Axomlive16

Axomlive16

Share

নিৰ্ভিক, নিৰপেক্ষ, সৰ্বগ্ৰহণযোগ্য,

05/12/2023

ছিক্কিমৰ পৰা কাঞ্চনজংঘা।

29/11/2023

আপোনাৰ কিশোৰটোক মবাইল ব্যৱহাৰ কৰিবলৈ দিয়ে নেকি? যদি দিয়ে তেন্তে সাৱধান হওক!

26/11/2023

We must like and share this page because of its braveness.

25/11/2023

হেক হৈছে সত্য ৰঞ্জন বৰাৰ এফ বি একাউণ্ট।
কান্দি কান্দি শুভকাংশীৰ ওচৰত সহায় ভিক্ষা।

17/10/2023

ৰবি শৰ্মাই চিনেমা বনালে ইমানকৈ প্ৰচাৰ কৰিব নালাগে কিয়?
চৰকাৰী অভিনেতা, কবি, গায়ক, পৰিচালক, প্ৰযোজকৰ কাম অসম ইণ্ডিয়াত নিসিজে! The vaccine war চিনেমা লৈ বিবেক অগ্নিহোত্ৰীয়ে কিয় ৰাজনীতিকৰ দুৱাৰে দুৱাৰে ঘুৰিবলগীয়া হৈছে? কংগনা ৰানাৱতৰ ছবিয়ে কি এক কৌটি টকাও উপাৰ্জন কৰিব নোৱাৰে? কথাবোৰ অলপ চালিজাৰি চোৱাৰ সময় সমাগত।।

04/10/2023

বদৰ চাহাবে নানান কৌশল খটোৱাই Super 40 আদিৰে মানৱ সম্পদ গঢ়ি আছে আৰু আমাৰ জাতীয়তাবাদী কেইজনে তোলনী বিয়া খাই ভোটেই বিচাৰি আছে!!

02/10/2023

#জাতীয়তাবাদটোক সম্পূর্ণৰূপে ধ্বংসৰ গোৰাহলৈ ঠেলি দিয়া কুখ্যাত জাতীয়তাবাদী খলনায়কজন আপুনিয়েই হয়। স্বাৱলম্বী হবলৈ সুযোগ নিদি তথাকথিত আন্দোলন চলাই অসমৰ অধিকাংশ যুৱকৰ জীৱন কোঙা কৰি ৰখা আন্দোলনকাৰীজনেই আপুনি! অধিকতৰ নিবনুৱা সৃষ্টিৰ মূল নায়কজনেই আপুনি! আপুনি বৰ সুযোগ সন্ধানী, আত্মশ্লাঘী, স্বাৰ্থন্বেষী তথা মহা ধুৰন্ধৰ ব্যক্তি!!
(মোৰখিনি মই কলো! আপোনাৰ মনত বা কি?? সেইয়া আপুনিহে জানিব!)

01/10/2023

চামুচেৰে দি বেলচাৰে নিয়া উদাহৰণ এটা হল ১৫৮ টকা কমাই ২০৯ টকালৈ বৃদ্ধি!!
(ৰন্ধন গেছৰ চিলিণ্ডাৰ)

01/10/2023

বাস্তৱ সত্যটো হল গছপুলিটো ৰুইছে একেবাৰে পিছপিনে থকাজনেহে, বাকী এইকেইজনে নৌটংকীহে কৰিছে!!

30/09/2023

ফটোখন বুজি পাবলৈ এঘন্টা সময় লাগিল মোৰ! আপোনাৰ বা কিমান সময় লয়??

24/12/2022

এসময়ৰ নিৰপেক্ষ নিউজ চেনেল
এটাও মোদী বাহিনীৰ হাতলৈ গ’ল।
এন ডি টিভিৰ গৰিমা আজি ধ্বংস হ’ল।

05/12/2022

আজমল আছে বাবে অসমত বিজেপি
আছে বুলি বিভিন্নজনে বাখ্যা কৰে। তাত
আপোনাৰ আপত্তি আছেনে বাৰু?

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Address

Hatigaon
Guwahati
781006