ পথ দু্ঘটনা

09/03/2026

শীঘ্ৰে ঘোষণা হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকা। অগপৰ সৈতে আসন বুজাবুজিৰ পাছতে দিল্লীলৈ প্ৰেৰণ তালিকা। BTCতো BPFৰ সৈতে আসন বুজাবুজি চূড়ান্ত হৈছে। ।

09/03/2026

'জন আশীৰ্বাদ যাত্ৰা'ৰ আজি অষ্টম দিন। বজালী, টিহু, নলবাৰীলৈ আশীৰ্বাদ বিচাৰি জনতাৰ মাজত জননেতা Himanta Biswa Sarma

08/03/2026

ভাৰতীয় টীমটোৰ T-20 বিশ্বকাপ বিজয়ৰ পিছতে চৌদিশে আনন্দ উল্লাস।

08/03/2026

শিৱসাগৰত বিজেপি কৰ্মীয়ে অগপৰ বিৰুদ্ধে কৰিছে প্ৰতিবাদ।

27/12/2025

📌'আমি জানিছিলো শংকৰ-মাধৱ বুলি' 📌'কিন্তু কিছু বাঁওপন্থী লোকে শংকৰ-আজান বুলি প্ৰচাৰ কৰিলে'

27/12/2025

প্ৰত্যেক সনাতন লোকে বিজেপিক ভোট দিব, মই দৃঢ় বিশ্বাসী: মুখ্যমন্ত্ৰী

08/12/2025

বিশেষভাৱে সক্ষম লোকৰ লগত কথা পাতি মুখ্যমন্ত্ৰীয়ে সময় নষ্ট কৰাৰ অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। শইকীয়াৰ মুখত এই বক্তব্য শুনি কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

03/12/2025

লোকসভাত সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগ

02/12/2025
02/12/2025

আজি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফা দিৱস

Telephone

Website